• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > পেচ ডিজিটেকৰ ₹৮১৯ কোটিৰ আই পি অ’ আৰম্ভ; ৩০ ছেপ্টেম্বৰলৈকে কৰিব পাৰিব আবেদন
Business

পেচ ডিজিটেকৰ ₹৮১৯ কোটিৰ আই পি অ’ আৰম্ভ; ৩০ ছেপ্টেম্বৰলৈকে কৰিব পাৰিব আবেদন

CliQ INDIA
Last updated: September 26, 2025 11:50 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২৬ ছেপ্টেম্বৰ (হি.স.)। সৌৰশক্তি প্ৰকল্প, গ্ৰাম্য বিদ্যুৎকৰণ প্ৰকল্প, আৰু লিথিয়াম-আয়ন বেটাৰী ব্যৱস্থাৰ উৎপাদন আৰু যোগানৰ কামত নিয়োজিত কোম্পানী পেচ ডিজিটেক লিমিটেডৰ আই পি অ’ আজি চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হয়। এই আই পি অ’ৰ বাবে ৩০ ছেপ্টেম্বৰলৈকে নিবিদা দিব পাৰিব। ইছ্যু বন্ধ হোৱাৰ পিছত ১ অক্টোবৰত শ্বেয়াৰ আবণ্টন কৰা হ’ব। ৬ অক্টোবৰত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।

আই পি অ’ত ৩,৭৪,০৪,০১৮টা নতুন শ্বেয়াৰ জাৰি কৰা হৈছে যাৰ মুদ্ৰা মূল্য ২ ₹ প্ৰতিটো। আই পি অ’ত নিবিদাৰ বাবে মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ২০৮ৰ পৰা ২১৯ ₹। খুচুৰা বিনিয়োগকাৰীয়ে পেচ ডিজিটেক লিমিটেড আই পি অ’ত নূন্যতম ৬৮টা শ্বেয়াৰৰ বাবে নিবিদা দিব পাৰে, যাৰ বাবে ১৪,৮৯২ ₹ বিনিয়োগৰ প্ৰয়োজন হ’ব।

আই পি অ’ মুকলি হোৱাৰ এদিন পূৰ্বে বৃহস্পতিবাৰে পেচ ডিজিটেক লিমিটেডে এংকৰ বিনিয়োগকাৰীৰ পৰা ২৪৫.১৪ কোটি টকা সংগ্ৰহ কৰে। এই এংকৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছিল ছ’চাইটি জেনেৰেল, বন্ধন মিউচুৱেল ফাণ্ড, চেমচাং ইণ্ডিয়া, টৰাছ মিউচুৱেল ফাণ্ড, চেণ্ট কেপিটেল ফাণ্ড, এছবিআই জেনেৰেল বীমা, হোলানী ভেঞ্চাৰ কেপিটেল, ছানৰাইজ ইনভেষ্টমেণ্ট ট্ৰাষ্ট, আৰু আৰ্থ এআইএফকে ধৰি ১৫টা প্ৰতিষ্ঠানিক বিনিয়োগকাৰী।

এই আই পি অ’ত ৪৯.৮৭ শতাংশ ইছ্যু যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউ আই বি)ৰ বাবে সংৰক্ষিত। ইয়াৰ উপৰিও ৩৪.৯১ শতাংশ খুচুৰা বিনিয়োগকাৰীৰ বাবে, ১৪.৯৫ শতাংশ অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে (এন আই আই), আৰু ০.২৭ শতাংশ কৰ্মচাৰীৰ বাবে সংৰক্ষিত। এই বিষয়টোৰ বুক ৰানিং লিড মেনেজাৰ হিচাপে ইউনিষ্টন কেপিটেল প্ৰাইভেট লিমিটেডক নিযুক্তি দিয়াৰ বিপৰীতে এম ইউ এফ জি ইনটাইম ইণ্ডিয়া প্ৰাইভেট লিমিটেডক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হৈছে।

কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত প্ৰস্পেক্টচত দাবী কৰা হৈছে যে কোম্পানীটোৰ বিত্তীয় স্বাস্থ্য ক্ৰমাগতভাৱে শক্তিশালী হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ১৬.৫৩ কোটি টকাৰ নিকা লাভৰ ৰিপ’ৰ্ট দিছে, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ২২৯.৮৭ কোটি টকালৈ বৃদ্ধি পাইছে আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৭৯.১০ কোটি টকালৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজহ লাভৰ পৰিমাণো ক্ৰমাগতভাৱে বৃদ্ধি পালে। ২০২২-২৩ বিত্তীয় বৰ্ষত ইয়াৰ মুঠ ৰাজহ ৫১৪.৬৬ কোটি ₹ হয়, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ২,৪৬০.২৭ কোটি টকালৈ বৃদ্ধি পায় আৰু ইয়াৰ উপৰিও ২০২৪-২৫ বিত্তীয় বৰ্ষত ২,৪৬২.২০ কোটি টকালৈ বৃদ্ধি পায়।

এই সময়ছোৱাত কোম্পানীটোৰ ঋণৰ বোজা উঠা-নমা হৈছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণৰ বোজা আছিল ১৯২.১১ কোটি টকা, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ৪৯৩.১৯ কোটি টকালৈ বৃদ্ধি পাইছিল। কিন্তু ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰিমাণ ১৬০.৭০ কোটিলৈ হ্ৰাস পাইছে। এই সময়ছোৱাত কোম্পানীটোৰ মজুত আৰু উদ্বৃত্তও বৃদ্ধি পাইছে, ২০২২-২৩ বিত্তীয় বৰ্ষত ৩১৩.৩১ কোটি ₹ৰ পৰা ২০২৩-২৪ চনত ৫৩৪.৫৮ কোটি আৰু ২০২৪-২৫ চনত ১,১৩৪.২১ কোটি ₹লৈ বৃদ্ধি পাইছে। একেদৰে ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৯.৭৫ কোটি টকাৰ পৰা ২০২৩-২৪ চনত ৪২৩.৭৫ কোটি টকা আৰু ২০২৪-২৫ চনত ৫০৫.১৩ কোটি টকালৈ বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮৪ ডলাৰৰ ওচৰত
ডিপিআইআইটি উৎপাদন আৰু ৰপ্তানিৰ প্ৰসাৰৰ বাবে য়ে ২৪টা উপখণ্ডত কৰ্মৰত
বিশ্বৰ বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায় | BulletsIn
অলংকাৰ বজাৰত সোণৰ জিলিকনি, ৰূপৰো চমক বৃদ্ধি
শ্বেয়াৰ বজাৰত আৰম্ভণিৰ ব্যৱসায়ত চাপ, চেন্সেক্স আৰু নিফ্টি অৱনমিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অনন্যা পাণ্ডে শ্বেয়াৰ কৰিলে তেওঁৰ পিতৃ চাংকি পাণ্ডেৰ এখন নেদেখা ফটো
Next Article দীৰ্ঘদিনীয়া ৰোগ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ঘোষণা নাকচ কৰিলে আমেৰিকাই
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?