• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ইণ্ডিগ’ এয়াৰলাইন্সে ক্ৰয় কৰিব ৩০খন বহল বডি এ৩৫০ বিমান
Business

ইণ্ডিগ’ এয়াৰলাইন্সে ক্ৰয় কৰিব ৩০খন বহল বডি এ৩৫০ বিমান

CliQ INDIA
Last updated: October 18, 2025 12:31 pm
CliQ INDIA
Share
1 Min Read
SHARE
समझौता ज्ञापन पर हस्ताक्षर का प्रतीकात्मक चित्र
समझौता ज्ञापन पर हस्ताक्षर का प्रतीकात्मक चित्र

নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ইণ্ডিগ’ই এয়াৰবাছৰ সৈতে শুকুৰবাৰে অতিৰিক্ত ৩০খন এ৩৫০-৯০০ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰি মুঠ বহল বডি বিমানৰ অৰ্ডাৰ ৬০টালৈ বৃদ্ধি কৰে।

বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে এয়াৰবাছৰ সৈতে চুক্তিবদ্ধ হৈছে, য’ত এয়াৰবাছ এ৩৫০-৯০০ বিমানৰ ৭০খন ক্ৰয় অধিকাৰৰ ভিতৰত ৩০টাক দৃঢ় অৰ্ডাৰলৈ ৰূপান্তৰ কৰাটো নিশ্চিত কৰা হৈছে।

কোম্পানীটোৰ মতে, “ইণ্ডিগ’ৱে এতিয়া বহল (ৱাইড) বডি বিমানৰ অৰ্ডাৰ ৩০ৰ পৰা ৬০খন এয়াৰবাছ এ৩৫০-৯০০ বিমানলৈ বৃদ্ধি কৰিছে।” এই অতিৰিক্ত ৩০খন বিমানৰ বাবে জুন মাহত দুয়োপক্ষই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৰ্তমান ইণ্ডিগোৰ ৪০০ৰো অধিক বিমানৰ বহৰ আছে।

মন কৰিবলগীয়া যে দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে। এতিয়া ইয়াৰ হাতত আৰু ৪০খন এ৩৫০ শ্ৰেণীৰ বিমানৰ ক্ৰয়ৰ অধিকাৰ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

গহণা বজাৰ উত্থান, সোণ আৰু ৰূপৰ দৰ বৃদ্ধি
ঘৰুৱা শ্বেয়াৰ বজাৰত চাপ অব্যাহত, চেন্সেক্স আৰু নিফ্টি অৱনমিত
নালছাৰ বিশ্ববিদ্যালয় আৰু আইচিএছআইৰ যৌথভাৱে হায়দৰাবাদত ৰাষ্ট্ৰীয় সন্মিলন কৰ্প-কন ২০২৫ আয়োজন
(বাৰ্ষিক-২০২৫) শ্বেয়াৰ বজাৰত শীৰ্ষ ৫ টা লোকচনাকৰ্তা, অলা আৰু এছ কে এফ ইণ্ডিয়া চামিল
অলংকাৰ বজাৰত সামান্য অৱনমন, হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মহিলা বিশ্বকাপঃ উলভাৰ্ড আৰু ব্ৰিটিছৰ অৰ্ধশতকৰ সহায়ত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত
Next Article ট্ৰাম্প-জেলেনস্কিৰ আলোচনাৰ পিছত ইউৰোপীয় নেতাসকলৰ ইউক্ৰেইনৰ প্ৰতি অটল দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?