• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জানুৱাৰী মাহত অনুষ্ঠিত হ’ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ
National

জানুৱাৰী মাহত অনুষ্ঠিত হ’ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ

CliQ INDIA
Last updated: December 7, 2025 5:45 am
CliQ INDIA
Share
2 Min Read
SHARE
জানুৱাৰী মাহত অনুষ্ঠিত হ'ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ

নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ বাবে ফ্লেগশ্বিপ কাৰ্যসূচী পৰীক্ষা পে চৰ্চা (পিপিচি) ২০২৬ চনৰ জানুৱাৰী মাহত নৱম সংস্কৰণত অনুষ্ঠিত হ’ব। পৰীক্ষা সম্পৰ্কীয় উদ্বেগ, ইতিবাচক প্ৰস্তুতি, আৰু পৰীক্ষা উদযাপনৰ ধাৰণা আদিৰ ওপৰত ভিত্তি কৰি গঠিত এই অনন্য কাৰ্যসূচীত ভাৰত আৰু বিদেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰা দেখা যায়।

শিক্ষা মন্ত্ৰালয়ে শনিবাৰে ঘোষণা কৰে যে ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১১ জানুৱাৰীলৈকে মাইগভ পৰ্টেলত অনলাইন এমচিকিউ ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যাতে এই কাৰ্যসূচীৰ বাবে অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হয়। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী, শিক্ষক, আৰু অভিভাৱকে অংশগ্ৰহণ কৰিব পাৰিব। পঞ্জীয়ন সম্পূৰ্ণ কৰা সকলো অংশগ্ৰহণকাৰীয়ে মাইগভ (MyGov)ৰ পৰা অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিব।

২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ, নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত এক অভিনৱ আৰ্হিত অনুষ্ঠিত হয়। ইয়াত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ জন প্ৰতিনিধি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। চৰকাৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, সৈনিক বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, আৰু চিবিএছই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰেৰণা প্ৰাক্তন ছাত্ৰ, কলা উৎসৱ, আৰু বীৰ গাথাৰ পৰা বিজয়ীসকলো এই কাৰ্যসূচীৰ অংশ আছিল। মানসিক স্বাস্থ্য, ক্ৰীড়া আৰু অনুশাসন, পুষ্টি, প্ৰযুক্তি, বিত্ত, সৃষ্টিশীলতা, ইতিবাচকতা আদি বিষয়ৰ ওপৰতো সাতটা ভিন্ন খণ্ড উপস্থাপন কৰা হয়।

উল্লেখ্য যে ২০২৫ চনত পৰিক্ষা পে চৰ্চাই এক অভূতপূৰ্ব কৃতিত্ব অৰ্জন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ২৪৫খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰী, ১৫৩খন দেশৰ শিক্ষক আৰু ১৪৯খন দেশৰ অভিভাৱকে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে—২০১৮ চনত প্ৰথম সংস্কৰণত মাত্ৰ ২২,০০০ অংশগ্ৰহণকাৰীৰ পৰা ২০২৫ চনত অষ্টম সংস্কৰণত ৩.৫৬ কোটি পঞ্জীয়নলৈ বৃদ্ধি পাইছিল । ইয়াৰ উপৰিও পিপিচি ২০২৫ৰ সৈতে জড়িত ৰাজহুৱা আন্দোলনত ১.৫৫ কোটি লোকে অংশগ্ৰহণ কৰাত মুঠ অংশগ্ৰহণ প্ৰায় পাঁচ কোটিলৈ বৃদ্ধি কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আমেৰিকান এছাল্ট ৰাইফলৰ বাবে ₹৬৫৯ কোটি টকাত ক্ৰয় কৰিব নাইট ভিজন সঁজুলি
মাৰাঠা সামৰিক দৃশ্যপট ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত
আজি সংবিধান দিৱস উদযাপন
সৰ্বোচ্চ আদালতৰ বিচাৰপতিৰ শক্তি ৩৭ জনলৈ বৃদ্ধি কৰা হৈছে কেবিনেটে ঐতিহাসিক সংস্কাৰ অনুমোদন কৰাৰ পিছত
গুৱাহাটীৰ লাচিত ঘাটত ৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে দেওবাৰে বিশেষ এয়াৰ শ্ব’, উপস্থিত থাকিব ৰাজনাথ সিং

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চাইবাৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে আইআইটি কানপুৰৰ সৈতে এনএমডিচিৰ বুজাবুজি চুক্তি স্বাক্ষৰ
Next Article সোণাপুৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ কাৰ্যসূচী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?