• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ২ ডিচেম্বৰঃ ব্ৰিটিছ ৰজা আৰু ৰাণী প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত, তেওঁলোকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল গেটৱে অৱ ইণ্ডিয়া
National

ইতিহাসৰ পাতত ২ ডিচেম্বৰঃ ব্ৰিটিছ ৰজা আৰু ৰাণী প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত, তেওঁলোকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল গেটৱে অৱ ইণ্ডিয়া

CliQ INDIA
Last updated: December 1, 2025 5:20 pm
CliQ INDIA
Share
3 Min Read
SHARE

ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাই ভ্ৰমণ কৰা বেছিভাগ লোকেই গেটৱে অৱ ইণ্ডিয়া (ভাৰতৰ দুৱাৰমুখ)লৈ যায় আৰু ইয়াৰ স্থাপত্যৰ ভৱ্যতাক লৈ আপ্লুত হয়। ইয়াৰ ইতিহাস ১৯১১ চনৰ ২ ডিচেম্বৰৰ পৰাই আৰম্ভ হয়। এই তাৰিখত তেতিয়াৰ ব্ৰিটিছ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে। ইংৰাজে তেওঁলোকক ধন্যবাদ জনাই আৰু তেওঁলোকৰ ভ্ৰমণৰ স্মৃতিত সাগৰীয় পথৰ প্ৰৱেশদ্বাৰ হিচাপে ভাৰতৰ দুৱাৰখন নিৰ্মাণ কৰিছিল।

দক্ষিণ মুম্বাইৰ সাগৰৰ পাৰৰ ওচৰত অৱস্থিত এই ২৬ মিটাৰ উচ্চতাৰ গেটখন ১৯২৪ চনত প্ৰখ্যাত স্থপতিবিদ জৰ্জ ভিনচেণ্টৰ তত্বাৱধানত সম্পূৰ্ণ হয়। সাগৰীয় পথেৰে মুম্বাইত উপস্থিত হোৱাৰ লগে লগে মহানগৰখনত দেখা পোৱা প্ৰথমটো অট্টালিকা হৈছে ভাৰতৰ গেটৱে অৱ ইণ্ডিয়া।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮০৪ : নেপোলিয়ন বোনাপাৰ্টক ফ্ৰান্সৰ সম্ৰাট হিচাপে অভিষিক্ত কৰা হয়।

১৯১১: পঞ্চম জৰ্জ আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰজা-ৰাণী হিচাপে পৰিগণিত হয়। বম্বে (বৰ্তমান মুম্বাই)ত তেওঁৰ আগমনৰ স্মৃতিত গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল।

১৯৭৬ : ফিডেল কাষ্ট্ৰো কিউবাৰ ৰাষ্ট্ৰপতি হয়।

১৯৭১ : আৰব উপদ্বীপৰ ছটা অঞ্চল একত্ৰিত হৈ সংযুক্ত আৰব আমিৰশ্বাহী গঠন কৰে। ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত সপ্তমখন দেশেই তেওঁলোকৰ সৈতে যোগদান কৰে।

১৯৮৯ : বিশ্বনাথ প্ৰতাপ সিং দেশৰ সপ্তম প্ৰধানমন্ত্ৰী হয়।

১৯৯৯ : ভাৰতত বীমা খণ্ডত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ অনুমোদন লাভ কৰে।

২০০৩ : বছনিয়ান ছাৰ্বৰ প্ৰাক্তন সামৰিক সেনাধ্যক্ষ মমিৰ নিকোলিচক ১৯৯৫ চনৰ গণহত্যাৰ বাবে ৰাষ্ট্ৰসংঘৰ যুদ্ধ অপৰাধ আদালতে হেগৰ দোষী সাব্যস্ত কৰি ২৭ বছৰৰ কাৰাদণ্ড বিহা হয়।

২০০৬ : ফিলিপাইনছত আগ্নেয়গিৰিৰ ধ্বংসাৱশেষ পৰি ২০৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬১ জন লোক আহত হয়।

২০০৭ : তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে ৮ জানুৱাৰীৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত প্ৰতিবাদ আৰু সমাৱেশ নিষিদ্ধ কৰে।

জন্ম-

১৯৩৭ : লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশী।

১৯৩৯ : চিত্ৰনাট্যকাৰ অচলা নাগৰ।

১৯৬০ : বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নড্ডা।

১৯৬৩ : প্ৰখ্যাত ভাৰতীয়-আমেৰিকান বিজ্ঞানী শিৱ আয়াদুৰাই।

মৃত্যু

১৯১৮ : ভাৰতৰ আগশাৰীৰ শিক্ষাবিদ গুৰুদাস বেনাৰ্জী।

১৯৬৯ : ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি ক্লিমেণ্ট ভৰ’শ্বিলভ।

২০১২ : হিন্দী চিনেমাৰ চৰিত্ৰ অভিনেত্ৰী প্ৰীতি গাংগুলী।

২০১৪: হিন্দী চিনেমাৰ বিখ্যাত কমেডিয়ান দেৱেন বৰ্মা।

গুৰুত্বপূৰ্ণ দিন

-আন্তঃৰাষ্ট্ৰীয় দাসত্ব বিলুপ্তি দিৱস।

-ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস।

-আন্তঃৰাষ্ট্ৰীয় কম্পিউটাৰ সাক্ষৰতা দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি ইন্দোৰত এম পি গ্ৰ’থ কনক্লেভত মুখ্যমন্ত্ৰীয়ে ৰিয়েল এষ্টেট বিনিয়োগকাৰীৰ সৈতে মত বিনিময় কৰিব
ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে ৯ মাৰ্চত জম্মু-কাশ্মীৰত কংগ্ৰেছৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰী মোডীৰ পদত্যাগ দাবী
বন্ধ কৰা হৈছে নক্সাল ফ্ৰণ্টত পোষ্ট কৰা নিৰাপত্তাৰক্ষীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
কলকাতাত শুকুৰবাৰে অনুষ্ঠিত হ’ব সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান অনুষ্ঠান
প্ৰধানমন্ত্ৰী মোডী দক্ষিণ আফ্ৰিকালৈ ৰাওনা, জি-২০ সন্মিলনত কৰিব অংশগ্ৰহণ, কয় – আফ্ৰিকাৰ প্ৰথমটো অনুষ্ঠান ভাৰতৰ বাবে গৌৰৱৰ বিষয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আন এটা দুৰ্নীতিৰ গোচৰত শ্বেখ হাছিনাক পাঁচ বছৰৰ কাৰাদণ্ড, ভগ্নী ৰেহানাক ৭ বছৰৰ কাৰাদণ্ড
Next Article বিটিচি সচিবালয়ত আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰুজু গোচৰ, আৰক্ষীৰ তদন্ত আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?