• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > এটকিনছনৰ আঘাতৰ বাবে ইংলেণ্ডৰ বিপৰ্যয়, হামষ্ট্ৰিং আঘাতৰ ফলত খেলপথাৰৰ পৰা বাহিৰ
Sports

এটকিনছনৰ আঘাতৰ বাবে ইংলেণ্ডৰ বিপৰ্যয়, হামষ্ট্ৰিং আঘাতৰ ফলত খেলপথাৰৰ পৰা বাহিৰ

CliQ INDIA
Last updated: December 27, 2025 5:00 pm
CliQ INDIA
Share
2 Min Read
SHARE

মেলবৰ্ণ, ২৭ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়া ভ্ৰমণত ইংলেণ্ডৰ দ্ৰুত বলিং ইউনিটে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইংলেণ্ডৰ বেগী বলাৰ গাছ এটকিনছনে বক্সিং ডে’ টেষ্টৰ দ্বিতীয় দিনা বাওঁ হামষ্ট্ৰিংত আঘাতৰ বাবে খেলপথাৰ এৰি থৈ যায়।

দ্বিতীয় দিনা নাইটৱাচমেন স্কট ব’লেণ্ডক আউট কৰি এটকিনছনে ইংলেণ্ডক আগতীয়াকৈ ব্ৰেকথ্ৰু প্ৰদান কৰিছিল যদিও পঞ্চম অভাৰৰ শেষ বলৰ সময়ত অস্বস্তিৰ সন্মুখীন হোৱা যেন দেখা গৈছিল। তেওঁ প্ৰায় ৬১ মাইল প্ৰতি ঘণ্টাত (৯৮ কিলোমিটাৰ প্ৰতি ঘণ্টা) বেগত বলিং কৰিছিল আৰু লগে লগে তেওঁৰ বাওঁফালৰ হামষ্ট্ৰিং ধৰিছিল। ইয়াৰ পিছত তেওঁ পোনে পোনে ড্ৰেছিং ৰুমলৈ ৰাওনা হয়, য’ত তেওঁৰ চিকিৎসাৰ মূল্যায়ন কৰা হয়। তেওঁৰ ঠাইত অলি পোপে বিকল্প ফিল্ডাৰ হিচাপে খেলিছিল।

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত এটকিনছনে খেলপথাৰলৈ উভতি নাহিল আৰু এতিয়া ছিডনীত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টেষ্টৰ বাবে সন্দেহজনক বুলি গণ্য কৰা হৈছে। ইংলেণ্ড দলৰ এগৰাকী মুখপাত্ৰই কয় যে, গাছ এটকিনছনে বলিং কৰাৰ সময়ত বাওঁফালৰ হামষ্ট্ৰিং জঠৰতা অনুভৱ কৰিছিল। অহা কেইঘণ্টামানৰ ভিতৰত তেওঁৰ অৱস্থাৰ মূল্যায়ন কৰা হ’ব।

প্ৰথম দিনাই এটকিনছনে ১৪ অভাৰত ২৮ ৰানত ২ উইকেট দখল কৰে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সময়ত সোঁহাতৰ আঘাতৰ বাবে তেওঁ টেষ্ট মেচত সীমাবদ্ধ আছিল। জিম্বাবুৱেৰ বিৰুদ্ধে আঘাতৰ বাবে তেওঁ শৃংখলাৰ পৰা বাহিৰ হৈছিল। প্ৰথম দুখন এছেছ টেষ্টত তেওঁ তিনিটা উইকেট দখল কৰিছিল যদিও এডিলেইড টেষ্টৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পাছতে তেওঁক এম চি জিত চলি থকা চতুৰ্থখন টেষ্টৰ বাবে পুনৰ আহ্বান কৰা হয়।

অষ্ট্ৰেলিয়া ভ্ৰমণত ইংলেণ্ডৰ দ্ৰুত বলিঙৰ শেহতীয়া আঘাত এটকিনছনৰ এই আঘাত। প্ৰথমখন টেষ্টত মাত্ৰ ১১ অভাৰত বলিং কৰি আঁঠুৰ আঘাতৰ বাবে ঘৰলৈ উভতি অহা প্ৰবীণ বেগী বলাৰ মাৰ্ক উড, আনহাতে জোফ্ৰা আৰ্চাৰে পাৰ্শ্বক্ৰিয়াৰ বাবে অন্তিম দুখন টেষ্টৰ পৰা বাহিৰ হৈছে।

ইংলেণ্ডৰ হাতত এতিয়াও এই শৃংখলাৰ বাবে নিৰ্বাচিত নোহোৱা দুজন বেগী বলাৰ আছে— ৩৬টা টেষ্ট উইকেট দখল কৰা মেথিউ পটছ আৰু উডৰ সলনি দলত অন্তৰ্ভুক্ত হোৱা মেথিউ ফিচাৰ। অফ স্পিনাৰ শ্বোয়াইব বছিৰেও এতিয়াও অষ্ট্ৰেলিয়াত টেষ্টত অভিষেক ঘটাব পৰা নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

মহিলাৰ এদিনীয়া বিশ্বকাপঃ দীপ্তি শৰ্মাৰ অল ৰাউণ্ড প্ৰদৰ্শন, ভাৰতৰ হাতত শ্ৰীলংকা ৫৯ ৰানত পৰাজিত
লিজেণ্ড ৯০ লীগঃ ধৱনৰ অধিনায়কত্বত দিল্লী ৰয়েলছৰ হৈ খেলিব ৰছ টেইলৰ, ক’লে- ‘ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিবলৈ মই উচ্ছ্বসিত’ | BulletsIn
খুমটাইৰ নৰাগাঁৱত নিৰ্মাণ সম্পূৰ্ণ আটকধুনীয়া ষ্টেডিয়াম
কোপা আমেৰিকা (মহিলা): ১০ জনীয়া ব্ৰাজিলৰ সৈতে কলম্বিয়াৰ গ’লবিহীন ড্ৰ’ত
আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষিত উছেইন ব’ল্ট

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article তিনিচুকীয়াত বিজেপি নেতা কুলদ্বীপ সিং চেংগাৰ পুত্তলিকা দাহ
Next Article ছলমান খানৰ জন্মদিনত বিশেষ পদক্ষেপ, ৰং বিৰিঙৰ পোহৰেৰে আলোকিত মুম্বাই ছি লিংক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?