• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > চাপৰৰ ৰঙামাটিত উদ্ধাৰ মেগজিন বিহীন পিষ্টল, আটক দুজন যুৱক
Regional

চাপৰৰ ৰঙামাটিত উদ্ধাৰ মেগজিন বিহীন পিষ্টল, আটক দুজন যুৱক

CliQ INDIA
Last updated: December 6, 2025 2:11 am
CliQ INDIA
Share
2 Min Read
SHARE

ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে ৰঙামাটিৰ গাঁৱৰ ছমিৰ আলী নামৰ লোকজনৰ ঘৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চাৰিচকীয়া বলেৰো বাহনৰে চাৰিজনীয়া এটা যুৱকৰ দলে প্ৰৱেশ কৰে।

অভিযোগ অনুসৰি যুৱকৰ দলটোৱে পূৰ্বতে ফোনযোগে ছমেৰ আলীৰ পৰা ধন দাবী কৰে। ছমেৰ আলীয়ে যুৱকৰ দলটোক নিজৰ পূৰ্ব পৰিকল্পিত ভাৱে নিজৰ ঘৰত মাতি স্থানীয় ৰাইজৰ সহযোগত যুৱকৰ দলটোক আটক কৰিবলৈ লওঁতে যুৱকৰ দলটোৱে পিষ্টল দেখুৱাই পলায়ন কৰিবলৈ চেষ্টা কৰে আৰু চাৰিজন যুবকৰ ভিতৰত দুজন যুৱক পলাই যায় যদিও আন দুজন যুৱকক মেগজিনবিহীন পিষ্টল সহ আটক কৰিবলৈ সক্ষম হয়। অৱশেষত চাপৰ আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পিষ্টল সহ যুৱক দ্বয়ক চাপৰ আৰক্ষী থানা লৈ আহি তদন্ত অব্যাহত ৰাখে ।

আটক যুৱকদ্বয় ক্ৰমে কোকৰাঝাৰ জিলাৰ লতিফ আলী আৰু আব্দুল মজিদ বুলি জানিব পৰা গৈছে। যুৱকৰ দলটোৱে লৈ অনা বলেৰো বাহনখনো আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত বাহনখনৰ নম্বৰ এএছ ১৬ এম ৯৬১৯ বুলি জনা গৈছে। আনহাতে আটকাধীন যুৱকদ্বয়ৰ ভাষ্য অনুসৰি যুৱকৰ দলটোক তন্ত্ৰ মন্ত্ৰৰে টকা দুগুণ কৰাৰ প্ৰলোভনেৰে ছমেৰ আলীয়ে নিজৰ ঘৰত মাতিছিলি বুলি জানিবলৈ দিয়ে । এতিয়া আৰক্ষীৰ তদন্তত হে ওলাই পৰিব কোন সচা কোন মিছা ? উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

বিশ্বনাথত আপকুৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন বিশ্বনাথ জিলা সমিতিৰ | BulletsIn
চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ চাইকেল বিতৰণ
এতিয়া পৱন সিং ঘাটোৱাৰৰ কথামতে চাহ জনগোষ্ঠী লোক নচলেঃবিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত
বকোৰ খলিহাত অপৈনত চেগুন কাঠসহ কুণ্ডা জব্দ
ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ‘মই’ৰ পৰা ‘আমি’লৈ উভতিছে ভাৰত, ৬-৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ চিখলীত উদযাপন কৰিব ৰাষ্ট্ৰসেৱাৰ অখণ্ড সাধনা উৎসৱ
Next Article কেআইইউজি ২০২৫: মানসিক ক্লান্তি আৰু পিতৃৰ অসুস্থতা অতিক্ৰম কৰি ৫০ মিটাৰ ৰাইফল ৩পিত সোণৰ পদক অৰ্জন এল পি ইউৰ সৰ্তাজ তিৱানাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?