• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হ’ব পাৰে পেট কামিন্স, হেজলউড আৰু টিম ডেভিদ
Sports

টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হ’ব পাৰে পেট কামিন্স, হেজলউড আৰু টিম ডেভিদ

CliQ INDIA
Last updated: December 29, 2025 6:10 pm
CliQ INDIA
Share
3 Min Read
SHARE

মেলবৰ্ণ, ২৯ ডিচেম্বৰ (হি.স.)। আঘাতৰ উদ্বেগ সত্ত্বেও অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স, বেগী বলাৰ জোছ হেজলউড আৰু বিস্ফোৰক বেটছমেন টিম ডেভিদক অষ্ট্ৰেলিয়াৰ অস্থায়ী টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কামিন্সৰ বিশ্বকাপত অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী আছে।

জুলাই মাহত পিঠিত (লাম্বাৰ ষ্ট্ৰেইন) আঘাত পোৱাৰ পিছত পেট কামিন্সে মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। ইংলেণ্ডৰ বিৰুদ্ধে এডিলেইড টেষ্টত তেওঁ উজ্জ্বল বলিং কৰিছিল যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডে তৎক্ষণাত তেওঁক সমগ্ৰ ছিৰিজৰ পৰা বাহিৰ কৰিছিল। দল পৰিচালনা কোনো ধৰণৰ ৰিস্ক ল’বলৈ অনিচ্ছুক।

অষ্ট্ৰেলিয়াৰ মুখ্য প্ৰশিক্ষক এণ্ড্ৰু মেকড’নাল্ডে প্ৰকাশ কৰে যে আইচিচিৰ ২ জানুৱাৰীৰ সময়সীমাৰ পূৰ্বে ঘোষণা কৰা হ’ব ১৫ জনীয়া অস্থায়ী দলটোত কামিন্সৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে তেওঁৰ ফিটনেছ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত বিশ্বকাপৰ ওচৰতে লোৱা হ’ব। চাৰি সপ্তাহৰ পাছত কামিন্সৰ আন এটা স্কেন কৰা হ’ব, যাৰ ফলত তেওঁৰ উপলব্ধতাৰ বিষয়ে স্পষ্টতা আহিব।

মেকড’নাল্ডে এক বিবৃতিত কয় যে, চাৰি সপ্তাহৰ পিছত পেটৰ স্কেন কৰা হ’ব, যাৰ ফলত বিশ্বকাপৰ বাবে তেওঁৰ অৱস্থাৰ স্পষ্ট ছবি পোৱা যাব। তেওঁক দলত অন্তৰ্ভুক্ত কৰা হ’ব, আৰু চিকিৎসা প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব।

মন কৰিবলগীয়া যে কেৰিবিয়ানত অনুষ্ঠিত হোৱা যোৱা টি-২০ বিশ্বকাপৰ পিছত কামিন্সে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলা নাই।

ইফালে জোছ হেজলউড ফিট হোৱাৰ সম্ভাৱনা আছে। এই ছিজনত ভাৰতৰ বিৰুদ্ধে টি-২০ ছিৰিজত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও হামষ্ট্ৰিং আৰু একিলিছৰ আঘাতৰ বাবে তেওঁ সমগ্ৰ এছেছ ছিৰিজত অংশ ল’ব নোৱাৰিলে। মেকড’নাল্ডৰ মতে, হেজলউডে পুনৰ বলিং আৰম্ভ কৰিছে আৰু যথা সময়ত ফিট হ’ব লাগে।

গুৰুত্বপূৰ্ণ মিডল অৰ্ডাৰ বেটছমেন টিম ডেভিদো আঘাতৰ বাবে চিন্তাৰ বিষয় হৈয়ে আছে। বক্সিং ডে’ত বিগ বেছ লীগ (বিবিএল)ৰ সময়ত তেওঁৰ হামষ্ট্ৰিং ষ্ট্ৰেইন হৈছিল আৰু সোমবাৰে তেওঁৰ স্কেন কৰাৰ কথা আছিল। অৱশ্যে এই আঘাত আই পি এলত পূৰ্বৰ হামষ্ট্ৰিং আঘাতৰ পৰা পৃথক বুলি প্ৰকাশ পাইছে, যাৰ ফলত তেওঁ দুমাহ ধৰি খেলিব নোৱাৰিলে।

প্ৰশিক্ষক মেকড’নাল্ডে টিম ডেভিদৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, আমি স্কেনৰ পিছতহে গম পাম যে পেশী বা টেণ্ডনৰ আঘাত। কিন্তু যিয়েই নহওক, সময়সীমা টিমৰ বাবে অনুকূল হ’ব, আৰু তেওঁ বিশ্বকাপৰ বাবে উপলব্ধ হ’ব।

অহা ১১ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াই প্ৰথমখন টি-২০ বিশ্বকাপৰ মেচ খেলিব। গ্ৰুপ পৰ্যায়ত ইয়াৰ প্ৰথম দুখন মেচ আয়াৰলেণ্ড আৰু জিম্বাবুৱেৰ বিৰুদ্ধে। ১৬ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁলোকৰ খেলখনেও টিম ডেভিদে অতিৰিক্ত সময় দিব পাৰে।

বিগ বেছ লীগৰ প্ৰদৰ্শন বা অন্যান্য আঘাতৰ ওপৰত ভিত্তি কৰিও অস্থায়ী দলৰ পৰিৱৰ্তন সম্ভৱ। বিশ্বকাপ আৰম্ভ হোৱাৰ ঠিক আগতেই দলটোক চূড়ান্ত কৰা হ’ব।

বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ দলটোৱে জানুৱাৰীৰ শেষৰ ফালে পাকিস্তান ভ্ৰমণ কৰি তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। এই সূচীৰ বাবেই বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত খেলুৱৈসকলে বিগ বেছ লীগৰ ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

হাজোৰ বিহদিয়াত মুকলি বডী বিল্ডিং প্ৰতিযোগিতা | BulletsIn
কলকাতা নাইট রাইডাৰ্স হাইদ্রাবাদক পরাভূত করে, সুনীল নারিন ঐতিহাসিক ২০০ আইপিএল উইকেট অর্জন করে
আমগুৰিৰ আৰ্চাৰী খেলুৱৈ উদেষ্ণা ফুকনৰ সফলতা
টাটা ষ্টীল মাষ্টাৰছ দবা প্ৰতিযোগিতাৰ ৮ম ৰাউণ্ড: প্ৰাগনানন্দ আৰু গুকেশৰ মাজত ড্ৰ’ | BulletsIn
২১৪ ভাৰতীয় আৰু ১১৯ বিদেশী খেলুৱৈসহ মুঠ ৩৩৩ গৰাকী ক্ৰিকেটাৰ আই পি এল ২০২৪ৰ নিলামত অন্তৰ্ভুক্ত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ওদালগুৰিৰ গলেক্সি লজচ মৃতদেহ উদ্ধাৰ
Next Article দেশপ্ৰেম আৰু বিচ্ছেদৰ সংগম, বৰ্ডাৰ ২ৰ ঘৰ কব আওগে গীতটোৰ টিজাৰ মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?