কামৰূপ, : বগৰী খেতি কৰি স্বাৱলম্বী হৈ পৰিছে এগৰাকী ব্যক্তি । নিজে স্বাৱলম্বী হোৱাৰ উপৰিও সংস্থাপন দিছে আন ১০ ৰ পৰা ১২ গৰাকী নিৱনুৱা যুৱকক ।
ৰঙিয়াৰ সমিপৰ তামুলপুৰ জিলাৰ বগৰীবাৰীৰ ৰঞ্জিত ডেকাই বগৰী খেতি কৰি উপাৰ্জন কৰিছে বছৰে ১৬ লাখ টকা । বানে বিধ্বস্থ কৰা বগৰীবাৰীত এতিয়া বগৰীয়ে দিছে এক সুখৰ সমাহাৰ ।
