• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ‘খুতবাত-ই-মোডী’ নামৰ গ্ৰন্থখনে জনসাধাৰণৰ মাজলৈ লৈ যাব প্ৰধানমন্ত্ৰীৰ দেশপ্ৰেম আৰু উন্নয়নৰ বাৰ্তা : ধৰ্মেন্দ্ৰ প্ৰধান
National

‘খুতবাত-ই-মোডী’ নামৰ গ্ৰন্থখনে জনসাধাৰণৰ মাজলৈ লৈ যাব প্ৰধানমন্ত্ৰীৰ দেশপ্ৰেম আৰু উন্নয়নৰ বাৰ্তা : ধৰ্মেন্দ্ৰ প্ৰধান

CliQ INDIA
Last updated: January 6, 2026 9:45 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে ৰাষ্ট্ৰীয় উৰ্দু ভাষা উন্নয়ন পৰিষদৰ দ্বাৰা প্ৰকাশিত খুতবাত-ই-মোডী নামৰ গ্ৰন্থখন উন্মোচন কৰে। এই গ্ৰন্থখন ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা স্বাধীনতা দিৱসৰ ভাষণৰ উৰ্দু সংকলন।

এই উপলক্ষে প্ৰধানে কয় যে প্ৰায় ছয় কোটি উৰ্দুভাষী ভাই-ভনীৰ বাবে প্ৰকাশিত এই গ্ৰন্থখনে প্ৰধানমন্ত্ৰীৰ চিন্তাধাৰা, সংকল্প, দৃষ্টিভংগীক একত্ৰিত কৰিছে, স্বচ্ছ ভাৰতৰ পৰা উন্নত ভাৰতলৈ। এই গ্ৰন্থখনে নাগৰিকক দেশৰ আশা-আকাংক্ষা আৰু প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাধাৰাৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ, য’ত অন্ত্যোদয়, দৰিদ্ৰ কল্যাণ, স্বচ্ছ ভাৰত আৰু উজ্জ্বলা যোজনাৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ সপোন এই গ্ৰন্থৰ জৰিয়তে পাঠকৰ মাজলৈ লৈ যোৱা হৈছে। এনেধৰণৰ গ্ৰন্থ নাগৰিকসকলক দেশৰ লক্ষ্য, আকাংক্ষা, প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী মাধ্যম হৈ পৰে।

তেওঁ কয় যে এই গ্ৰন্থখন দেশৰ প্ৰতিটো পুথিভঁৰালত উপলদ্ধ হ’ব লাগে, যাতে সমাজত ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ সন্দৰ্ভত ব্যাপক চৰ্চা হ’ব পাৰে। ভাৰতৰ চহকী ঐতিহ্য, সংস্কৃতি, জ্ঞান পৰম্পৰাৰ সৈতে জড়িত উৰ্দু ভাষাত যিমান পাৰি সিমান প্ৰকাশন প্ৰকাশ কৰিবলৈও প্ৰধানে ৰাষ্ট্ৰীয় উৰ্দু ভাষা উন্নয়ন পৰিষদক পৰামৰ্শ দিয়ে।

তেওঁ ‘খুতবাত-ই-মোডী’ৰ প্ৰশংসনীয় প্ৰকাশৰ বাবে পৰিষদক অভিনন্দন জনায় আৰু এই গ্ৰন্থখনে প্ৰধানমন্ত্ৰীৰ সংকল্প আৰু ধাৰণাসমূহ সাধাৰণ জনতা, বুদ্ধিজীৱী আৰু যুৱক-যুৱতীসকলৰ মাজত ফলপ্ৰসূভাৱে প্ৰেৰণ কৰাত সহায়ক ৰূপে প্ৰমাণিত হ’ব বুলি আশা প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ আজি বিহাৰত দুখনকৈ বৃহৎ সমাৱেশ
ধৰালী দুৰ্যোগঃ স্বাস্থ্য বিভাগ সতৰ্ক, দুন চিকিৎসা মহাবিদ্যালয় আৰু এইমছ ঋষিকেশত সংৰক্ষিত বিচনা
জি এছ টিৰ পৰিৱৰ্তন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে – সাধাৰণ জনতাক সকাহ দিয়াৰ লগতে অৰ্থনীতি শক্তিশালী কৰাৰ এক পদক্ষেপ
কেজৰিৱাল আৰু ছিচোদিয়াৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ অৱমাননা শুনানিয়ে ৰাজনৈতিক দৃষ্টি আকৰ্ষণ কৰিছে।
এচআইআৰ বিষয়ক লৈ সংসদত বিৰোধীৰ হুলস্থুলৰ সৃষ্টি, কাম কাজ স্তব্ধ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইৰাণৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আগ্ৰহক লৈ কৌতুহলৰ সৃষ্টি
Next Article কামৰূপ (ম) জিলা আয়ুক্ত হিচাপে স্বপ্নীল পালৰ দায়িত্বভাৰ গ্ৰহণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?