• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > একেৰাহে দ্বিতীয় দিনৰ বাবে শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্স আৰু নিফটি বৃদ্ধি
Business

একেৰাহে দ্বিতীয় দিনৰ বাবে শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্স আৰু নিফটি বৃদ্ধি

CliQ INDIA
Last updated: June 26, 2025 7:50 am
CliQ INDIA
Share
4 Min Read
SHARE

শক্তিশালী বজাৰৰ বাবে বিনিয়োগকাৰী ৩.৮৮ লাখ কোটি টকা লাভৱান

নতুন দিল্লী, ২৫ জুন (হি.স.)। আজি একেৰাহে দ্বিতীয় দিনৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰখন শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হয়। আজিৰ ট্ৰেডিং লাভৰ সৈতে আৰম্ভ হৈছিল। বজাৰ খোলাৰ পিছত বেছিভাগ সময় ক্ৰয়ৰ চাপ আছিল, যাৰ বাবে চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকৰ গতি বৃদ্ধি পাই থাকিল। গোটেই দিনটোৰ ব্যৱসায়ৰ অন্তত চেন্সেক্সে ০.৮৫ শতাংশ আৰু নিফটিৰ ০.৮০ শতাংশ বৃদ্ধিৰে বন্ধ হয়।

আজি গোটেই দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত অটোম’বাইল, আই টি, এফ এম চি জি আৰু ঔষধ খণ্ডৰ শ্বেয়াৰত ক্ৰয় অবিৰত হৈ আছিল। একেদৰে বেংকিং, উপভোক্তা সামগ্ৰী, ধাতু আৰু টেক সূচকাংকও লাভৰ সৈতে বন্ধ হ’বলৈ সক্ষম হয়। আনহাতে ৰাজহুৱা খণ্ডৰ উদ্যোগ, প্ৰতিৰক্ষা, তেল আৰু গেছ আৰু মূলধনী সামগ্ৰী খণ্ডৰ শ্বেয়াৰত বিক্ৰী হৈছিল।

আজি শ্বেয়াৰ বজাৰত শক্তিশালী হোৱাৰ বাবেই শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ সম্পদ ৪.৭৫ কোটিতকৈও অধিক বৃদ্ধি পালে। আজিৰ ব্যৱসায়ৰ পিছত বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৪৫৩.৯৬ লাখ কোটি (অস্থায়ী)লৈ বৃদ্ধি পায়। আনহাতে পূৰ্বৰ ব্যৱসায়িক দিন অৰ্থাৎ মঙলবাৰে তেওঁলোকৰ বজাৰ মূলধন আছিল ৪৫০.০৮ লাখ কোটি টকা। এনেদৰে আজিৰ ব্যৱসায়ৰ পৰা বিনিয়োগকাৰীয়ে প্ৰায় ৩.৮৮ লাখ কোটি টকা লাভ কৰে।

আজি দিনটোৰ ব্যৱসায়ৰ সময়ত বি এছ ইৰ ৪,১৬২ টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় হৈছিল। ইয়াৰে ২,৮১৮ টা শ্বেয়াৰ লাভৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে ১,২০৭ টা শ্বেয়াৰ হ্ৰাস পোৱাৰ বিপৰীতে ১৩৭ টা শ্বেয়াৰ কোনো উঠা-নমা নোহোৱাকৈ বন্ধ হয়। আজি এন এছ ইৰ ২,৬১১ টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় হৈছিল। ইয়াৰে ১,৯৫৭ টা শ্বেয়াৰ লাভ কৰি গ্ৰীণ মাৰ্কত বন্ধ হয় আৰু ৬৫৪ টা শ্বেয়াৰ লোকচান হৈ ৰঙা মাৰ্কত বন্ধ হয়। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ২৭টা ষ্টক লাভৰ সৈতে আৰু ৩টা ষ্টক লোকচানৰ সৈতে বন্ধ হয়। নিফটিত অন্তৰ্ভুক্ত ৫০টা ষ্টকৰ ভিতৰত ৪১টা ষ্টক সেউজীয়া আৰু ৯টা ষ্টক ৰঙা ৰঙত বন্ধ হয়।

আজি বিএছই চেন্সেক্সে ৩৯৩.৬৯ পইণ্ট বৃদ্ধিৰে ৮২,৪৪৮.৮০ পইণ্টত মুকলি কৰে। বজাৰ খোলাৰ লগে লগে ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে এই সূচকাংকৰ গতিবিধিয়ে গতি লাভ কৰিলে। ধাৰাবাহিক ক্ৰয়ৰ সমৰ্থনত দুপৰীয়া ১ বজাৰ পিছত এই সূচকাংক ৭৬০.৮০ পইণ্ট জপিয়াই ৮২,৮১৫.৯১ পইণ্টৰ স্তৰত উপনীত হয়। কিন্তু শেষ মুহূৰ্তত সামান্য লাভৰ বুকিঙৰ বাবে চেন্সেক্সে উচ্চ পৰ্যায়ৰ পৰা প্ৰায় ৬০ পইণ্ট পিছলি ৭০০.৪০ পইণ্ট বৃদ্ধিৰে ৮২,৭৫৫.৫১ পইণ্টত বন্ধ হয়।

চেন্সেক্সৰ দৰেই এন এছ ইৰ নিফটিও আজিৰ পৰা ১০৬ পইণ্ট বৃদ্ধিৰে ২৫,১৫০.৩৫ পইণ্টত ব্যৱসায় আৰম্ভ কৰে। বজাৰ খোলাৰ পিছত ক্ৰয় আৰম্ভ হ’ল, যাৰ বাবে সূচকাংকটোৱে গতি লাভ কৰিলে। ধাৰাবাহিক ক্ৰয়ৰ সমৰ্থনত দুপৰীয়া ১ বজাৰ পিছত ২২২.৪৫ পইণ্ট বৃদ্ধি পাই ২৫,২৬৬.৮০ পইণ্টৰ স্তৰত উপনীত হয়। কিন্তু শেষত ইন্ট্ৰা ডে ছেটেলমেণ্টৰ বাবে বিক্ৰীৰ বাবে উচ্চ পৰ্যায়ৰ পৰা প্ৰায় ২২ পইণ্ট হ্ৰাস পাই ২০০.৪০ পইণ্ট বৃদ্ধিৰে ২৫,২৪৪.৭৫ পইণ্টত বন্ধ হয়।

দিনটোৰ ক্ৰয়-বিক্ৰয়ৰ পিছত শ্বেয়াৰ বজাৰৰ ডাঙৰ ডাঙৰ ষ্টকসমূহৰ ভিতৰত টাইটান কোম্পানীয়ে ৩.৫৮ শতাংশ, ইনফ’ছিছৰ ২.১১ শতাংশ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ২.০৮ শতাংশ, গ্ৰাছিম ইণ্ডাষ্ট্ৰীজৰ ১.৮৩ শতাংশ আৰু জে এছ ডব্লিউ ষ্টীলৰ ১.৭৩ শতাংশ শ্বেয়াৰ সৱলতাৰে আজিৰ শীৰ্ষ ৫ টা লাভৰ তালিকাত স্থান লাভ কৰে। আনহাতে ভাৰত ইলেক্ট্ৰনিকছ ২.৯৭ শতাংশ, কোটক মহিন্দ্ৰা ১.১৪ শতাংশ, আইচাৰ মটৰ্ছ ০.৯৪ শতাংশ, অ’এনজিচি ০.৮২ শতাংশ আৰু এক্সিছ বেংক ০.৬৫ শতাংশ আজিৰ শীৰ্ষ ৫ লোকচানৰ তালিকাত অন্তৰ্ভুক্ত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আমেৰিকাৰ শুল্ক বোমাৰ বাবে শ্বেয়াৰ বজাৰত হেঁচা, আৰম্ভণিৰ ব্যৱসায়ত চেন্সেক্স আৰু নিফটিৰ মূল্য হ্ৰাস
ভাৰতৰ ভৱিষ্যতৰ বাবে বিশ্ববিদ্যালয়সমূহে প্ৰতিভাক উৎসাহিত কৰা উচিতঃ গোৱেল
চলিত বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হোৱাৰ আশাঃ শক্তিকান্ত দাস
চুজুকি মটৰ চাইকেলৰ দাম ১৮,০০০ পৰ্যন্ত হ্ৰাস; ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী নতুন হাৰ
জানুৱাৰী মাহত মুকলি হ’ব নিছান মটৰৰ ৭ আসনৰ এমপিভি গ্ৰেভাইট, মাৰ্চ মাহৰ পৰা শ্ব’ৰুমত উপলব্ধ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পাঁচটা শতক অৰ্জন কৰাৰ পিছতো টেষ্টত পৰাস্ত হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত ভাৰত
Next Article জাপানৰ প্ৰথমবাৰৰ বাবে পৃষ্ঠৰ পৰা জাহাজ আক্ৰমণ কৰা ক্ষেপণাস্ত্ৰ পৰীক্ষণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?