• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰাটনগৰত শনি আৰু কালি মন্দিৰত প্ৰাৰ্থনা
International

নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰাটনগৰত শনি আৰু কালি মন্দিৰত প্ৰাৰ্থনা

CliQ INDIA
Last updated: January 3, 2026 7:40 pm
CliQ INDIA
Share
1 Min Read
SHARE

বিৰাটনগৰ (নেপাল), ০৩ জানুৱাৰী (হি.স.)। নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে সীমান্ত অতিক্ৰম কৰি শনিবাৰে জেন জি আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে বিৰাটনগৰত উপস্থিত হয়। সমৰ্থক বা ৰজাঘৰীয়া দলৰ নেতাক খবৰ নিদিয়াকৈ তেওঁ বিৰাটনগৰত উপস্থিত হয়।

হঠাৎ ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ আগমন দেখি মানুহে ৰাস্তাত ৰৈ তেওঁৰ সমৰ্থনত শ্লোগান দিয়ে। প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে বিৰাটনগৰৰ জলজালা চকত থকা শিৱ মন্দিৰ আৰু কালি মন্দিৰ পৰিদৰ্শন কৰি শনি মহাৰাজ আৰু মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায়।

প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে বিৰাটনগৰৰ বিখ্যাত শক্তিপীঠ কালী মন্দিৰ পৰিদৰ্শন কৰি দেৱীক প্ৰাৰ্থনা কৰে। তেওঁ শক্তিপীঠ মা কালি মন্দিৰত প্ৰায় ১৭ মিনিট সময় থাকিল।

মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ মীনাক্ষী নেপালে তেওঁক ফুলৰ থোপা আৰু মালাৰে আদৰণি জনায়। মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষই প্ৰাক্তন ৰজাক মন্দিৰৰ চৌপাশৰ বিষয়ে অৱগত কৰে।

মৰং জিলা আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ ঝাপা জিলাৰ ডামাকৰ পৰা কালি মন্দিৰ পৰিদৰ্শন কৰিবলৈ বিৰাটনগৰলৈ আহিছিল। দৰ্শন শেষ কৰি তেওঁ জিৰণি আৰু খাদ্যৰ বাবে ইটহাৰীৰ ছল্টী হোটেললৈ ৰাওনা হয়। মৰাং আৰক্ষী অধীক্ষক এছ পি কৱিত কতৱালে ডমাক-ইটাহৰী-বিৰাটনগৰ হৈ ইটহাৰীলৈ উভতি অহাৰ কথা জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তানৰ আৰক্ষী থানাত বিস্ফোৰণ, শিশু নিহত, ৩১ জন আহত | BulletsIn
কেজৰিৱালক গ্ৰেপ্তাৰ সন্দৰ্ভত জাৰ্মান বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য, ভাৰতৰ তীব্ৰ বিৰোধিতা
মধ্যমপন্থী ৰড্ৰিগো পাজ হ’ব বলিভিয়াৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি, বাওঁপন্থী জৰ্জ কুইৰোগা নিৰ্বাচনত পৰাস্ত
তেল আভিভত ইউপিআই মুকলি হোৱাৰ লগে লগে ভাৰত আৰু ইজৰাইলে সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে
দীৰ্ঘদিনীয়া ৰোগ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ঘোষণা নাকচ কৰিলে আমেৰিকাই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article তাৰা ছুটাৰিয়াই যশৰ ‘টক্সিক’ অভিনেতা-অভিনেত্ৰীত যোগদান কৰে, ৰেবেকাই প্ৰকাশ কৰা প্ৰথম আভাস
Next Article ইতিহাসৰ পৃষ্ঠাত ৪ জানুৱাৰীঃ ব্ৰেইল লিপিয়ে অন্ধ লোকসকলক দিলে নতুন দৃষ্টিশক্তি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?