• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > মহিলাৰ এইচ আই এল ২০২৫-২৬: দুৰ্বল আৰম্ভণিৰ পিছত মুখ্য প্ৰশিক্ষক জুড মেনেজেছক আঁতৰালে সুৰমা হকী ক্লাব
Sports

মহিলাৰ এইচ আই এল ২০২৫-২৬: দুৰ্বল আৰম্ভণিৰ পিছত মুখ্য প্ৰশিক্ষক জুড মেনেজেছক আঁতৰালে সুৰমা হকী ক্লাব

CliQ INDIA
Last updated: January 5, 2026 7:15 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। হকী ইণ্ডিয়া লীগৰ মহিলা দল সুৰমা হকী ক্লাবে চলিত ২০২৫-২৬ ছিজনত হতাশাজনক প্ৰদৰ্শনৰ অন্তত মুখ্য প্ৰশিক্ষক জুড মেনেজেছৰ সৈতে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। দেওবাৰে ক্লাবটোৱে আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰি দলটোৰ দুৰ্বল ফলাফলৰ বাবেই এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে।

পূৰ্বৰ ছিজনত (২০২৪-২৫) সুৰমা হকী ক্লাবে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৰানাৰ্ছ আপৰ স্থান দখল কৰে। অৱশ্যে চলিত ছিজনত দলটোৰ আৰম্ভণি বেয়া হৈছে। এই পৰ্যন্ত চাৰিওখন মেচত পৰাস্ত হোৱা দলটোৱে পইণ্ট তালিকাত দুৰ্বল অৱস্থাত ৰাখিছে।

সুৰমা হকী ক্লাবৰ লীগত আৰু দুখন মেচ খেলিবলগীয়া আছে, ৰাঞ্চি ৰয়েলছ আৰু শ্ৰাচি বেংগল টাইগাৰ্ছৰ বিৰুদ্ধে। এই গুৰুত্বপূৰ্ণ মেচসমূহৰ পূৰ্বে দল পৰিচালনা সমিতিয়ে প্ৰশিক্ষক কৰ্মচাৰীক পুনৰ গঠন কৰি এক নতুন দিশ প্ৰদানৰ চেষ্টা কৰিছে।

প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহৰ বাবে ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা দলৰ গুৰু ৰাণী ৰামপালক অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ক্লাবটোৱে। বৰ্তমানৰ প্ৰশিক্ষক কৰ্মচাৰীয়ে সহায় কৰিব ৰাণী ৰামপালক। তেওঁৰ নেতৃত্বত দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।

সুৰমা হকী ক্লাবৰ পৰিচালনা সমিতিৰ মতে এই পৰিৱৰ্তনে দলৰ আত্মবিশ্বাস আৰু কৌশল উন্নত কৰাত সহায় কৰিব। সকলোৰে দৃষ্টি এতিয়া ৰাণী ৰামপালৰ নিৰ্দেশনাত আগন্তুক মেচসমূহৰ ওপৰত, য’ত দলটোৱে সন্মানজনক প্ৰত্যাৱৰ্তনৰ বাবে চেষ্টা কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভাৰত-শ্ৰীলংকা ক্ৰিকেট মেচ, ভাৰত দল শ্ৰীলংকা ভ্ৰমণ | BulletsIn
ভাৰতৰ ইতিহাস সৃষ্টি- এছিয়ান পেৰা গেমছত ১০০টা পদক সম্পূৰ্ণ, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
মহিলা টি-২০ বিশ্বকাপঃ অনুশীলন মেচত ভাৰতৰ ৱেষ্ট ইণ্ডিজক পৰাজিত; অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ জয়লাভ | BulletsIn
ইডেন গাৰ্ডেনত উচ্চ বাজি, য’ত ভাৰতে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব এক ভাৰ্চুৱেল কোৱাৰ্টাৰ ফাইনেলৰ মহাৰণত।
T20 বিশ্বকাপ ২০২৬ পইণ্ট তালিকা ভাৰত বনাম নেদাৰলেণ্ডৰ সংঘৰ্ষৰ পিছত আপডেট কৰা হ’ল, যিহেতু চুপাৰ ৮ লাইনআপ চূড়ান্ত কৰা হ’ল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কলিয়াবৰত আৰক্ষীৰ অভিযানত পাঁচটা চুৰি গৰু সহ জব্দ বাহন,দুজন গৰু চোৰ কৰায়ত্ত
Next Article (ৰাউণ্ডআপ) দেশৰ প্ৰতিটো খণ্ডই সংস্কাৰ এক্সপ্ৰেছত উঠিছে, ক্ৰীড়া খণ্ডতো বৃহৎ সংস্কাৰ : নৰেন্দ্ৰ মোডী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?