• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বৰ বজাৰত দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
Business

বিশ্বৰ বজাৰত দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়

CliQ INDIA
Last updated: October 23, 2025 12:31 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি দুৰ্বল সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। একেদৰে আজি ডাউ জ’নছ ফিউচাৰছৰ ব্যৱসায়ো দুৰ্বল হৈ পৰে। পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। ইফালে এছিয়াৰ বজাৰসমূহত আজি মিশ্ৰিত ব্যৱসায় চলি আছে।

পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত অবিৰত হেঁচা অব্যাহত আছিল, যাৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংকত দুৰ্বল বন্ধ হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.৫৩ শতাংশ হ্ৰাস পাই ৬,৬৯৯.৪৩ত বন্ধ হয়। একেদৰে নাছডাক ২১৩.২৭ পইণ্ট বা ০.৯৩ শতাংশ হ্ৰাস পাই পূৰ্বৰ অধিবেশন ২২,৭৪০.৪০ পইণ্টত শেষ হয়। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য বৰ্তমান ০.০৬ শতাংশ হ্ৰাস পাই ৪৬,৫৬০.৮৯ত আছে।

পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহত মিশ্ৰিত ব্যৱসায় হৈছিল। এফ টি এছ ই সূচকাংক ৮৮.০১ পইণ্ট বা ০.৯২ শতাংশ বৃদ্ধি পাই ৯,৫১৫ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংক ০.৬৩ শতাংশ হ্ৰাস পাই ৮,২০৬.৮৭ত বন্ধ হয়। ডিএএক্স সূচকাংকও ১৭৮.৯০ পইণ্ট বা ০.৭৪ শতাংশ হ্ৰাস পাই ২৪,১৫১.১৩ পইণ্টত বন্ধ হয়।

এছিয়াৰ বজাৰতো আজি মিশ্ৰিত ব্যৱসায় চলি আছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত পাঁচখন বজাৰত ৰঙা ৰঙৰ ব্যৱসায় চলি থকাৰ বিপৰীতে তিনিখন বজাৰত সেউজীয়া বজাৰত ব্যৱসায় কৰা হৈছে। থাইলেণ্ডৰ ষ্টক এক্সচেঞ্জত বন্ধ থকা সময়ত আজি ছেট কম্পজিট সূচকত কোনো পৰিৱৰ্তন হোৱা নাই।

গিফ্ট নিফ্টীৰ মূল্য ২৪১ পইণ্ট বা ০.৯২ শতাংশ বৃদ্ধি পাই ২৬,১৬৪ত উপনীত হয়। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ৪,৩৯৯.৩৪ পইণ্টত ব্যৱসায় কৰি আছে, যিটো ০.১২ শতাংশ বৃদ্ধি পাইছে। আজি জাকাৰ্টা কম্পোজিট ইনডেক্সে জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৯২.৮৬ পইণ্ট বা ১.১৪ শতাংশ জপিয়াই ৮,২৪৫.৪১ পইণ্টত উপনীত হৈছে।

আনহাতে, টাইৱান ৱেটেড সূচকাংক ২৭,৫২১.৩৭ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে, যিটো ১২৭.৫৪ পইণ্ট বা ০.৪৬ শতাংশ হ্ৰাস পাইছে। একেদৰে কোস্পি সূচকাংক ০.৬৪ শতাংশ হ্ৰাস পাই ৩,৮৫৯.০৮ পইণ্টত উপনীত হৈছে। আজি নিক্কেই সূচকাংকত বৃহৎ হ্ৰাস পঞ্জীয়ন কৰা হৈছে। বৰ্তমান এই সূচকাংক ৬৮৮.৭৯ পইণ্ট বা ১.৪০ শতাংশ হ্ৰাস পাই ৪৮,৬১৯ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও চাংহাই কম্পোজিট সূচকাংক ০.৬৬ শতাংশ হ্ৰাস পাই ৩,৮৮৮.০৮ পইণ্ট আৰু হাং চেং সূচকাংক ০.০৮ শতাংশ হ্ৰাস পাই ২৫,৭৬০ পইণ্টত উপনীত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্বৰ মূলধনী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায় | BulletsIn
বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
ভাৰতত সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ বিনিয়োগকাৰীসকলক আহ্বান গোৱেলৰ
ফ্লাইএছবিএছৰ শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ, বিনিয়োগকাৰীৰ ধন প্ৰথম দিনাই দুগুণ বৃদ্ধি
আইটিআৰ-২ ফৰ্মৰ অনলাইন ফাইলিং প্ৰক্ৰিয়া আৰম্ভ, শেষ তাৰিখ ১৫ ছেপ্টেম্বৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নগাঁও জিলাৰ কঠীয়াতলীৰ বুকলুঙত গৰু চুৰিৰ ঘটনা
Next Article ৰাছিয়াৰ প্ৰধান তেল কোম্পানী ৰছনেফ্ট আৰু লুক’ইলৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?