• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > টাটা ষ্টীলৰ ওপৰত নপৰে আমেৰিকাৰ শুল্কৰ প্ৰত্যক্ষ প্ৰভাৱ, ভাৰতত তীখাৰ চাহিদা বৃদ্ধি: টিভি নৰেন্দ্ৰন
Business

টাটা ষ্টীলৰ ওপৰত নপৰে আমেৰিকাৰ শুল্কৰ প্ৰত্যক্ষ প্ৰভাৱ, ভাৰতত তীখাৰ চাহিদা বৃদ্ধি: টিভি নৰেন্দ্ৰন

CliQ INDIA
Last updated: August 28, 2025 2:26 am
CliQ INDIA
Share
2 Min Read
SHARE
सर दोराबजी टाटा की जयंती पर श्रद्धांजलि

পুৰ্ব সিংভূম, ২৭ আগষ্ট (হি.স.)। বিস্তুপুৰৰ ছাৰ দোৰাবজী টাটা পাৰ্কত ছাৰ দোৰাবজী টাটাৰ জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টাটা ষ্টীলৰ এম ডি আৰু চিইঅ’ টিভি নৰেন্দ্ৰনে কয় যে আমেৰিকাৰ ৫০ শতাংশ আমদানি শুল্কই টাটা ষ্টীলৰ ভাৰতীয় ইউনিটসমূহৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে।

নৰেন্দ্ৰনে কয় যে টাটা ষ্টীলে ভাৰত বা জামছেদপুৰৰ পৰা আমেৰিকালৈ তীখা ৰপ্তানি নকৰে, বৰঞ্চ ইউৰোপৰ কাৰখানাৰ পৰা আমেৰিকাৰ বজাৰলৈ ৰপ্তানি কৰে, য’ত কিছু প্ৰভাৱ সম্ভৱপৰ।

নৰেন্দ্ৰনে লগতে কয় যে ভাৰতত তীখাৰ ঘৰুৱা চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু চৰকাৰে চলাই থকা অৰ্থনৈতিক সংস্কাৰ – যেনে জি এছ টিৰ পৰিৱৰ্তন আৰু নীতি সংস্কাৰ – ভাৰতৰ অৰ্থনীতি আৰু অধিক শক্তিশালী কৰি তুলিছে। যদিও তেওঁ স্বীকাৰ কৰে যে আমেৰিকাৰ শুল্কই বস্ত্ৰ, গহণা আৰু ৰত্ন উদ্যোগত প্ৰভাৱ পেলাব পাৰে, তথাপিও ভাৰত চৰকাৰে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ অবিৰত বৈঠক অনুষ্ঠিত কৰি আছে আৰু উপযুক্ত সমাধান বিচাৰি উলিওৱা হৈছে।

এই উপলক্ষে টাটা ষ্টীলৰ এম ডিয়ে কয় যে কোম্পানীটোৱে যোৱা ১১৯ বছৰ ধৰি দেশৰ সেৱা আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও তেনেকৈয়ে সেৱা আগবঢ়াই যাব। তেওঁ কয় যে টাটা ষ্টীলে হাইড্ৰজেনৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ বাবেও প্ৰচেষ্টা চলাইছে যাতে পৰিৱেশ অনুকূল উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

ছাৰ ডোৰাবজী টাটাৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সকলো লোকে ছাৰ ডোৰাবজী টাটাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ অৱদানক প্ৰণাম জনায়। বক্তাসকলে তেওঁৰ জীৱনৰ পৰা প্ৰেৰণা লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁক এজন প্ৰকৃত জাতীয় সেৱক বুলি অভিহিত কৰে, যিয়ে প্ৰতিকূল পৰিস্থিতিতো দেশৰ বাবে উদ্যোগ আৰু সুযোগ সৃষ্টি কৰিছিল।

টাটা ষ্টীলৰ প্ৰাক্তন ডেপুটি এম ডি ডাঃ টি মুখাৰ্জী, টাটা ৱৰ্কাৰছ ইউনিয়নৰ সভাপতি সঞ্জীৱ চৌধুৰী টুন্নু, টাটা ষ্টীলৰ এম ডি ইউ আই এছ এল ঋতুৰাজ সিনহা, মুখ্য জন বিষয়া অত্ৰাই সন্যাল, উপ সভাপতি পীয়ুষ গুপ্তা, ইউনিয়নৰ সাধাৰণ সম্পাদক সতীশ সিং, উপ সভাপতি শ্বাহনৱাজ আলম, সঞ্জীৱ তিৱাৰী, সঞ্জয় সিং, ৰাজীৱ চৌধুৰী, কোষাধ্যক্ষ অনুষ্ঠানত আমোদ ডুবে, সহকাৰী সম্পাদক নিতেশ ৰাজ, অজয় ​​চৌধুৰী আৰু শ্যামাবাবু উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিত্তমন্ত্ৰী সীতাৰমণৰ আমেৰিকাৰ শুল্কৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস: এফআইইঅ’
ভাৰতত ব্যৱহাৰৰ বাবে আমাৰ স্লিপ এপনিয়া ডিভাইচসমূহ নিৰাপদ: ফিলিপছ
ৰূপৰ উজ্জ্বলতাত হতচকিত অলংকাৰ বজাৰ, চেন্নাই আৰু হায়দৰাবাদত ৰূপৰ মূল্য ২.০৭ লাখ টকা
এছ এণ্ড পিয়ে ছয় শতাংশত অপৰিৱৰ্তিত ৰাখিলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান
দ্বিতীয় ত্ৰৈমাসিকত নেচলে ইণ্ডিয়াৰ লাভ ১৭.৩৭ শতাংশ হ্ৰাস পাই ৭৪৩.১৭ কোটি টকা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিৱসাগৰ জিলাৰ ওপৰ নাজিৰা বৰ নামঘৰত গুৰুজনাৰ দুখনকৈ ভাওনা প্ৰদৰ্শন
Next Article বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, চীন, চৌদি আৰব আৰু ইউ এ ইক সকীয়নী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?