• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জিছাছ কলেজত উজলিল অসমৰ অনন্ত সৃষ্টি “সত্ৰীয়া নৃত্য”
National

অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জিছাছ কলেজত উজলিল অসমৰ অনন্ত সৃষ্টি “সত্ৰীয়া নৃত্য”

CliQ INDIA
Last updated: November 10, 2025 3:05 am
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী, ০৯ নৱেম্বৰ (হি.স.)। অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ঐতিহাসিক জিছাছ কলেজৰ সভাগৃহত আজি গুঞ্জৰি উঠিল অসমৰ শাস্ত্ৰীয় নৃত্যশৈলী সত্ৰীয়া নৃত্যৰ ছন্দ, লয় আৰু ভাৱৰ সুৰ। “Echoes from the Monasteries: The World of Sattriya Dance” শীৰ্ষক এখন মনোমোহা বক্তৃতা-সহ নৃত্য প্ৰদৰ্শন অনুষ্ঠানত অংশ ল’লে উপস্থিত ছাত্র-ছাত্ৰী, গৱেষক আৰু কলাপ্ৰেমীসকলে। এই অনুষ্ঠানটো পৰিচালনা আৰু উপস্থাপনা কৰিলে অনন্যা মহন্তই, যি এগৰাকী ২৯ বছৰীয়া দক্ষ দক্ষিণ এছিয়ান নৃত্যশিল্পী আৰু মুভমেন্ট আৰ্টিষ্ট। মহন্তই গত ২৫ বছৰৰ অধিক সময় ধৰি সত্ৰীয়া নৃত্যৰ সাধনা, অধ্যয়ন আৰু সংৰক্ষণত নিজকে সমৰ্পণ কৰিছে। তেওঁৰ বক্তৃতা আৰু নৃত্য প্ৰদৰ্শনৰ যোগসূত্ৰত, অংশগ্ৰহণকাৰীসকলে সত্ৰীয়াৰ মৌলিক দিশসমূহ – মাটি আখোৰা (ভূমি অনুশীলন), নৱ ৰস (নবভাৱ), ভৰিমন (পাদচালনাৰ ভংগী) আৰু হস্ত (হস্তমুদ্রা) সম্পৰ্কে জানিবলৈ সুযোগ পালে। অনুষ্ঠানটোত অনন্যাই পৰ্যায়ক্রমে তিনিটা নৃত্যাংশ উপস্থাপন কৰি সত্ৰীয়াৰ আধ্যাত্মিক গাম্ভীৰ্য, ৰসনাত্মক বৈচিত্র্য আৰু কলাগত সূক্ষ্মতা সুন্দৰভাৱে প্ৰতিফলিত কৰিলে। এই অনুষ্ঠানটো অ’ক্সফৰ্ড হিন্দু ছ’ছাইটি আৰু অ’ক্সফৰ্ড চেন্টাৰ ফৰ হিন্দু ষ্টাডিজৰ যৌথ উদ্যোগত আয়োজিত হৈছিল, যিটো অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জিছাছ কলেজত অনুষ্ঠিত হয়। অনুষ্ঠানটো শেষ হয় অ’ক্সফৰ্ড হিন্দু ছ’ছাইটিৰ সভাপতি অভিৰাজ সিঙৰ ধন্যবাদ জ্ঞাপনৰে। তেওঁ মন্তব্য কৰে, “সত্ৰীয়া নৃত্য প্ৰথমবাৰ চোৱাৰ এটা অনন্য অভিজ্ঞতা আছিল। অনন্যাই সম্পূৰ্ণ ঘণ্টাটোৰ অনুষ্ঠানটোক এনে শ্ৰদ্ধা, ভাৱনা আৰু সৌন্দৰ্যৰে উপস্থাপন কৰিলে — ই সত্যেই প্ৰেৰণাদায়ক। তেওঁৰ আগন্তুক যাত্ৰাৰ বাবে শুভকামনা।” অনন্যা মহন্তৰ এই প্ৰদৰ্শন আৰু ব্যাখ্যা পণ্ডিত, ছাত্র-ছাত্ৰী আৰু কলাপ্ৰেমীসকলৰ পৰা গভীৰ প্ৰশংসা লাভ কৰে। সত্ৰীয়াৰ আধ্যাত্মিক আৰু সাংস্কৃতিক মূলকথা একাডেমিক পৰিবেশত যি ভাৱে জীৱন্ত কৰি তোলা হৈছিল, ই ভাৰতীয় সত্ৰ সংস্কৃতি আৰু বিশ্বজনীন কলাসমাজৰ মাজত এটা অমূল্য সেতু স্থাপন কৰিলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আজিৰে পৰা দুদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণ আৰম্ভ
ইডিক কেজৰিৱালৰ উত্তৰ-কয় যে চমন ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৩৩৫ জন
বিজয়দশমী উৎসৱত ঘোষণা কৰিব শীতকালৰ বাবে শ্ৰী বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ কৰাৰ তাৰিখ
ধৰ্মান্তৰকৰণ আৰু বিভাজনৰ ভয়াবহতা ভোগ কৰা লোকসকলৰ কাহিনী শৰণাৰ্থী – দি ৰিফিউজিজ ছবিখন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ ৪০ বছৰৰ তলৰ যুৱক-যুৱতীসকলৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ সমৰ্থন
Next Article নিৰ্মান সম্পূৰ্ন হোৱাৰ পাছতো এটুপী বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কামপুৰৰ ৰহা সমষ্টি আৰু বঢ়মপুৰ বাসী ৰাইজ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?