• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যক সমালোচনা মমতা বেনাৰ্জীৰ
National

বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যক সমালোচনা মমতা বেনাৰ্জীৰ

CliQ INDIA
Last updated: December 9, 2025 10:00 am
CliQ INDIA
Share
2 Min Read
SHARE

কলকাতা, ০৮ ডিচেম্বৰ(হি.স.)। বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ তীব্ৰ বিৰোধিতা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাষ্ট্ৰীয় সংগীতৰ বাবে বাছি লোৱা গীতটোৰ সেই অংশক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে অপ্ৰয়োজনীয়ভাৱে ৰাজনীতিকৰণ কৰি বিতৰ্কৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্রীয়ে কয় যে গুৰুদেৱে নিজেই বন্দে মাতৰমৰ উপযুক্ত অংশ বাছি লৈ ৰাষ্ট্ৰৰ সন্মুখত দাখিল কৰিছিল যদিও বিজেপিয়েও ইয়াৰ ওপৰত আপত্তি কৰে৷ বিজেপিয়ে সকলো কথাতে আপত্তি কৰে, কেতিয়াবা গুৰুদেৱক আক্ৰমণ কৰে আৰু কেতিয়াবা নেতাজী সুভাষ চন্দ্ৰ বসুক প্ৰশ্ন কৰে বুলিও কয় ।

প্ৰধানমন্ত্ৰীয়ে সোমবাৰে লোকসভাত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে কংগ্ৰেছে এসময়ত মুছলিম লীগৰ হেঁচাত জাতীয় গীতটো বিভাজন কৰিছিল। এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশক একত্ৰিত কৰা গীতসমূহক বিভাজনৰ ৰাজনীতিৰ সৈতে সংযোগ কৰাটো দুৰ্ভাগ্যজনক।

ব্ৰিগেড খেলপথাৰত অনুষ্ঠিত পাঁচ লাখ লোকৰ বাবে গীতা আবৃত্তি কাৰ্যসূচীত তেওঁৰ অনুপস্থিতিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰে। তেওঁ উল্লেখ কৰে যে এই কাৰ্যসূচী আচলতে বিজেপিয়ে আয়োজন কৰা ৰাজনৈতিক অনুষ্ঠান আৰু গুৰুদেৱ, নেতাজী, ৰাজা ৰামমোহন ৰায়ৰ দৰে মহান ব্যক্তিক অহৰহ অপমান কৰা মঞ্চত উপস্থিত থাকিব নোৱাৰিলে। তেওঁ স্পষ্ট কৰি দিলে যে যদি অনুষ্ঠানটো ন্যায্য হ’লহেঁতেন তেন্তে তেওঁ নিশ্চিতভাৱে উপস্থিত থাকিলহেঁতেন।

ইণ্ডিগ’ৰ সমস্যা সন্দৰ্ভত যাত্ৰীসকলক আদালতৰ কাষ চাপিবলৈ আহ্বান

ইণ্ডিগ’ৰ বিমান সেৱাত বিগত কিছুদিন ধৰি চলি থকা ব্যাঘাতৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰে মুখ্যমন্ত্ৰীয়ে। যাত্ৰীসকলে সন্মুখীন হোৱা ভয়াৱহ অসুবিধাৰ কাৰণ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অভাৱ বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে যাত্ৰীসকলে আদালতৰ কাষ চাপিব পৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিয়নো তেওঁলোকৰ অসুবিধা অহৰহ বৃদ্ধি পাইছে।

যাত্ৰীসকলক বিকল্প যাতায়তৰ পদ্ধতি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া পৰামৰ্শক লৈও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে এই পৰামৰ্শ ব্যৱহাৰিক নহয়, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ মানুহৰ সমস্যা বুজি পোৱাৰ ইচ্ছাৰ অভাৱ। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ কেৱল নিৰ্বাচনী লাভৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰণয়ন কৰা হয়, জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নহয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

আজি চম্পাই ছ’ৰেনে ল’ব ঝাৰখণ্ডৰ শাসনভাৰ
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ২৭২ জন
গোলাঘাটৰ খাৰজান নদীত পৰি এজন ব‍্যক্তিৰ মৃত্যু | BulletsIn
উত্তৰকাশীত ভূমিকম্প, দুদিনত চতুৰ্থবাৰৰ বাবে কম্পন | BulletsIn
ইতিহাসৰ পাতত ১৫ আগষ্টঃ ভাৰতৰ স্বাধীনতা দিৱস, ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ দিন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দৰঙৰ ধূলাত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ
Next Article বকোত বন্য়হস্তীৰ আক্ৰমণত নিহত এজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?