• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থানৰ ধাৰা
Business

বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থানৰ ধাৰা

CliQ INDIA
Last updated: August 11, 2025 6:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১১ আগষ্ট (হি স)। আজি বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত আহি আছে। যোৱা অধিবেশনত শক্তিশালী ব্যৱসায়ৰ অন্তত আমেৰিকাৰ বজাৰসমূহ বন্ধ হৈ পৰে। আজি ডাউ জ’নছৰ ফ্যুচাৰেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। অৱশ্যে যোৱা অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ব্যৱসায়ৰ সৈতে বন্ধ হৈ পৰে। আজিৰ দিনত এছিয়াৰ বজাৰসমূহতো সাধাৰণ ক্ৰয়ৰ ধাৰা দেখা গৈছে।

যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত ভাল উত্থান ঘটিছিল। ডাউ জ’নে ২০০ পইণ্ট উৰ্ধগামী হয়। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংকই যোৱা অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাই ০.৭৮ শতাংশ বৃদ্ধিৰে ৬,৩৮৯.৪৫ পইণ্টত। ইয়াৰ উপৰিও নাছডাক ২০৭.৩২ পইণ্ট অৰ্থাৎ ০.৯৮ শতাংশ বৃদ্ধিৰে ২১,৪৫০.০২ পইণ্টত বন্ধ হয়। ডাউ জ’নছৰ ফ্যুচাৰ বৰ্তমান ০.২২ শতাংশ বৃদ্ধিৰে ৪৪,২৭২.১৭ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।

পূৰ্বৰ অধিবেশনত হেঁচাত পৰাৰ পিছত ইউৰোপৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। এফটিএছই সূচকাংক ০.০৬ শতাংশ দুৰ্বলতাৰে ৯,০৯৫.৭৩ পইণ্টত বন্ধ হয়। একেদৰে ডেক্স সূচকাংক ০.১২ শতাংশ হ্ৰাস পাই পূৰ্বৰ অধিবেশন ২৪,১৬২.৮৬ পইণ্টত শেষ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংক ০.৪৩ শতাংশ শক্তিৰে ৭,৭৪৩ পইণ্টত বন্ধ হয়।

আজিৰ দিনত এছিয়াৰ বজাৰত সাধাৰণতে ক্ৰয়ৰ ধাৰা দেখা যায়। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৭খন বজাৰৰ সূচকাংক বৃদ্ধিৰ সৈতে সেউজীয়া ৰঙত ব্যৱসায় কৰি আছে, আনহাতে এটা সূচকাংক হ্ৰাসৰ সৈতে ৰঙা ৰঙত আছে। থাইলেণ্ডৰ ষ্টক এক্সচেঞ্জত ছুটীৰ বাবে চেট কম্পোজিট ইনডেক্সত আজিৰ দিনটো কোনো পৰিৱৰ্তন হোৱা নাই। এছিয়াৰ বজাৰত একমাত্ৰ ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১১ শতাংশ দুৰ্বলতাৰে ৪,২৩৫.২৬ পইণ্টত ব্যৱসায় কৰা হৈছে।

আনহাতে, গিফ্ট নিফ্টীয়ে ০.২৭ শতাংশ বৃদ্ধিৰে ২৪,৪৬০.৫০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে ক’এছপিআই সূচকাংকই ০.১২ শতাংশ বৃদ্ধিৰে ৩,২১৩.৯৭ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি নিক্কেই সূচকাংকৰ বৃহৎ উত্থান দেখা পোৱা গৈছে। বৰ্তমান এই সূচকাংক ৭৬১.৩৩ পইণ্ট অৰ্থাৎ ১.৮২ শতাংশ জঁপিয়াই ৪১,৮২০.৪৮ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে টাইৱান ওজনযুক্ত সূচকাংক ১৩৮.৩৯ পইণ্ট অৰ্থাৎ ০.৫৭ শতাংশ শক্তিৰে ২৪,১৫৯.৬৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা গৈছে। ইয়াৰ উপৰিও জাকাৰ্টা কম্পোজিট সূচকাংক ০.৫৫ শতাংশ বৃদ্ধিৰে ৭,৫৭৪.৭২ পইণ্টত, চাংহাই কম্পোজিট সূচকাংক ০.৫১ শতাংশ বৃদ্ধিৰে ৩৬৫৩.৫০ পইণ্টত আৰু হেং চেং সূচকাংক ০.০১ শতাংশৰ প্ৰতীকী বৃদ্ধিৰে ২৪,৮৬১ পইণ্টত ব্যৱসায় কৰি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ মাজতে শ্বেয়াৰ বজাৰৰ অৱনমন, চেন্সেক্স ২৪১ পইণ্ট হ্ৰাস
৩০ বছৰ পূৰ্বে দেশত কৰিছিল প্ৰথমটো মোবাইল কল, ব্যৱসায়ীসকলে উদযাপন কৰিব উৎসৱ: কেট
ষ্টক মাৰ্কেটত আৰম্ভণিৰ ব্যৱসায়ত উত্থান, চেন্সেক্স আৰু নিফ্টী বৃদ্ধি
শ্বেয়াৰ বজাৰৰ আৰম্ভণিৰ ব্যৱসায়ত উত্থান পতন, চেন্সেক্স আৰু নিফ্টিৰ সামান্য অৱনমন
অলংকাৰ বজাৰত হ্ৰাস পাইছে ৰূপৰ দৰ, এদিনতে ৫,১০০ পৰ্যন্ত হ্ৰাস

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বক্স অফিচত নচলিল ‘ছন অৱ চৰ্দাৰ-২’ৰ যাদু, মুঠ ব্যৱসায় ৪২ কোটি টকা
Next Article গাজাত ইজৰাইলৰ আক্ৰমণত ৪ জন সাংবাদিক নিহত হোৱাৰ দাবী, আইডিএফৰ স্পষ্টীকৰণ- প্ৰাণ হেৰুওৱা আল জাজিৰাৰ অভিযুক্ত সাংবাদিকজন আছিল হামাছৰ সন্ত্ৰাসবাদী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?