• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > মঙলদৈত সংঘটিত শোকাৱহ দুর্ঘটনাত এজন নিহত
Regional

মঙলদৈত সংঘটিত শোকাৱহ দুর্ঘটনাত এজন নিহত

CliQ INDIA
Last updated: December 5, 2025 1:26 am
CliQ INDIA
Share
1 Min Read
SHARE
মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা

দৰং, ০৪ ডিচেম্বৰ (হি.স.)। মঙলদৈত নিশা সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা। পথৰ দাঁতিৰ খাৱৈত পৰি নিহত এজন লোক। মঙলদৈৰ ২ নং বেজপাৰাত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো। পুৱা প্ৰাতঃভ্রমনলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। নিহত লোকজনক মঙলদৈৰ নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে। শ্যামল শৰ্মা মঙলদৈ ড্ৰিম থিয়েতাৰ চিনেমা হলৰ অপাৰেটৰ আছিল।

মঙলদৈৰ অন্যতম ছবিগৃহ ড্ৰিম থিয়েতাৰ ৰ অপাৰেটৰ হিচাবে কৰ্মৰত শ্যামল শৰ্মা নামৰ লোক জনে নিশাৰ শেষৰ দৰ্শনী সমাপ্ত কৰি নিজ গৃহ নাহৰবাৰীলৈ গৈ আছিল। বাইকেৰে গৈ থকা অৱস্থাত উক্ত অঞ্চলত দুর্ঘটনাগ্ৰস্ত হৈ পথৰ কাষতে থকা এটা মেটেকা ভৰ্তি খাৱৈত পৰি যায়।

পুৱা একাংশ লোকে আহি প্ৰথমে পথৰ ওপৰত মোবাইলটো প্ৰত্যক্ষ কৰে, তাৰ পিছত অলপ বিচাৰ-খোঁচাৰ কৰাৰ পিছত বাইক খন আৰু মেটেকাৰ তলত পৰি থকা অৱস্থাত লোক জনকো প্ৰত্যক্ষ কৰে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar

You Might Also Like

তামুলপুৰত অসম খেল মহাৰণ ২০২৩-২৪ ৰ শুভাৰম্ভ
সুখচৰৰত পাঞ্জাৱ নেচনেল গ্ৰহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড
দুলীয়াজানত বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেলসহ এজনক আটক
নাহৰকটীয়াৰ বাগান গেটৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা
ধিঙৰ মুছলিম চৰত আৰক্ষীৰ গুলিচালনা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চলচ্চিত্ৰ নিৰ্মাতা এ.ভি.এম. সৰৱননৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
Next Article এমবাপেৰ দুটা গ’লেৰে লা লিগাত এথলেটিক বিলবাওক ৩-০ গ’লত পৰাজিত ৰিয়েল মাদ্রিদৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?