• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
Business

বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়

CliQ INDIA
Last updated: August 4, 2025 2:05 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। আজি বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা দুৰ্বল সংকেত আহি আছে। যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰখন বৃহৎ অৱনতিৰ বলি হৈছিল। অৱশ্যে ডাউ জ’নছ ফিউচাৰ্ছে লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। আমেৰিকাৰ দৰেই যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহতো প্ৰচণ্ড বিক্ৰী হৈছিল। আনহাতে এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় চলি আছে।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত বিক্ৰীৰ হেঁচা অবিৰত আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক হ্ৰাস পোৱাৰ লগে লগে বন্ধ হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ১০১.৩৮ পইণ্ট বা ১.৬০ শতাংশ হ্ৰাস পাই ৬,২৩৮.০১ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে ৪৭২.৩২ পইণ্ট বা ২.২৪ শতাংশ দুৰ্বলতাৰে ২০,৬৫০.১৩ পইণ্টত যোৱা অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাইছিল। কিন্তু বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ১৬২.৬৯ পইণ্ট বা ০.৩৭ শতাংশ বৃদ্ধিৰে ৪৩,৭৫১.২৭ পইণ্টত ব্যৱসায় কৰা হৈছে।

আমেৰিকাৰ বজাৰৰ দৰেই ইউৰোপৰ বজাৰসমূহো যোৱা অধিবেশনৰ সময়ছোৱাত চাপত পৰিছিল। এফ টি এছ ই সূচকাংক ০.৭১ শতাংশ হ্ৰাস পাই ৯,০৬৮.৫৮ পইণ্টত বন্ধ হয়। একেদৰে যোৱা অধিবেশনত চি এ চি সূচকাংক ২২৫.৮১ বা ২.৯৯ শতাংশৰ বৃহৎ হ্ৰাসৰ সৈতে ৭,৫৪৬.১৬ পইণ্টত সমাপ্ত হয়। ইয়াৰ উপৰিও ডিএএক্স সূচকাংক ৬৩৯.৫০ পইণ্ট বা ২.৭৩ শতাংশ লোকচানৰ সৈতে ২৩,৪২৫.৯৭ পইণ্টত বন্ধ হয়।

আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৬খন সূচকাংকই গ্ৰীণ মাৰ্কত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে ৩টা সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে। নিকেই সূচকাংক ৫১৫.৬০ পইণ্ট অৰ্থাৎ ১.২৬ শতাংশ হ্ৰাস পাই ৪০,২৮৪ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে টাইৱান ওজনযুক্ত সূচকাংক ১২৬.৪০ পইণ্ট অৰ্থাৎ ০.৫৪ শতাংশ দুৰ্বলতাৰে ২৩,৩০৭.৯৮ পইণ্টত আৰু জাকাৰ্টা কম্পোজিট সূচকাংক ০.১৮ শতাংশ স্লিপৰ সৈতে ৭,৫২৪.০৬ পইণ্টত ব্যৱসায় কৰা হৈছে।

আনহাতে, গিফ্ট নিফ্টীয়ে ১২৪ পইণ্ট অৰ্থাৎ ০.৫০ শতাংশ শক্তিৰে ২৪,৭২৩ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.৬৫ শতাংশ জঁপিয়াই ৪১৮১ পইণ্টত উপনীত হৈছে। আজি ভালকৈ বৃদ্ধি পাইছে কোস্পি সূচকাংক। বৰ্তমান এই সূচকাংক ১.০২ শতাংশ জঁপিয়াই ৩,১৫১.১৮ পইণ্টত উপনীত হৈছে। একেদৰে ছেট কম্পোজিট সূচকাংকত ০.৫২ শতাংশ বৃদ্ধিৰে ১,২২৪.৬৫ পইণ্টৰ স্তৰত ব্যৱসায় চলি আছে। ইয়াৰ উপৰিও হেং চেং সূচকাংক ০.২৭ শতাংশ বৃদ্ধিৰে ২৪,৫৭৪ পইণ্টৰ স্তৰত আৰু চাংহাই কম্পোজিট সূচকাংকত ০.২০ শতাংশ বৃদ্ধিৰে ৩,৫৬৭.০২ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা পোৱা গৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ষ্টক মাৰ্কেটৰ আৰম্ভণিৰ ব্যৱসায়ত বৃদ্ধি, চেন্সেক্স আৰু নিফটিৰ ব্যৱসায় উত্থান
এনপিচিআইয়ে আইআইএছচিৰ সৈতে হাত মিলাই ব্লকচেইন, এআইৰ ওপৰত যৌথ গৱেষণা চলাইছে
দুদিনৰ পাছত উভতিল শ্বেয়াৰ বজাৰৰ চমক, প্ৰথম অৱস্থাত দুৰ্বলতাৰ পিছত চেন্সেক্স আৰু নিফটি উত্থান
চেভি ইনফ্ৰাৰ শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰী লাভৱান
দেশত পেট্ৰ’ল-ডিজেলৰ দৰ সুস্থিৰ, খাৰুৱা তেলৰ দৰ ৮৫ ডলাৰৰ ওচৰত | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অস্ত্ৰোপচাৰৰ সময় ভুৱা চিকিৎসক আটক– শিলচৰৰ শিৱসুন্দৰী হাস্পতালত তীব্ৰ চাঞ্চল্য
Next Article ইজৰাইল আৰু আমেৰিকাই হামাছক আপোচ কৰিবলৈ সকীয়াই দিব: ষ্টিভ উইটকফ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?