• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > এইচ ডি কুমাৰস্বামীয়ে আৰম্ভ কৰিলে পিএলআই আঁচনিৰ তৃতীয় পৰ্যায় পিএলআই ১.২
Business

এইচ ডি কুমাৰস্বামীয়ে আৰম্ভ কৰিলে পিএলআই আঁচনিৰ তৃতীয় পৰ্যায় পিএলআই ১.২

CliQ INDIA
Last updated: November 5, 2025 8:52 am
CliQ INDIA
Share
2 Min Read
SHARE
पीएलआई 1.2 का शुभारंभ करते केंद्रीय इस्पात एवं भारी उद्योग मंत्री एच. डी. कुमारस्वामी

নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। চৰকাৰে বিশেষ তীখাৰ বাবে প্ৰডাকচন-লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ তৃতীয় পৰ্যায়ৰ পিএলআই ১.২ আৰম্ভ কৰে । কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে মঙলবাৰে মুকলি কৰে। এই পদক্ষেপক আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অধীনত ভাৰতক বিশ্বব্যাপী তীখাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

তীখা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ইয়াত বিশেষ তীখাৰ বাবে পি এল আই আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। তীখা মন্ত্ৰালয়ৰ পিএলআই আঁচনিখনে এতিয়ালৈকে বিনিয়োগ, ৩০,৭৬০ লোকৰ বাবে প্ৰত্যক্ষ নিয়োগ, আৰু আঁচনিৰ অধীনত চিনাক্ত কৰা ১ কোটি ৪৩ লাখ টন বিশেষ তীখাৰ আনুমানিক উৎপাদনৰ ক্ষেত্ৰত ৪৩,৮৭৪ কোটি টকাৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আঁচনিখনৰ প্ৰথম দুটা ৰাউণ্ডত অংশগ্ৰহণ কৰা কোম্পানীসমূহে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে ২২,৯৭৩ কোটি টকা বিনিয়োগ কৰি ১৩,২৮৪ টা চাকৰিৰ সৃষ্টি কৰিছে।২০২১ চনৰ জুলাই মাহত কেবিনেটে অনুমোদন জনোৱা বিশেষ তীখাৰ বাবে পিএলআই আঁচনিখন আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ভাৰতক তীখা উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তৃতীয় ৰাউণ্ড (পিএলআই ১.২)ৰ লক্ষ্য হৈছে উদীয়মান আৰু উন্নত ষ্টীল সামগ্ৰী, যেনে ছুপাৰ এলয়, চিআৰজিঅ’, ষ্টেইনলেছ ষ্টীলৰ দীঘল আৰু সমতল সামগ্ৰী, টাইটানিয়াম এলয়, আৰু আৱৰণযুক্ত ষ্টীলত নতুন বিনিয়োগ আকৰ্ষণ কৰা। ইয়াৰ ফলত যথেষ্ট চাকৰি সৃষ্টি হ’ব, উচ্চমানৰ তীখাৰ ক্ষমতা সম্প্ৰসাৰণ হ’ব, আৰু বিশেষ তীখাৰ বাবে বিশ্বব্যাপী মূল্য শৃংখলত ভাৰতক পছন্দৰ যোগানকাৰী হিচাপে প্ৰতিষ্ঠা হ’ব বুলি আশা কৰা হৈছে।

তীখা মন্ত্ৰালয়ে জনোৱা মতে, পিএলআই আঁচনিখনে এতিয়ালৈকে ৪৩,৮৭৪ কোটি টকাৰ প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগ আকৰ্ষণ কৰিছে, ইয়াৰে ২২,৯৭৩ কোটি টকা ইতিমধ্যে বিনিয়োগ কৰা হৈছে, আনহাতে প্ৰথম দুটা ৰাউণ্ডৰ অধীনত ১৩,০০০ৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। এই আঁচনিখনে ছুপাৰএলয়, চি আৰ জি অ’, এলয় ফৰ্জিং, ষ্টেইনলেছ ষ্টীল (দীঘল আৰু সমতল), টাইটানিয়াম এলয়, আৰু আৱৰণযুক্ত ষ্টীলকে ধৰি ২২টা পণ্যৰ উপ-শ্ৰেণী সামৰি লৈছে। আঁচনিখনৰ অধীনত প্ৰৰোচনাৰ হাৰ ৪%ৰ পৰা ১৫%লৈকে, যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে প্ৰযোজ্য। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা বিতৰণ আৰম্ভ হ’ব। বৰ্তমানৰ ধাৰাসমূহক ভালদৰে প্ৰতিফলিত কৰিবলৈ মূল্য নিৰ্ধাৰণৰ বাবে ভিত্তি বছৰটোও ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ আপডেট কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

আৰম্ভণিৰ ব্যৱসায়ত শ্বেযাৰ বজাৰত চাপ, চেন্সেক্স আৰু নিফটিৰ পতন
জানুৱাৰী মাহৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব ৰেন’ আৰু অন্যান্য কোম্পানীসমূহৰ গাড়ী
ঘৰুৱা শ্বেয়াৰ বজাৰখন শক্তিশালীভাৱে বন্ধ, বিনিয়োগকাৰীয়ে ₹৩.১৬ লাখ কোটি উপাৰ্জন
কয়লা ইণ্ডিয়াৰ চিএমডি বি ছাইৰামক চিইঅ’ হিচাপে নিযুক্তি
প্ৰায় চাৰি শতাংশ হ্ৰাসৰ সৈতে তালিকাভুক্ত হৈছে কে এছ এইচ ইণ্টাৰনেশ্যনেলৰ শ্বেয়াৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দক্ষিণ কুমাৰীকাটা – টেবিতোলা অসম মালা আঁচনিৰ পথৰ নিবিদা কৰ্তন কৰাত ক্ষোভ অঞ্চলবাসীৰ
Next Article ফিলিপাইনছত কালামেগী ধুমুহাৰ ফলত ২৬ জন লোকৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?