• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াতো উত্থানৰ ধাৰা
Business

বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াতো উত্থানৰ ধাৰা

CliQ INDIA
Last updated: July 3, 2025 12:25 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৩ জুলাই (হি.স.)। আজি বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা ইতিবাচক সংকেত আহি আছে। যোৱা অধিবেশনৰ পিছত আমেৰিকাৰ বজাৰসমূহ শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হৈছিল। আজি ডাউ জ’নছ ফিউচাৰ্ছেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনত ব্যৱসায়ৰ পিছত ইউৰোপৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। একে সময়তে আজিৰ দিনত এছিয়াৰ বজাৰত সাধাৰণতে ক্ৰয় কৰা দেখা যায়।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংকসমূহ লাভৰ সৈতে বন্ধ হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.৪৭ শতাংশ বৃদ্ধিৰে ৬,২২৭.৪২ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে ১৯০.২৪ পইণ্ট অৰ্থাৎ ০.৯৪ শতাংশ জপিয়াই যোৱা অধিবেশনৰ ব্যৱসায় ২০,৩৯৩.১৩ পইণ্টত সমাপ্ত কৰে। ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্যও আজি ০.১৬ শতাংশ বৃদ্ধিৰে ৪৪,৫৫৬.০৭ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপীয় বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল।

এফটিএছই সূচকাংক ০.১২ শতাংশ হ্ৰাস পাই ৮,৭৭৪.৬৯ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংক ০.৯৮ শতাংশ জপিয়াই যোৱা অধিবেশনত ৭,৭৩৮.৪২ পইণ্টত শেষ হয়। ইয়াৰ উপৰিও ডেক্স সূচকাংক ১১৬.৮২ পইণ্ট অৰ্থাৎ ০.৪৯ শতাংশ বৃদ্ধিৰে ২৩,৭৯০.১১ পইণ্টত বন্ধ হয়। আজি এছিয়াৰ বজাৰতো সাধাৰণতে ইতিবাচক পৰিৱেশ দেখা গৈছে।

এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৭খন সূচকাংকই লাভৰ সৈতে সেউজীয়া ৰঙৰ ব্যৱসায় কৰি আছে, আনহাতে ২টা সূচকাংকই হ্ৰাসৰ সৈতে ৰঙা ৰঙৰ ব্যৱসায় কৰিছে। হেং চেং সূচকাংক ২৫০.৭৯ পইণ্ট অৰ্থাৎ ১.০৪ শতাংশৰ দুৰ্বলতাৰ সৈতে ২৩,৯৭০.৬২ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১৪ শতাংশ হ্ৰাস পাই ৪,০০৫.৩১ পইণ্টত উপনীত হৈছে।

আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.০৫ শতাংশ বৃদ্ধিৰে ২৫,৫৪৩.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে নিকেই সূচকাংক ০.১১ শতাংশ বৃদ্ধিৰে ৩৯,৮০৭.৯৮ পইণ্টত উপনীত হৈছে। টাইৱান ওজনযুক্ত সূচকাংক আজি ভাল বৃদ্ধি পাইছে। বৰ্তমান এই সূচকাংক ২০৮.৫৪ পইণ্ট অৰ্থাৎ ০.৯২ শতাংশ সৱলতাৰে ২২,৭৮৬.২৮ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে কোস্পি সূচকাংক ০.৮৫ শতাংশ জপিয়াই ৩,১০১.২৪ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও জাকাৰ্টা কম্পোজিট সূচকাংক ০.২৭ শতাংশ বৃদ্ধিৰে ৬,৮৯৯.৬৮ পইণ্ট, ০.২৫ শতাংশ বৃদ্ধিৰে ১,১১৮.৫০ পইণ্ট আৰু চাংহাই কম্পোজিট সূচকাংক ০.০৭ শতাংশ বৃদ্ধিৰে ৩,৪৫৭.৩৬ পইণ্টত ব্যৱসায় কৰিছে।

—————

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থান
অলংকাৰ বজাৰত সামান্য পতন, সোণ-ৰূপৰ মূল্য হ্ৰাস | BulletsIn
আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰত চাপ, চেন্সেক্স আৰু নিফটি হ্ৰাস
নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাই বিমানবন্দৰত প্ৰভাৱিত বিমান সেৱা
কেৱল নৱেম্বৰৰ প্ৰথম সপ্তাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ ১২,৫৬৯ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ গো মাংস উদ্ধাৰ
Next Article ছিৰিয়াত ইৰাণী সন্ত্ৰাস কোষৰ সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ ইজৰাইলৰ সেনাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?