• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইৰাণক কঠোৰ সতৰ্কবাণী ট্ৰাম্পৰ : মিছাইল বা পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ হ’লে ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত
International

ইৰাণক কঠোৰ সতৰ্কবাণী ট্ৰাম্পৰ : মিছাইল বা পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ হ’লে ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত

CliQ INDIA
Last updated: December 30, 2025 5:10 pm
CliQ INDIA
Share
2 Min Read
SHARE

ৱাশ্বিংটন, ৩০ ডিচেম্বৰ (হি.স.)। ইৰাণৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ সকীয়াই দিয়ে যে যদি ইৰাণে নিজৰ বেলিষ্টিক মিছাইল প্ৰগ্ৰেম পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে তেন্তে আমেৰিকাই পুনৰ সামৰিক আক্ৰমণ চলাব পাৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, আমি খবৰ পাইছো যে ইৰাণে পুনৰ নিজৰ কাৰ্যসূচী শক্তিশালী কৰাৰ চেষ্টা কৰিছে। যদি তেনেকুৱা হয় তেন্তে আমি পুনৰ ইয়াক বন্ধ কৰিব লাগিব। আমি শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিম।

ইৰাণে যদি নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে তেন্তে আমেৰিকাই তৎক্ষণাত আক্ৰমণৰ সমৰ্থন কৰিব বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে। তেওঁ ইৰাণক পৰামৰ্শ দিয়ে যে সংঘাটৰ সন্মুখীন হোৱাতকৈ আমেৰিকাৰ সৈতে আপোচ কৰাটোৱেই বুদ্ধিমানৰ কাম হ’ব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, তেওঁলোকৰ বাবে আপোচ কৰাটো ভাল হ’ব। তেওঁলোকৰ আগতেও সুযোগ আছিল, কিন্তু তেওঁলোকে তেনে কৰা নাছিল, আৰু তাৰ পিছত তেওঁলোকে এক বৃহৎ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত বোমা বিস্ফোৰণ কৰিছিল, যিটোক ট্ৰাম্পে এক বৃহৎ সামৰিক সফলতা বুলি অভিহিত কৰিছিল। যোৱা কেইটামান সপ্তাহত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে দাবী কৰিছে যে ইৰাণে পুনৰবাৰ বেলিষ্টিক মিছাইল কাৰ্যসূচী সম্প্ৰসাৰণ কৰিছে। বিশ্বাস কৰা হৈছে যে নেতানিয়াহুৱে এই বিষয়ত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ ট্ৰাম্পক আহ্বান জনাব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

আজিৰ পৰা আমেৰিকাত এইচ-১বি ভিছাৰ নতুন নিয়ম কাৰ্যকৰী,হোৱাইট হাউছৰ স্পষ্টীকৰণ
অষ্ট্ৰেলিয়াঃ ভাৰতীয় মূলৰ গৰ্ভৱতী আই টি বিশেষজ্ঞৰ পথ দুৰ্ঘটনাত মৃত্যু
ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে পেন্টাগনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ , লেটিন আমেৰিকাত নিয়োজিত হ’ব যুদ্ধজাহাজ
বাল্টিমোৰ দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা ছয়জন লোকক মৃত ঘোষণা, অনুসন্ধান অভিযান অন্ত
ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ গাজাপট্টীত আকাশৰ পৰা স্থলভাগলৈকে ঘেৰাও, খান ইউনিছত সংঘৰ্ষ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰৰ আৰম্ভণিৰ ব্যৱসায়ত উত্থান পতন, চেন্সেক্স আৰু নিফ্টিৰ সামান্য অৱনমন
Next Article আজি ৰামেশ্বৰত কাশী তামিল সংগমৰ সামৰণি অনুষ্ঠান, উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?