• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াতো বিক্ৰীৰ চাপ
Business

বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াতো বিক্ৰীৰ চাপ

CliQ INDIA
Last updated: July 7, 2025 12:06 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৭ জুলাই (হি.স.)। আজি বিশ্বৰ মূলধনী বজাৰত দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। আমেৰিকাৰ বজাৰত স্বাধীনতা দিৱসৰ বন্ধৰ বাবে যোৱা অধিবেশনত কোনো ধৰণৰ ব্যৱসায় হোৱা নাছিল। আজি ডাউ জ’নছ ফিউচাৰছৰ ব্যৱসায় হ্ৰাস পোৱা দেখা গৈছে। যোৱা অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰসমূহত দুৰ্বলতা থাকি গ’ল। এছিয়াৰ বজাৰখনো আজি সাধাৰণতে নিম্নগামী ধাৰাত আছে।

পাৰস্পৰিক শুল্কক লৈ বিশ্বৰ বজাৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া সময়সীমা ৯ জুলাইত শেষ হ’ব। যদিও আমেৰিকাই শুল্ক সন্দৰ্ভত বাণিজ্যিক চুক্তিৰ বাবে বিশ্বৰ বহু দেশৰ সৈতে আলোচনাত মিলিত হৈছে, কিন্তু এতিয়াও কোনো স্পষ্ট পৰিস্থিতি দেখা পোৱা নাই। ইয়াৰ বাবেই আজি সমগ্ৰ বিশ্বৰ বজাৰত চাপ পৰিলক্ষিত হৈছে। আজি ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ১৪৯.০৩ পইণ্ট অৰ্থাৎ ০.৩৩ শতাংশৰ দুৰ্বলতাৰে ৪৪,৬৭৯.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে।

পূৰ্বৰ অধিবেশনত নিৰন্তৰ হেঁচাত ব্যৱসায়ৰ পিছত ইউৰোপৰ বজাৰসমূহ বন্ধ হৈ পৰে। এফ টি এছ ই সূচকাংক ০.২৯ পইণ্টৰ প্ৰতীকী হ্ৰাসৰ সৈতে ৮,৮২২.৯১ পইণ্টত বন্ধ হয়। একেদৰে চি এ চি সূচকাংকই পূৰ্বৰ অধিবেশনত ০.৭৬ শতাংশ দুৰ্বলতাৰে ৭,৬৯৬.২৭ পইণ্টত সমাপ্ত কৰে। ইয়াৰ উপৰিও ডিএএক্স সূচকাংক ১৪৬.৬৮ পইণ্ট বা ০.৬২ শতাংশ হ্ৰাস পাই ২৩,৭৮৭.৪৫ পইণ্টত বন্ধ হৈছে।

আজি এছিয়াৰ বজাৰসমূহতো সাধাৰণ নিম্নগামী ধাৰা দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৭খনৰ সূচকাংকই দুৰ্বলতাৰে ৰঙা ৰঙৰ ব্যৱসায় কৰি আছে, আনহাতে দুটা সূচকাংকই লাভৰ সৈতে সেউজীয়া ৰূপত ব্যৱসায় কৰিছে। ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.২৪ শতাংশ বৃদ্ধিৰে ৪,০২৩.০৯ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ক’এছপিআই সূচকাংক ০.১০ শতাংশ বৃদ্ধিৰে ৩,০৫৭.২২ পইণ্টত উপনীত হৈছে।

আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.১৩ শতাংশ দুৰ্বলতাৰে ২৫,৪৯৩.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে নিকেই সূচকাংক ১৭৫.১৮ পইণ্ট অৰ্থাৎ ০.৪৪ শতাংশ হ্ৰাস পাই ৩৯,৬৩৫.৭০ পইণ্টলৈ নামি আহিছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ১৭০.৮৮ পইণ্ট অৰ্থাৎ ০.৭৬ শতাংশ হ্ৰাস পাই ২২,৩৭৬.৬২ পইণ্টত উপনীত হয়, ছেট কম্পোজিট সূচকাংক ০.৫৪ শতাংশ হ্ৰাস পাই ১,১১৩.৯৪ পইণ্ট, হাং চেং সূচকাংক ১০৪.৮৫ পইণ্ট অৰ্থাৎ ০.৪৪ শতাংশ হ্ৰাস পাই ২৩,৮১১.২১ পইণ্ট, চাংহাই কম্পোজিট সূচকাংক হ্ৰাস পায় ০.২১ শতাংশ হ্ৰাস পাই ৩,৪৬৫.০৫ পইণ্ট আৰু জাকাৰ্টা কম্পোজিট সূচকাংক ০.০৪ শতাংশ হ্ৰাস পাই ৬,৮৬২.৫৯ পইণ্ট হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিদেশত সা-সম্পত্তি লুকুৱাই ৰখা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আয়কৰ বিভাগ
আৰ্বান কোম্পানীৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, লাভত আই পি অ’ বিনিয়োগকাৰী
গান্ধী জয়ন্তী আৰু বিজয়া দশমীত শ্বেয়াৰ বজাৰ বন্ধ, শুকুৰবাৰৰ পৰা পুনৰ ব্যৱসায়
ডলাৰৰ বিপৰীতে সৰ্বকালৰ নিম্নতম স্তৰত উপনীত হ’ল টকা | BulletsIn
বিশ্বৰ মূলধনী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায় | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এ এফ চি কাপৰ অৰ্হতাৰ বাবে ভাৰতীয় মহিলা দলে লাভ কৰে ৪২.৭৫ লাখ টকাৰ পুৰস্কাৰ
Next Article ব্ৰিকছৰ যৌথ ঘোষণা পত্ৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা, ভাৰতৰ বাবে বৃহৎ কূটনৈতিক সফলতা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?