• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আৰএছএছৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে সামাজিক-সাংস্কৃতিক চেতনাৰ ওপৰত চৰ্চা
National

আৰএছএছৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে সামাজিক-সাংস্কৃতিক চেতনাৰ ওপৰত চৰ্চা

CliQ INDIA
Last updated: December 10, 2025 7:55 pm
CliQ INDIA
Share
2 Min Read
SHARE
আৰএছএছৰ সৰ্বভাৰতীয় কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰ
হিন্দুস্থান সমাচাৰৰ গোট সম্পাদক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ অধ্যক্ষ ৰাম বাহাদুৰ ৰায়
হিন্দুস্থান সমাচাৰ গোটৰ অধ্যক্ষ অৰবিন্দ ভালচান্দ মাৰ্ডিকাৰ

– সমগ্ৰ সময়ছোৱাত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আৰএছএছৰ সৰ্বভাৰতীয় কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰ

নতুন দিল্লী, ১০ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰতিষ্ঠাৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উমৈহতীয়া প্ৰেক্ষাগৃহত হিন্দুস্থান সমাচাৰৰ তৰফৰ পৰা সামাজিক-সাংস্কৃতিক চেতনা আৰু আৰ এছ এছৰ ওপৰত এক কাৰ্যসূচী আয়োজন কৰিব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য দেশৰ সামাজিক আৰু সাংস্কৃতিক চেতনা জগাই তোলা আৰু সমাজলৈ আৰ এছ এছৰ অৱদানৰ ওপৰত আলোকপাত কৰা।

অনুষ্ঠানৰ সমন্বয়ক হিন্দুস্থান সমাচাৰৰ আঞ্চলিক সম্পাদক ড০ ৰাজেশ তিৱাৰীয়ে বুধবাৰে কয় যে এই কাৰ্যসূচীৰ মুখ্য অতিথি হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। এই কাৰ্যসূচীৰ সভাপতিত্ব কৰিব হিন্দুস্থান সমাচাৰৰ গোটৰ সম্পাদক তথা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ অধ্যক্ষ ৰাম বাহাদুৰ ৰায়ে। বিশেষ অতিথি হিচাপে উপস্থিত থাকিব হিন্দুস্থান সমাচাৰ গোটৰ অধ্যক্ষ অৰবিন্দ ভালচান্দ মাৰ্ডিকাৰ।

ড০ তিৱাৰীয়ে উল্লেখ কৰে যে অনুষ্ঠানত মুখ্য বক্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক সদস্য ইন্দ্ৰেশ কুমাৰে আধুনিক সমাজত সাংস্কৃতিক চেতনা আৰু সামাজিক দায়বদ্ধতাৰ গুৰুত্ব সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুখ্য অতিথি হিচাপে যুৱক-যুৱতীসকলৰ মাজত সামাজিক সচেতনতা আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধিৰ ওপৰত আলোকপাত কৰিব। ইফালে, বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ইস্কন বেংগালুৰুৰ উপ সভাপতি ভৰতৰ্ষভ দাস।

কাৰ্যসূচী সমন্বয়ক ড০ তিৱাৰীয়ে উল্লেখ কৰে যে সংঘৰ শতবাৰ্ষিকী যাত্ৰা সংগ্ৰাম, সেৱা, নিষ্ঠা, সংগঠন আৰু মূল্যবোধেৰে ভৰি পৰিছে। সংঘৰ মতে ভাৰতীয় সংস্কৃতিৰ অন্তৰ্নিহিত উপাদানসমূহ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যথেষ্ট। সংঘৰ লক্ষ্য হৈছে সমতা আৰু ভাতৃত্ববোধৰ সমাজ গঢ়ি তোলা। ইয়াৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ ৰাষ্ট্ৰ খনক কি দিশলৈ লৈ যাব বিচাৰে আৰু ইয়াৰ প্ৰতি তেওঁলোকৰ অৱদান বুজিব লাগে। সংঘই নিজৰ স্বেচ্ছাসেৱকসকলক ভাৰতবোধেৰে অনুপ্ৰাণিত কৰি নিস্বাৰ্থ কৰ্ম আৰু নিস্বাৰ্থ সেৱাৰ শিক্ষা দিয়ে। জীৱনত আধ্যাত্মিকতাক সন্নিৱিষ্ট কৰিলেহে এই সকলোবোৰ সম্ভৱ বুলি গণ্য কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বৈষ্ণো দেৱী দৰ্শনকাৰী ভক্তৰ বাছ সাম্বাৰ জাতোৱালত দুৰ্ঘটনাগ্ৰস্ত, এজনৰ মৃত্যু, ৪০ জন আহত
শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বৈজ্ঞানিক ভিত্তি ব্যাখ্যা চম্পট ৰায়ৰ
বিজেপিৰ বিজয় কুমাৰ মালহোত্ৰাৰ মৃত্যুত শোক প্ৰকাশ, সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ শ্ৰদ্ধাঞ্জলি
ভাৰতীয় দূৰসংযোগ সেৱাৰ হীৰক জয়ন্তী সমাৰোহৰ মুখ্য অতিথি হ’ব উপ-ৰাষ্ট্ৰপতি
কাৰুৰ পদপিষ্ট ঘটনাৰ তদন্ত: ১০ মাৰ্চত অভিনেতা বিজয়ক পুনৰ জেৰাৰ বাবে চিবিআইৰ তলব

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বৰপেটা ৰোডত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা
Next Article টীয়কৰ বলমা মৰাণ গাঁৱত চাঞ্চল্যকৰ ঘটনা–মাতৃ কন্য়াৰ ৰক্তৰঞ্জিত মৃতদেহ উদ্ধাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?