• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইছলামিক জেহাদী সন্ত্ৰাসবাদক লৈ কংগ্ৰেছে সদায় কোমল স্থিতি গ্ৰহণ কৰি আহিছেঃ বিজেপি
National

ইছলামিক জেহাদী সন্ত্ৰাসবাদক লৈ কংগ্ৰেছে সদায় কোমল স্থিতি গ্ৰহণ কৰি আহিছেঃ বিজেপি

CliQ INDIA
Last updated: November 11, 2025 3:41 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। কৰ্ণাটকৰ বেংগালুৰুৰ পৰপ্পানা আগৰহৰা কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তাজনিত বৃহৎ ত্ৰুটিৰ উত্থানৰ পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্য কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি লৈছে। বিজেপিয়ে উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰে তাত আবদ্ধ হৈ থকা এজন ইছলামিক জেহাদী সন্ত্ৰাসবাদীক ভিআইপি সুবিধা প্ৰদান কৰি আছে, যিটো অত্যন্ত বিপজ্জনক।

সন্ত্ৰাসবাদ, বিশেষকৈ ইছলামিক জেহাদী সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কংগ্ৰেছে সদায় কোমল স্থিতি গ্ৰহণ কৰি আহিছে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে। সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয় যে দেশত বিস্ফোৰক মজুত কৰা সকললৈ দিয়া বাৰ্তা স্পষ্ট যে মোডী চৰকাৰৰ অধীনত কোনেও আইনৰ পৰা সাৰি যাব নোৱাৰে। সন্ত্ৰাসবাদৰ শূন্য সহনশীলতা নীতিৰ অধীনত নিৰাপত্তা সংস্থাসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দেশৰ সন্ত্ৰাসবাদৰ নেটৱৰ্ক উভালি পেলাইছে। পুনাৱালাই কয় যে এফালে আমি সকলো সংবাদ মাধ্যমৰ চেনেল আৰু ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মাজেৰে দেখিবলৈ পাইছো যে জম্মু-কাশ্মীৰৰ পৰা ফৰিদাবাদলৈকে দেশৰ নিৰাপত্তা সংস্থা আৰু চৰকাৰে কোনো সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হোৱাৰ আগতেই সন্ত্ৰাসবাদীৰ কুৎসিত পৰিকল্পনাক গুৰুত্বসহকাৰে আৰু সতৰ্কতাৰে উদঙাই দিছে।

ইছলামিক সন্ত্ৰাসবাদী এক বৃহৎ চক্ৰান্ত উদঙাই দিয়া হৈছে। আনহাতে, ইছলামিক জেহাদী সন্ত্ৰাসবাদৰ প্ৰতি সদায় কোমল কোণ গ্ৰহণ কৰা কংগ্ৰেছ দলটোৱেও এতিয়া একে মানসিকতা প্ৰদৰ্শন কৰিছে।

কৰ্ণাটক চৰকাৰী কাৰাগাৰত বন্দী ইছলামিক জেহাদী সন্ত্ৰাসবাদীক ভিআইপি চিকিৎসা প্ৰদান কৰা হৈছে।

এফালে সন্ত্ৰাসবাদক আক্ৰমণ কৰা হৈছে আৰু সন্ত্ৰাসবাদীৰ কুৎসিত পৰিকল্পনাৰ পৰা নাগৰিকক সুৰক্ষিত কৰা হৈছে। সন্ত্ৰাসবাদীৰ কুৎসিত পৰিকল্পনাক গুৰুত্বসহকাৰে আৰু সতৰ্কতাৰে উদঙাই দি সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হোৱাৰ আগতেই ৰোধ কৰি আছে বুলিও তেওঁ কয়।

আনহাতে ইছলামিক জেহাদীৰ বিৰুদ্ধে কংগ্ৰেছ দলে অতি কোমল স্থিতি গ্ৰহণ কৰিছে। দুটা দৃশ্যই দেখুৱাইছে মোডী চৰকাৰে আইন-শৃংখলাৰ বিষয়ে কি ভাবে।

আৰু কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে কি ভাবে? বৰ্তমান এন ডি এ চৰকাৰৰ অধীনত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী য়াচিন মালিকে ইউ পি এৰ শাসনকালত ভি আই পিৰ দৰে সুবিধা লাভ কৰিছিল।

তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে তেওঁৰ ফটো আমি সকলোৱে দেখিছো।

আমাৰ মাজত সেইটোৱেই পাৰ্থক্য। এন ডি এ চৰকাৰৰ অধীনত সন্ত্ৰাসবাদী নিৰ্মূল হয়। কংগ্ৰেছৰ শাসনত তেওঁলোকক মোবাইল ফোন দিয়া হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

চীনত অৰুণাচল মহিলাক ৰখাই থোৱাৰ বাবে ভাৰতৰ তীব্ৰ প্ৰতিবাদ, কয় – সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে ই ভাল নহয়
অমিত শ্বাহে আজি জম্মুত উন্মোচন কৰিব বিজেপিৰ সংকল্প পত্ৰ | BulletsIn
সংখ্যালঘুত পৰিণত কংগ্ৰেছৰ সুখু চৰকাৰ: জয়ৰাম ঠাকুৰ শিমলা, ফেব্ৰুৱাৰী (হি.স.)। হিমাচল প্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে বুধবাৰে কয় যে কংগ্ৰেছৰ সুখু চৰকাৰ সংখ্যালঘুত পৰিণত হৈছে। বিজেপিৰ ১৫জন সদস্যক ৰাজ্য বিধানসভাৰ পৰা নিলম্বন কৰা সন্দৰ্
গোলকীয় উত্তেজনাৰ মাজত ১০ গ্ৰাম সোণ ৮,০০০ টকা, প্ৰতি কেজি ৰূপ ১৩,০০০ টকা হ্ৰাস
হিমাচল প্ৰদেশৰ বিলাসপুৰ বাছ দুৰ্ঘটনাত ১৬ জনৰ মৃত্যু, দুটি শিশুক নিৰাপদে উদ্ধাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্লোভাকিয়াত দুখন ৰে’লৰ সংঘৰ্ষত কেইবাজনো যাত্ৰী আহত
Next Article তিতাবৰত মহাবিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?