• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বৰ মূলধনী বজাৰত মিশ্ৰিত সংকেত, এছিয়াত উৰ্ধগামী ধাৰা
Business

বিশ্বৰ মূলধনী বজাৰত মিশ্ৰিত সংকেত, এছিয়াত উৰ্ধগামী ধাৰা

CliQ INDIA
Last updated: October 15, 2025 1:45 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত প্ৰেৰণ কৰিছে। পূৰ্বৰ অধিবেশনত দুৰ্বলতাৰে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে আজি ডাউ জ’নছ ফিউচাৰ্ছে লাভৰ সৈতে ব্যৱসায় কৰিছে। পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহত মিশ্ৰিত ব্যৱসায় হৈছিল, আনহাতে এছিয়াৰ বজাৰসমূহত আজি সাধাৰণতে উত্থান হৈছে।

পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত বিক্ৰীৰ চাপ অব্যাহত আছিল, যাৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংক নিম্নগামী হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.১৬ শতাংশ হ্ৰাস পাই ৬,৬৪৪.৩১ পইণ্টত বন্ধ হয়। একেদৰে নাছডাক ১৭২.৯১ পইণ্ট বা ০.৭৬ শতাংশ হ্ৰাস পাই পূৰ্বৰ অধিবেশন ২২,৫২১.৭০ পইণ্টত শেষ হয়। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ০.১৫ শতাংশ বৃদ্ধিৰে ৪৬,৩৩৯.৩১ পইণ্টত উপনীত হৈছে ।

পূৰ্বৰ অধিবেশনত হেঁচাত পৰাৰ পিছত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে, শেষ মুহূৰ্তত ক্ৰয়ৰ বাবে। এফ টি এছ ই সূচকাংক ০.১০ শতাংশ বৃদ্ধি পাই ৯,৪৫২.৭৭ত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.১৮ শতাংশ হ্ৰাস পাই ৭,৯১৯.৬২ত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংক ১৫০.৯৯ পইণ্ট বা ০.৬২ শতাংশ হ্ৰাস পাই ২৪,২৩৬.৯৪ পইণ্টত বন্ধ হয়।

এছিয়াৰ মূলধনী বজাৰবোৰ আজি সাধাৰণতে উত্থানৰত দেখা গৈছে। এছিয়াৰ ৯টা বজাৰ সূচকাংকৰ ভিতৰত ৮টা সূচকাংক সেউজীয়া ৰঙত শক্তিশালীভাৱে ব্যৱসায় কৰাৰ বিপৰীতে এটা সূচকাংক ৰঙা ৰঙত হ্ৰাস পাইছে। এছিয়াৰ একমাত্ৰ বজাৰ জাকাৰ্টা কম্পোজিট ইনডেক্স বৰ্তমান ০.৭৯ শতাংশ হ্ৰাস পাই ৮,০০৩.০৯ত ব্যৱসায় কৰা হৈছে।

আনহাতে, গিফ্ট নিফ্টী য়ে ১৬৬.৫০ পইণ্ট অৰ্থাৎ ০.৬৬ শতাংশ বৃদ্ধিৰে ২৫,৩৬১.৫০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ ইনডেক্সে ০.৩৬ শতাংশ বৃদ্ধিৰে ৪,৩৬৯.৯৯ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি কোস্পি সূচকাংকে ডাঙৰ জাঁপ মাৰিলে। বৰ্তমান এই সূচকাংক ২.০২ শতাংশ জপিয়াই ৩,৬৩৩.৯২ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে টাইৱান ওজনযুক্ত সূচকাংকই ৩৬৩.৭২ পইণ্ট অৰ্থাৎ ১.৩৬ শতাংশ বৃদ্ধিৰে ২৭,১৫৬.৮৭ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও হেং চেং সূচকাংক ৩২৮.৬৫ পইণ্ট অৰ্থাৎ ১.২৯ শতাংশ বৃদ্ধিৰে ২৫,৭৭০ ​​পইণ্টত ব্যৱসায় কৰি আছে, নিকেই সূচকাংক ৫৮০.৬৮ পইণ্ট অৰ্থাৎ ১.২৪ শতাংশ বৃদ্ধিৰে ৪৭,৪২৮ পইণ্টত ব্যৱসায় কৰি আছে, এছ এণ্ড পি কম্পোজিট সূচকাংক ০.৮১ৰ জম্পৰে ১,২৭৬.৬৯ পইণ্টত ব্যৱসায় কৰি আছে শতাংশ আৰু চাংহাই কম্পোজিট সূচকাংক ০.১০ শতাংশ বৃদ্ধিৰে ৩,৮৬৯.২৫ পইণ্টত ব্যৱসায় কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্বৰ বজাৰসমূহৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াতো বিক্ৰীৰ চাপ
অৰিক স্মাৰ্ট ইণ্ডাষ্ট্ৰিয়েল চিটি প্ৰকল্পত প্লট আবণ্টনৰ বাবে অনুমোদন
দেশত পেট্ৰ'ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৭৯ ডলাৰৰ ওচৰত
শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান ভাৰতীয় ব্ৰেণ্ডৰ ভিতৰত এল আই চিয়ে চতুৰ্থ স্থানত, ব্ৰেণ্ডৰ মূল্য ৩৫ শতাংশ বৃদ্ধি
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দৰ ৪৮.৫০ টকাকৈ বৃদ্ধি, নতুন হাৰ কাৰ্যকৰী | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বৰপেটাৰ পালহাজীত ৰাইজৰ হাতত কৰায়ত্ত ড্ৰাগছ ব্যৱসায়ী
Next Article শেষ মৃত পণবন্দীৰ খবৰ অতি সোনকালে পোৱাৰ আশা: নেতান্যাহু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?