• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > এন টি পি চিৰ ৩,২৪৮ কোটি টকাৰ চূড়ান্ত লভ্যাংশৰ বাবে এখন চেক অৰ্পন
Business

এন টি পি চিৰ ৩,২৪৮ কোটি টকাৰ চূড়ান্ত লভ্যাংশৰ বাবে এখন চেক অৰ্পন

CliQ INDIA
Last updated: September 28, 2025 12:20 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স,)। ৰাজহুৱা খণ্ডৰ কোম্পানী নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যন লিমিটেডে চৰকাৰক ৩২৪৮ কোটি টকাৰ চূড়ান্ত লভ্যাংশ প্ৰদান কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে শক্তি মন্ত্ৰালয়ক চূড়ান্ত লভ্যাংশ প্ৰদান কৰিছে কোম্পানীটোৱে।

এন টি পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গুৰদীপ সিঙে পৰিচালনা সমিতিৰ সৈতে মিলি যোৱা ২৫ ছেপ্টেম্বৰত বিদ্যুৎ সচিব পংকজ আগৰৱালাৰ উপস্থিতিত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক ৩২৪৮ কোটি টকাৰ চূড়ান্ত লভ্যাংশৰ চেক প্ৰদান কৰে।

এন টি পি চিয়ে গতাই দিয়া এই ধনৰাশি ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰদান কৰা প্ৰথম অন্তৱৰ্তীকালীন লভ্যাংশ ২,৪২৪ কোটি টকা আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা ২,৪২৪ কোটি টকাৰ দ্বিতীয় অন্তৱৰ্তীকালীন লভ্যাংশৰ উপৰিও ₹১০ মুদ্ৰা মূল্যৰ প্ৰতি শ্বেয়াৰত ₹৮.৩৫। এন টি পি চি লিমিটেডে এইবাৰ একেৰাহে ৩২ সংখ্যক লভ্যাংশ প্ৰদান কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

মালদ্বীপ তাদেৱ পৰিমাণত ৰুফিয়াত মুদ্ৰাত আমদানী প্ৰদান কৰিছে আৰু এতিয়া ভাৰতলৈ সম্পৰ্কত আলোচনা চলি আছে
বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায়
অলংকাৰ বজাৰত সমতল ব্যৱসায়, সোণ আৰু ৰূপৰ দাম অপৰিৱৰ্তিত
এটিএফৰ মূল্য ৭.৫ শতাংশ বৃদ্ধি, নতুন হাৰ কাৰ্যকৰী
খাৰিফৰ ১৪বিধ শস্যৰ এমএছপি বৃদ্ধি, বাৰিষা ঋতুৰ পূৰ্বে ধানৰ মূল্য বৃদ্ধি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article 'লোকাহ অধ্যায় ২'ত পুনৰ একত্ৰিত হ'ব টভিনো থমাছ আৰু দুলকৰ ছলমান
Next Article বাংলাদেশ সীমান্ত ৰক্ষীৰ জোৱান প্ৰহৰী ২,৮৫৭ টা দুৰ্গা পূজাৰ মণ্ডপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?