• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বৰ বজাৰসমূহত দুৰ্বলতাৰ লক্ষণ, এছিয়াৰ বজাৰসমূহতো চাপ
Business

বিশ্বৰ বজাৰসমূহত দুৰ্বলতাৰ লক্ষণ, এছিয়াৰ বজাৰসমূহতো চাপ

CliQ INDIA
Last updated: September 24, 2025 4:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। বিশ্বৰ বজাৰত আজি দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় অধিক। পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এছিয়াৰ বজাৰসমূহে সাধাৰণতে আজি বিক্ৰীৰ চাপৰ সন্মুখীন হৈছিল।

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ জেৰম পাৱেলে আমেৰিকাৰ মুদ্ৰাস্ফীতি আৰু বৃদ্ধিৰ সন্দৰ্ভত সকীয়াই দিয়াৰ পিছতে ৱাল ষ্ট্ৰীটৰ সূচকাংক হ্ৰাস পায়। ডাউ জ’নে দিনটোৰ উচ্চতম স্তৰৰ পৰা ৪০০ পইণ্ট তলত বন্ধ হৈ পৰে। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংকই পূৰ্বৰ অধিবেশনত ৬,৬৫৬.৯২ত সমাপ্ত হয়, যিটো ০.৫৫ শতাংশ হ্ৰাস পাইছে। তদুপৰি নাছডাক ২১৫.৫০ পইণ্ট বা ০.৯৫ শতাংশ হ্ৰাস পাই ২২,৫৭৩.৪৭ পইণ্টত বন্ধ হয়। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছ ০.১৯ শতাংশ বৃদ্ধিৰে বৰ্তমান ৪৬,৩৮১.৮৯ পইন্টত ব্য়ৱসায় কৰিছে ।

ইউৰোপৰ বজাৰসমূহত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এফটিএছই সূচকাংক ০.০৪ শতাংশ হ্ৰাস পাই ৯,২২৩.৩২ পইণ্টত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.৫৩ শতাংশ বৃদ্ধি পাই ৭,৮৭২.০২ পইণ্টত বন্ধ হয়। ডিএএক্স সূচকাংকও ০.৩৬ শতাংশ বৃদ্ধি পাই ২৩,৬১১.৩৩ পইণ্টত বন্ধ হয়।

সাধাৰণতে আজিৰ দিনত এছিয়াৰ বজাৰত বিক্ৰীৰ হেঁচা বিৰাজ কৰিছিল। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত সাতখনে ৰঙা ৰঙৰ ব্যৱসায় কৰাৰ বিপৰীতে দুখন বজাৰত শক্তিশালী লাভ হৈছে। হেং চেং সূচকাংক ২৭২.৮৮ পইণ্ট বা ১.০৩ শতাংশ বৃদ্ধিৰে ২৬,৪৩২ পইণ্টত ব্যৱসায় কৰা হৈছে। চাংহাই কম্পোজিট সূচকাংক ০.৬৩ শতাংশ বৃদ্ধি পাই ৩,৮৪৫.৯১ পইণ্টত উপনীত হৈছে।

আনহাতে, গিফ্ট নিফটিেয় ২৫,১০৪ পইণ্টত ব্যৱসায় কৰে, যিটো ১৪০ পইণ্ট বা ০.৫৫ শতাংশ হ্ৰাস পাইছে। কোস্পি সূচকাংক ০.৮৭ শতাংশ হ্ৰাস পাই ৩৪৫৬ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ০.৩৭ শতাংশ হ্ৰাস পাই ২৬,১৫১.০৭ পইণ্ট, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১৯ শতাংশ হ্ৰাস পাই ৪,২৯৪.৪৪ পইণ্ট, নিকেই সূচকাংক ০.১২ শতাংশ হ্ৰাস পাই ৪৫,৪৩৮ পইণ্ট, জাকাৰ্টা কম্পোজিট সূচকাংক ০.০২ শতাংশ হ্ৰাস পাই ৮,১২৩.২৭ পইণ্ট আৰু এছ ই টি কম্পোজিট সূচকাংক ০.০৪ পইণ্টৰ প্ৰতীকী হ্ৰাসৰ সৈতে ১,২৭৩.১৬ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্বৰ বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াৰ বজাৰৰ উত্থান
ঘৰুৱা শ্বেয়াৰ বজাৰ ৰঙা চিহ্নত বন্ধ, চেন্সেক্স ৩১৪ পইণ্ট আৰু নিফটি ৭৫ পইণ্ট হ্ৰাস
সম্ভৱ ষ্টীলৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰী লাভান্বিত
ভাৰতে খৰখেদাকৈ বা হেঁচাত বাণিজ্যিক চুক্তি নকৰেঃ পীয়ুষ গোৱেল
আই পি অ’ বিনিয়োগকাৰীক হতাশ কৰিলে জে ডি কেবলছ, শক্তিশালী তালিকাভুক্ত হোৱাৰ পিছত অৱনমন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গৌৰীপুৰ আৰক্ষীৰ নকল সোণসহ দুজন ব্যৱসায়ীক আটক
Next Article ক্ষমতাৰ পৰা আঁতৰোৱাৰ ১৪ দিন পিছত ৰাজহুৱা স্থানত প্ৰত্যক্ষ কে পি অলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?