• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বাইক ৰেলীৰ নেতৃত্ব প্ৰদান কৰি অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকা বৰপেটাত উপস্থিত
Regional

বাইক ৰেলীৰ নেতৃত্ব প্ৰদান কৰি অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকা বৰপেটাত উপস্থিত

CliQ INDIA
Last updated: December 5, 2025 10:40 am
CliQ INDIA
Share
2 Min Read
SHARE

বৰপেটা, ০৪ ডিচেম্বৰ(হি.স.)। নেতৃত্ব প্ৰদান কৰি বৰপেটা জিলা ভ্ৰমণ কৰে। মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণৰ সৈতে জড়িত বিষয় সমূহত জনসচেতনতা বৃদ্ধি আৰু মহিলা সকলৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে এই সমাৱেশ অনুষ্ঠিত কৰা হৈছিল।

অধ্যক্ষ গৰাকীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত একাংশ মহিলা সংগঠনৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত বৈঠকৰ সভাপতিত্ব কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আয়োজিত বৈঠকত জিলা খনৰ গুৰুত্বপুৰ্ণ বিভাগ আৰু প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

বৈঠকত মহিলা সকলে সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বান সমূহৰ ওপৰত আলোকপাত কৰে অধ্যক্ষ আঙুৰলতা ডেকাই। তেও উল্লেখ কৰে, মহিলা সকলে সীমিত আইনী সাহায্য সুবিধা, মহিলা ক্ষেত্ৰত গ্ৰহণ কৰা চৰকাৰী নিটিৰ সমন্বয়ৰ ব্যৱধান, উপলব্ধ সেৱা আৰু সুৰক্ষাৰ প্ৰতি অপৰ্যাপ্ত সজাগতা আদিও অন্তৰ্ভুক্ত।

জিলা আৰু ব্লক পৰ্যায়ত মহিলা কোষ স্থাপনৰ প্ৰয়োজনীয়তা, আৰক্ষী আৰু আদালতৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ আগতীয়া হস্তক্ষেপ ব্যৱস্থা শক্তিশালী কৰা আৰু লিংগভিত্তিক হিংসাৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাত পুৰুষৰ অধিক অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে।

সভাত জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক, অতিৰিক্ত জিলা উপায়ুক্ত, সহকাৰী আয়ুক্ত, ব্লক উন্নয়ন বিষয়া, পৌৰসভাৰ ব’ৰ্ডৰ অধ্যক্ষ, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, আইচিডিএছ প্ৰকল্পৰ চিডিপিঅ’, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

বৈঠকৰ অন্তত অধ্যক্ষ গৰাকীয়ে বৰপেটা জিলা প্ৰশাসনৰ সহযোগত অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আয়োজিত জিলা সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত আশা কৰ্মী, অংগনবাড়ী কৰ্মী, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

তেও মহিলা সকলক সজাগ হৈ থাকিবলৈ আৰু হিংসা বা দুখ-কষ্টৰ গোচৰ পলম নকৰাকৈ ৰিপৰ্ট কৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও তেও মত বিনিময় কৰে, তেওঁলোকক বৈষম্যমূলক প্ৰথাৰ বিৰুদ্ধে মাত মাতিবলৈ, সামাজিক নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাবলৈ উৎসাহিত কৰিছিল।

পিছত অধ্যক্ষ ডেকাই সখী ৱান ষ্টপ চেণ্টাৰ পৰিদৰ্শন কৰে, ইয়াৰ কাম-কাজ আৰু সেৱা প্ৰদানৰ পৰ্যালোচনা কৰে। তেওঁ উন্নত সমন্বয়, সময়োপযোগী সঁহাৰি ব্যৱস্থা, আৰু সম্প্ৰদায়ৰ প্ৰসাৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ

You Might Also Like

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ফলঙনিত দিন দুপৰতে বনৰীয়া হাতীৰ উপদ্ৰৱ | BulletsIn
পৰ্বতঝোৰাত পথ দুৰ্ঘটনা–ঘাইপথত বাগৰিল প্লাষ্টিক পানী টেংকী ভৰ্তি ট্ৰাক
হাজো আৰক্ষীৰ অভিযানত এখন বলে'ৰো পিকআপ ভেনৰ পৰা জব্দ ৯টাকৈ চোৰাং গৰু
শ্য়ামকানু মহন্তৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত এজাহাৰ দাখিল, গ্ৰেপ্তাৰ কৰা হব পাৰে, গৃহ বিভাগৰ প্ৰস্তুতি আৰম্ভ
হাজোত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত এজন,এজন আহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ধঁপাত আৰু পান মছলাৰ দৰে সামগ্ৰীৰ বাবে নতুন কৰ ব্যৱস্থা প্ৰযোজ্য, বিধেয়ক উত্থাপন
Next Article মহানগৰীত তিনিটা কুখ্যাত চোৰ আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?