• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীকে ধৰি অন্যান্য সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
National

ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীকে ধৰি অন্যান্য সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

CliQ INDIA
Last updated: December 3, 2025 9:35 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদক ছ’চিয়েল মিডিয়াত স্মৰণ কৰি তেওঁৰ আদৰ্শ আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত কয় যে ড০ ৰাজেন্দ্ৰ প্ৰসাদে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি সংবিধান সভাৰ অধ্যক্ষৰ কাৰ্যকাললৈকে যি মৰ্যাদা, নিষ্ঠা আৰু স্পষ্টতাৰে দেশৰ সেৱা আগবঢ়াইছিল, সেয়া প্ৰেৰণাদায়ক। তেওঁৰ সৰল জীৱন আৰু জাতীয় ঐক্যৰ প্ৰতি অদম্য দায়বদ্ধতাই ভৱিষ্যত প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব বুলিও তেওঁ কয়।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ড° ৰাজেন্দ্ৰ প্ৰসাদ কেৱল স্বাধীনতা সংগ্ৰামৰ এজন মহান নায়কেই নহয়, সংবিধান সভাৰ অধ্যক্ষ হিচাপে তেওঁ দূৰদৰ্শিতা, ধৈৰ্য্য, আৰু উল্লেখযোগ্য যোগাযোগ দক্ষতা প্ৰদৰ্শন কৰিছিল। তেওঁৰ দুবাৰকৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ভাৰতৰ প্ৰশাসনিক আৰু গণতান্ত্ৰিক ব্যৱস্থাত এক স্থায়ী চাপ ৰাখিলে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ড° প্ৰসাদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক অতুলনীয় বুলি অভিহিত কৰে। তেওঁৰ নিস্বাৰ্থ সেৱা, সৰলতা, উচ্চ আদৰ্শ সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ সৰল জীৱন, নৈতিক নেতৃত্ব, আৰু ৰাষ্ট্ৰীয় সেৱাৰ উত্তৰাধিকাৰে সকলোকে অনুপ্ৰাণিত কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, মহান স্বাধীনতা সংগ্ৰামী, আৰু সংবিধান সভাৰ অধ্যক্ষ ‘ভাৰত ৰত্ন’ ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত নম্ৰ শ্ৰদ্ধাঞ্জলি। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ আদৰ্শ জীৱন, নম্ৰতা আৰু ৰাষ্ট্ৰীয় সেৱাৰ মনোভাৱ প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা। তেওঁৰ অৱদানে শক্তিশালী আৰু কঠিন কৰি তুলিছে ভাৰতীয় গণতন্ত্ৰৰ ভেটি।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ‘ভাৰত ৰত্ন’ ড° ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্ৰদ্ধাঞ্জলি। তেওঁৰ নম্ৰতা, নিষ্ঠা, আৰু গণতন্ত্ৰৰ নীতিৰ প্ৰতি গভীৰ দায়বদ্ধতা আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাইও ড° ৰাজেন্দ্ৰ প্ৰসাদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে কয়, দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ‘ভাৰত ৰত্ন’ ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। ভাৰতীয় গণৰাজ্যৰ ভেটিলৈ স্থিতিশীলতা, ভাৰসাম্য, নৈতিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি সংবিধানৰ খচৰা প্ৰস্তুতলৈকে তেওঁৰ তপস্বী ভূমিকাই জাতিটোক এক নতুন দিশ প্ৰদান কৰিছিল। ড° ৰাজেন্দ্ৰই। প্ৰসাদে জনসাধাৰণৰ আৱেগ অনুযায়ী ভাৰতক নেতৃত্ব প্ৰদান কৰিছিল আৰু গণতন্ত্ৰৰ সংস্কৃতিক চৰিত্ৰৰ ভেটি হিচাপে গঢ়ি তুলিছিল।

উল্লেখযোগ্য যে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ১৮৮৪ চনৰ ৩ ডিচেম্বৰত বিহাৰৰ সাৰণ জিলাৰ জিৰাদেইত। স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায়ত, গান্ধীজীৰ নেতৃত্বত চম্পাৰণ সত্যগ্ৰহৰ পৰা আৰম্ভ কৰি স্বাধীনতা আন্দোলনলৈকে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

সকলো বয়সৰ লোকৰ গতিশীলতা বৃদ্ধিৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপি গুৰুত্বপূৰ্ণ: জে পি নড্ডা
ইতিহাসৰ পাতত ৮ ডিচেম্বৰঃ ভাৰতীয় নৌসেনাৰ শক্তিৰ প্ৰতীক আই এন এছ কলভৰী
উত্তৰকাশীৰ ধৰালীত যুদ্ধকালীন পৰিস্থিতিত উদ্ধাৰ অভিযান অব্যাহত, বৃহস্পতিবাৰলৈকে ৪৩ জন লোকক নিৰাপদে উদ্ধাৰ
ঘন কুঁৱলীয়ে আৱৰিছে দিল্লী-এনচিআৰৰ বায়ুমণ্ডল
‘ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল’ অভিযানত চাইকেল চলালে কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়া আৰু প্ৰতিৰক্ষা নিখিল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উচ্চতম ন্যায়ালয়ত জেন জি আন্দোলনৰ সময়ত সেনাবাহিনীৰ ভূমিকা সম্পৰ্কে উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়ে সেনা মুৰব্বী
Next Article বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?