• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আজি কইম্বাটুৰত দক্ষিণ ভাৰত জৈৱিক কৃষি সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদী
National

আজি কইম্বাটুৰত দক্ষিণ ভাৰত জৈৱিক কৃষি সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদী

CliQ INDIA
Last updated: November 19, 2025 6:50 pm
CliQ INDIA
Share
2 Min Read
SHARE

কইম্বাটুৰ (তামিলনাডু), ১৯ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুধবাৰে কইম্বাটুৰৰ কোডিছিয়া চৌহদত তিনিদিনীয়াকৈ আয়োজন কৰা দক্ষিণ ভাৰত জৈৱিক কৃষি সন্মিলন উদ্বোধন কৰিব। সন্মিলনৰ সভাপতিত্ব কৰিব তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিয়ে। ইয়াত তামিলনাডু, পুডুচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ কৃষক, জৈৱিক কৃষি বিজ্ঞানী, বিতৰক আৰু জৈৱিক কৃষিজাত সামগ্ৰীৰ বিক্ৰেতাসকলে অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশৰ ৯ কোটিৰো অধিক কৃষক উপকৃত হ’ব। এই সন্মিলনৰ লক্ষ্য হৈছে বহনক্ষম, পৰিৱেশ অনুকূল আৰু ৰাসায়নিক মুক্ত পদ্ধতি গ্ৰহণৰ প্ৰসাৰ আৰু দেশৰ কৃষি ভৱিষ্যতৰ বাবে জৈৱিক আৰু পুনৰুৎপাদনশীল কৃষিক এক কাৰ্য্যক্ষম, জলবায়ু অনুকূল, আৰু অৰ্থনৈতিকভাৱে বহনক্ষম আৰ্হি হিচাপে গ্ৰহণ ত্বৰান্বিত কৰা। তামিলনাডু জৈৱিক কৃষি সন্থাৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে ১:২৫ বজাত কইম্বাটুৰ বিমানবন্দৰত উপস্থিত হ’ব । তাৰ পৰা তেওঁ গাড়ীৰে দুপৰীয়া ১:৩০ বজাত ক’ডিচিয়া এৰিনালৈ যাব। বিয়লি ৩:১৫ বজাত কইম্বাটুৰ বিমানবন্দৰলৈ উভতি যাব আৰু বিয়লি ৩:৩০ বজাত বিমানেৰে নতুন দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিৰাপত্তাৰ স্বাৰ্থত ৩ হাজাৰ আৰক্ষী জোৱান মোতায়েন কৰিছে আৰক্ষীয়ে। মহানগৰীৰ কিছুমান বিশেষ পথত যাতায়তৰ পথ বাতিল কৰা হৈছে।

কইম্বাটুৰ বিমানবন্দৰত পাঁচ স্তৰৰ নিৰাপত্তা ব্যৱস্থা স্থাপন কৰা হৈছে। সমগ্ৰ ক’ডিচিয়া কেম্পাছ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ নিয়ন্ত্ৰণত লোৱা হৈছে। কইম্বাটুৰ বিমানবন্দৰৰ পাৰ্কিং লটত বাহন পাৰ্কিং কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কইম্বাটুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত চিংগনাল্লুৰ, এছ আই এইচ এছ কলনী, চিন্নিয়মপালায়ম, নেহৰুনগৰ, কালাপট্টি, ক’ডিচিয়া ইনড’ৰ এৰিয়া আৰু ইয়াৰ আশে-পাশে থকা চিত্ৰ, পিলামেডু, সৰৱনমপট্টি, লক্ষ্মী মিলছ, ৰামনাথপুৰম, ৰেচকোৰ্চক অস্থায়ীভাৱে ‘ৰেড জ’ন’ হিচাপে ঘোষণা কৰা হৈছে। আৰক্ষীয়ে সোমবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা বুধবাৰে সন্ধিয়া ৭ বজালৈ ড্ৰ’ন উৰণ নিষিদ্ধ কৰিছে। ইফালে, এআইএডিএমকেৰ সাধাৰণ সম্পাদক এদাপ্পাদি কে পলানিস্বামী আৰু টিএমএৰ নেতা জি.কে. ভাছান কইম্বাটুৰলৈ আহি আছে। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

৪০ দিনৰ পেৰ’লত জেলৰ পৰা ওলাল ডেৰা সচ্চা সৌদাৰ মুৰব্বী ৰাম ৰহিম
এয়াৰ ইণ্ডিয়া ফাইনেড ডিজিচিএই হুইল চেয়াৰ গোচৰত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ৩০ লাখ টকাৰ জৰিমনা বিহিলে
মণিপুৰত নিৰাপত্তা বাহিনীয়ে বিফল কৰিলে সন্ত্ৰাসবাদীৰ দলং বিস্ফোৰণৰ পৰিকল্পনা | BulletsIn
(ৰাম মন্দিৰৰ ধ্বজাৰোহন) আজি শতিকা পুৰণি ঘাঁ সুস্থ, শতিকা পুৰণি সংকল্প পূৰণ : ভাগৱত
Supreme Court Rules Parents’ Salary Alone Cannot Decide OBC Creamy Layer

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ চৌদি আৰৱক অ-নাটোৰ প্ৰধান মিত্ৰ দেশ হিচাপে ঘোষণা
Next Article বোকাখাত সমজিলা প্ৰশাসন, জাতীয় দল সংগঠন, বোকাখতীয়া ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ জন্ম দিন পালন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?