• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২১ অক্টোবৰঃ ১৯৫১ চনত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় জনসংঘ
National

ইতিহাসৰ পৃষ্ঠাত ২১ অক্টোবৰঃ ১৯৫১ চনত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় জনসংঘ

CliQ INDIA
Last updated: October 20, 2025 2:05 pm
CliQ INDIA
Share
4 Min Read
SHARE

১৯৫১ চনৰ ২১ অক্টোবৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে। এই সংগঠনটোৱেই ভাৰতীয় ৰাজনীতিত সোঁপন্থী মতাদৰ্শক প্ৰতিনিধিত্ব কৰা আগশাৰীৰ দল হৈ পৰিল। জনসংঘৰ উদ্দেশ্য আছিল ভাৰতীয় সংস্কৃতি, জাতীয় ঐক্য, স্বদেশী মনোভাৱৰ ওপৰত ভিত্তি কৰি ৰাজনীতিৰ প্ৰসাৰ ঘটোৱা।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱৰ বিকল্প হিচাপে এই দল গঠন কৰা হৈছিল। পিছলৈ ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাৰ পিছত ভাৰতীয় জনসংঘ, জন লোকদল, আদি দলসমূহ একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টি গঠন কৰে।

ভাৰতীয় জনসংঘই ভাৰতীয় ৰাজনীতিত জাতীয়তাবাদ, ঐক্য, আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১২৯৬ – আলাউদ্দিন খিলজীয়ে দিল্লীৰ সিংহাসনত আৰোহণ কৰে।

১৫৫৫ – ইংলেণ্ডৰ সংসদে ফিলিপক স্পেইনৰ ৰজা হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে।

১৭২৭ – ৰাছিয়া আৰু চীনে সীমান্ত শুধৰণিৰ বাবে চুক্তি স্বাক্ষৰ কৰে।

১৮৫৪ – ফ্লৰেন্স নাইটিংগেলক ৩৮ গৰাকী নাৰ্ছৰ কৰ্মচাৰীৰে ক্ৰিমিয়া যুদ্ধলৈ পঠিওৱা হয়।

১৮৭১ – আমেৰিকাত (নিউয়ৰ্ক) প্ৰথম অপেশাদাৰী আউটড’ৰ এথলেটিক খেল অনুষ্ঠিত হয়।

১৯১৮ – মাৰ্গাৰেট ওৱেনে ১ মিনিটত ১৭০ ভিপিএম টাইপিং গতিৰে বিশ্ব অভিলেখ গঢ়িছিল।

১৯৩৪ – জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰে।

১৯৩৪ – নেতাজী সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰে।

১৯৩৪ – জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰে।

১৯৪৫ – ফ্ৰান্সৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে।

১৯৪৮ – ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ ধ্বংস কৰাৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই নাকচ কৰে।

১৯৫০ – বেলজিয়ামত মৃত্যুদণ্ড বিলুপ্ত কৰা হয়।

১৯৫১ – ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হয়।

১৯৫৪ – ভাৰত আৰু ফ্ৰান্সে পণ্ডিচেৰী, কৰিকাল, আৰু মাহেক ভাৰতীয় গণৰাজ্যত একত্ৰিত কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল।

১৯৭০ – নৰ্মান ই বৰলাউগক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

১৯৯৯ – সুকাৰ্ণোৰ কন্যা মেগাৱাটি ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

২০০৩ – চীন আৰু পাকিস্তানে নৌসেনাৰ অনুশীলন আৰম্ভ কৰে। 4B কেৰিয়াৰ ৰকেটৰ পৰা চীনে দুটা উপগ্ৰহ উৎক্ষেপণ কৰে।

২০০৫ – পাকিস্তানত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মুখতাৰন মাইক ‘বছৰৰ মহিলা’ ​​হিচাপে নিৰ্বাচিত হয়।

২০০৭ – ভাৰতীয়-আমেৰিকান ববি জিণ্ডালে আমেৰিকাৰ লুইজিয়ানাৰ গৱৰ্ণৰ পদ লাভ কৰে।

২০০৮ – ৬১ বছৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত কাৰাৱা-ই-তিজাচ আৰম্ভ হয়।

২০১২ – ছাইনা নেহৱালে ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰে।

২০১৩ – কানাডাৰ সংসদে মালালা ইউছুফজাইক কানাডাৰ নাগৰিকত্ব প্ৰদান কৰে।

২০১৪ – প্ৰখ্যাত পেৰালিম্পিক দৌৰবিদ অস্কাৰ পিষ্টোৰিয়াছক তেওঁৰ প্ৰেমিকা ৰিভা ষ্টিনকেম্পক হত্যা কৰাৰ অপৰাধত পাঁচ বছৰৰ কাৰাদণ্ড বিহা হয়।

জন্ম-

১৯৩৯ – হেলেন – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী।

১৯৩৭ – আজিৰ দিনটোতে ফাৰুক আব্দুল্লা – ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৩১ – শম্মি কাপুৰ – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।

১৯২৫ – সুৰজিৎ ​​সিং বৰ্ণালা – শিৰোমণি আকালি দলৰ ৰাজনীতিবিদ আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৫৭ – অশোক লাভাছা – ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত।

১৮৮৯ – কাশীনাথ নাৰায়ণ দীক্ষিত – ভাৰতীয় পুৰাতত্ত্বৰ পণ্ডিত।

১৮৮৭ – আজিৰ দিনটোতে কৃষ্ণ সিং – বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।

১৮৩০ – নৈন সিং ৰাৱট – হিমালয়ৰ অঞ্চল অন্বেষণ কৰা প্ৰথম ভাৰতীয়।

মৃত্যু-

২০১২ – যশ চোপ্ৰা – ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক।

১৯৯৮ – অজিত – ভাৰতীয় হিন্দী চিনেমাৰ বিখ্যাত অভিনেতা।

গুৰুত্বপূৰ্ণ দিন-

-আৰক্ষী স্মৃতি দিৱস।

-বিশ্ব আয়’ডিনৰ অভাৱ দিৱস।

-আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীৰ আগত 'মন কি বাত' সম্বোধন
হিমাচল প্ৰদেশৰ ছিৰমৌৰত বিজেপিৰ সভাপতি জে পি নড্ডা | BulletsIn
হিন্দন এয়াৰবেছত গৰুড় কমাণ্ডো আৰু এন এছ জিৰ কটকটীয়া পহৰাত শ্বেখ হাছিনা | BulletsIn
পতঞ্জলি বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু অন্ধ্ৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি
চীনৰ সৈতে বৃদ্ধি পোৱা বাণিজ্যিক ঘাটি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক জয়ৰাম ৰমেশৰ সকীয়নী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হংকঙত ডুবাইৰ কাৰ্গো বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজনৰ মৃত্যু, চাৰিওজন ক্ৰু মেম্বাৰ নিৰাপদ
Next Article বিহপুৰীয়াত জুবিনৰ এমহীয়া আদ্য শ্ৰাদ্ধত জুবিনৰ অমৰত্ব প্ৰদানৰ হেতু চিকিৎসকৰ মুণ্ডন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?