• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বাংলাদেশত তীব্ৰতৰ গণভোটৰ দাবী, আঠটা দলৰ ৰেলী, নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ দাখিল
International

বাংলাদেশত তীব্ৰতৰ গণভোটৰ দাবী, আঠটা দলৰ ৰেলী, নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ দাখিল

CliQ INDIA
Last updated: October 31, 2025 8:42 am
CliQ INDIA
Share
2 Min Read
SHARE

ঢাকা, ৩০ অক্টোবৰ (হি.স.)। বাংলাদেশত গণভোট আৰু জুলাই ৰাষ্ট্ৰীয় চনদ ৰূপায়ণৰ দাবীয়ে গতি লাভ কৰিছে। আজি ৰাজধানী ঢাকাৰ আগৰগাঁৱৰ নিৰ্বাণ ভৱনৰ বাহিৰত এক সমদল উলিয়াই অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৮টা ৰাজনৈতিক দলে। ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ বিষয়ববীয়াক স্মাৰক পত্ৰ দাখিল কৰে।

ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি জামাত-ই-ইছলামী আৰু ইছলামী আন্দোলন বাংলাদেশকে ধৰি আঠটা ৰাজনৈতিক দলে এক সমদল উলিয়াই নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ দাখিল কৰি জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া গণভোট আৰু নৱেম্বৰ মাহত জুলাইৰ ৰাষ্ট্ৰীয় চনদ কাৰ্যকৰী কৰাৰ দাবী জনায়। স্মাৰক পত্ৰখনত নিৰ্বাচন আয়োগক সকলো দলৰ বাবে সম সুযোগ সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে নকৰিলে পূৰ্বৰ আয়োগৰ দৰেই পৰিণতি হ’ব বুলি সকীয়াই দিয়া হৈছে।

সমাৱেশত জামাতৰ নেতাসকলে জুলাইৰ ৰাষ্ট্ৰীয় চনদ কাৰ্যকৰী কৰাৰ লগতে পৰৱৰ্তী সংসদীয় নিৰ্বাচনৰ পূৰ্বে গণভোট অনুষ্ঠিত কৰাৰ বাবে সাংবিধানিক আদেশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সমাৱেশত ভাষণ দিয়ে জামাতৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল হালিম, মুবাৰক হুছেইন, ৰেজাউল কৰিম, আৰু নাজিমুদ্দিন মোল্লাই। ইছলামিক আন্দোলনৰ নেতাসকলেও এই দাবী পুনৰবাৰ উল্লেখ কৰি কয় যে সংসদীয় নিৰ্বাচনৰ পূৰ্বে গণভোট অনুষ্ঠিত কৰাত কোনো পলম হ’ব নালাগে।

মন কৰিবলগীয়া যে যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ খিলাফত মজলিছ, বাংলাদেশৰ খিলাফত মজলিছ, বাংলাদেশ নিজাম-ই-ই-ইছলাম পাৰ্টি, বাংলাদেশৰ খিলাফত আন্দোলন, ৰাষ্ট্ৰীয় লোকান্তৰিক পাৰ্টি, বাংলাদেশ বিকাশ পাৰ্টিকে ধৰি আঠটা দলে পাঁচ দফীয়া দাবীৰ সমৰ্থনত প্ৰচাৰ চলাই আহিছে। এই পাঁচটা দাবী হ’ল-

জুলাইৰ ৰাষ্ট্ৰীয় চনদ কাৰ্যকৰী কৰি নৱেম্বৰৰ ভিতৰত গণভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰা। পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত সংসদৰ দুয়োটা সদনত আনুপাতিক প্ৰতিনিধিত্ব কাৰ্যকৰী কৰা। মুক্ত, নিকা, আৰু গ্ৰহণযোগ্য নিৰ্বাচনৰ সমান সুযোগ নিশ্চিত কৰা। ফেচিষ্ট চৰকাৰৰ সকলো অত্যাচাৰ, গণহত্যা, দুৰ্নীতিৰ বাবে প্ৰত্যক্ষ বিচাৰ। স্বৈৰাচাৰীত্বক সমৰ্থন কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় দল আৰু ১৪ দলীয় মিত্ৰজোঁটৰ কাৰ্যকলাপ নিষিদ্ধ কৰা।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

নেপালত হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰা ৰাজতন্ত্ৰ সমৰ্থক দুৰ্গা প্ৰসাইক গ্ৰেপ্তাৰ
দিতোৱা ঘূৰ্ণীবতাহৰ বাবে পুডুচেৰীত বৰষুণৰ সতৰ্কবাণী , বিদ্যালয় বন্ধ, তামিলনাডুত জীৱন ক্ষতিগ্ৰস্ত
ধাৰাসাৰ বৰষুণৰ ফলত পাকিস্তানৰ কৰাচীত বিধ্বংসী ৰূপ ধাৰণ, ১০ জন লোকৰ মৃত্যু
ইউক্ৰেইনৰ ৫৮ নং পৃথক মটৰচালিত পদাতিক ব্ৰিগেডে ৰাছিয়াত উৰুৱালে কৌশলগত গুৰুত্বপূৰ্ণ দুখন দলং
কিম জং উনৰ পাৰমাণৱিক অস্ত্ৰাগাৰৰ প্ৰতিৰক্ষা, বিশ্ব সংঘাতক নিৰাপত্তা কৌশলৰ সৈতে সংযোগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰপ্তানি প্ৰসাৰ পৰিষদ আৰু উদ্যোগ সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত গোৱেলৰ অধ্যক্ষতা
Next Article কেন্দ্ৰীয় মন্ত্ৰী বাঘেলে আৰম্ভ কৰিলে স্বচ্ছতা আৰু ‘মাতৃৰ নামত এজোপা গছ’ অভিযান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?