• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > চতুৰ্থ এছেজ টেষ্টৰ বাবে প্ৰস্তুত হোৱা মেলবৰ্ণৰ পিটচখনক আইচিচিয়ে অসন্তুষ্টিজনক বুলি অভিহিত
Sports

চতুৰ্থ এছেজ টেষ্টৰ বাবে প্ৰস্তুত হোৱা মেলবৰ্ণৰ পিটচখনক আইচিচিয়ে অসন্তুষ্টিজনক বুলি অভিহিত

CliQ INDIA
Last updated: December 30, 2025 6:31 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৫-২৬ বৰ্ষৰ এছেছ শৃংখলাৰ চতুৰ্থখন টেষ্টৰ বাবে মেলবৰ্ণ ক্ৰিকেট খেলপথাৰৰ পিচটখনক অসন্তুষ্টিজনক বুলি ৰেটিং দিছে। এই পিচটখনক ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন খেলুৱৈৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে।

মাত্ৰ দুদিনৰ ভিতৰতে বক্সিং ডে’ টেষ্ট সমাপ্ত হৈছিল আৰু ইয়াত ইংলেণ্ডে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডৰ ১৫ বছৰৰ পাছত অষ্ট্ৰেলিয়াত প্ৰথম টেষ্ট জয়। এই পৰাজয়ৰ পিছতো অষ্ট্ৰেলিয়াই ৩-১ ব্যৱধানত শৃংখলাত আগবাঢ়ি আছে।

আইচিচিৰ চাৰিটা স্তৰৰ পিটচ ৰেটিং ব্যৱস্থাত অসন্তুষ্টিজনকক তৃতীয় শ্ৰেণী হিচাপে গণ্য কৰা হয়। আইচিচিৰ মতে, এই শিতানৰ এখন পিটচ হ’ল এনে এখন পিটছ যিয়ে বেট আৰু বলৰ মাজত সুষম প্ৰতিযোগিতাৰ অনুমতি নিদিয়ে আৰু বলাৰসকলক অত্যধিক সহায় আগবঢ়ায়, যাৰ ফলত ছিম বা স্পিনৰ বাবে অত্যধিক উইকেট লোৱাৰ সুযোগ সৃষ্টি হয়।

মন কৰিবলগীয়া যে এই একেখন মেলবৰ্ণ পিটচে পূৰ্বৰ তিনিখন বক্সিং ডে’ টেষ্টত আইচিচিৰ পৰা “অতি ভাল” ৰেটিং লাভ কৰিছিল যদিও এইবাৰ ই মানদণ্ড পূৰণ কৰিব নোৱাৰিলে।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ মুৰব্বী জেমছ অলছপে নিজৰ হতাশা প্ৰকাশ কৰি কয় যে, তৃতীয় আৰু চতুৰ্থ দিনৰ বাবে টিকট থকা দৰ্শকৰ লগতে এই মেচখন চাবলৈ উৎসাহিত হোৱা অষ্ট্ৰেলিয়া আৰু বিশ্বৰ লাখ লাখ অনুৰাগীৰ বাবেও আমি হতাশ। পিটচখনে এমচিজিৰ পৰম্পৰাগত পৰিচয় অৰ্থাৎ বেট আৰু বলৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হ’ল।

পিটচ কিউৰেটৰ মেট পেজেও মেচখনৰ পিছত নিজৰ হতাশা আৰু আশ্চৰ্য্য প্ৰকাশ কৰে।

তেওঁ কয়, মই সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিলোঁ। মই আগতে কেতিয়াও এনেকুৱা টেষ্ট মেচৰ সাক্ষী হোৱা নাই, আৰু আশা কৰিছো যে আৰু কেতিয়াও অনুভৱ নকৰো। দুদিনত যিখিনি ঘটিল সেয়া ৰোলাৰ ক’ষ্টাৰ ৰাইডতকৈ কম নাছিল।

মেলবৰ্ণ টেষ্ট খেলপথাৰ সন্দৰ্ভত উত্থাপিত এই প্ৰশ্নবোৰে ক্ৰিকেট জগতত পুনৰবাৰ পিটচৰ মানদণ্ড আৰু টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ বিতৰ্কৰ সূচনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত ৮২ টা পদকেৰে অসমৰ তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন
আই এছ এল : বেংগালুৰু এফ চিৰ বিৰুদ্ধে ঘৰুৱা মেচত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু ওডিছা
নাথান লায়নৰ ইতিহাস গঢ়ি টেষ্ট ক্ৰিকেটৰ ষষ্ঠ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত
শতকৰ পৰা এখোজ দূৰত জো ৰুট, নীতিশ ৰেডীৰ দ্বৈত প্ৰহাৰৰ বাবে ইংলেণ্ডৰ আৰম্ভণি থৰক বৰক
১৭ বছৰৰ পাছত ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ শৃংখলা জয়, ইংলেণ্ডক ৫ উইকেটত পৰাজিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বনভোজ দলৰ উপস্থিতিত উথপথপ লালুক কাছজুলি
Next Article ‘দৃশ্যম ৩’ গোৱাৰ সূচীত জয়দীপ আহলাৱতৰ যোগদান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?