• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ভাৰত-ব্ৰিটেইনৰ উচ্চ পৰ্যায়ৰ বাৰ্তাত প্ৰযুক্তি, শিক্ষা, আৰু বিনিয়োগকে ধৰি ১২টা বিষয়ত একমতত উপনীত
National

ভাৰত-ব্ৰিটেইনৰ উচ্চ পৰ্যায়ৰ বাৰ্তাত প্ৰযুক্তি, শিক্ষা, আৰু বিনিয়োগকে ধৰি ১২টা বিষয়ত একমতত উপনীত

CliQ INDIA
Last updated: October 10, 2025 8:32 am
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। ভাৰত আৰু ব্ৰিটেইনৰ মাজত বৃহস্পতিবাৰে হোৱা উচ্চ পৰ্যায়ৰ আলোচনাত প্ৰযুক্তি আৰু উদ্ভাৱন, শিক্ষা, বাণিজ্য আৰু বিনিয়োগ, জলবায়ু, স্বাস্থ্য, আৰু গৱেষণাৰ ক্ষেত্ৰত ১২টা নতুন পদক্ষেপ আৰু চুক্তিৰ আৰম্ভণি হয়। এই চুক্তিসমূহৰ জৰিয়তে দুয়োখন দেশে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ লগতে ভাগ-বতৰা উন্নয়নৰ সুযোগসমূহ শক্তিশালী কৰাৰ সংকল্প প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে আজি মুম্বাইত বিস্তৃত আলোচনাত মিলিত হৈ দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে এক শক্তিশালী আৰু চিৰস্থায়ী অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ ভাগ-বতৰা দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে। দুয়োপক্ষই সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ নতুন সুযোগ চিনাক্ত কৰে।

এই আলোচনাত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ সকলো দিশকে ধৰি সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ), বিনিয়োগ, শিক্ষা, প্ৰযুক্তি, উদ্ভাৱন, সেউজ শক্তি আৰু জলবায়ু কাৰ্য্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি সকলো দিশ সামৰি লোৱা হয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, ইউক্ৰেইন সংঘাত, পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি গুৰুত্বপূৰ্ণ বিশ্ব আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক বাণিজ্য চুক্তি (চিইটিএ) এক অভূতপূৰ্ব পদক্ষেপ। ই যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব, বাণিজ্য সম্প্ৰসাৰণ কৰিব, আৰু আমাৰ উদ্যোগ আৰু গ্ৰাহক উভয়কে উপকৃত কৰিব। এই প্ৰেক্ষাপটত তেওঁ আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে আমাৰ দেশসমূহৰ মাজত ভৱিষ্যতৰ বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ে চৰ্চা কৰে।

তেওঁ কয় যে আলোচনা কৰা আন মূল বিষয়সমূহৰ ভিতৰত আছে প্ৰযুক্তি, প্ৰতিৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষম উন্নয়ন, নবীকৰণযোগ্য শক্তি, আৰু অন্যান্য। তেওঁ লগতে উল্লেখ কৰে যে তেওঁ বিভিন্ন ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক সাক্ষাৎ কৰি আনন্দিত হৈছিল। তেওঁ কয় যে তেওঁ ব্ৰিটেইনৰ সৈতে শৈক্ষিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি যাব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আই আই টি-আই এছ এম ধনবাদত ইণ্ডিয়া-ইউ কে কানেক্টিভিটি এণ্ড ইনোভেচন চেণ্টাৰ, জইণ্ট চেণ্টাৰ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স, ক্ৰিটিকেল মিনাৰেলছ ইণ্ডাষ্ট্ৰী গিল্ড, আৰু এটা নতুন চেটেলাইট কেম্পাছ স্থাপন কৰা হ’ব। দ্বিতীয় পৰ্যায়ৰ জটিল খনিজ যোগান শৃংখল মানৱ নিৰীক্ষণ কেন্দ্ৰ আৰু তৃতীয় পৰ্যায়ৰ জৈৱ চিকিৎসা গৱেষণা কেৰিয়াৰ কাৰ্যসূচীও আৰম্ভ কৰা হয়।

শিক্ষাৰ ক্ষেত্ৰত বেংগালুৰুত লেংকেষ্টাৰ ইউনিভাৰ্চিটি কেম্পাছ মুকলিৰ বাবে উদ্দেশ্য পত্ৰ দাখিল কৰাৰ বিপৰীতে জিফ্ট চিটিত ইউনিভাৰ্চিটি অৱ চাৰে কেম্পাছ স্থাপনৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰা হয়। বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত পুনৰ গঠিত ভাৰত-ব্ৰিটেইনৰ চিইঅ’ ফ’ৰামৰ উদ্বোধনী বৈঠক অনুষ্ঠিত হয়, আৰু যুটীয়া অৰ্থনৈতিক বাণিজ্য সমিতি পুনৰ গঠন কৰা হয়, যিয়ে চিইটিএ ৰূপায়ণত সহায় কৰিব আৰু অৰ্থনৈতিক বৃদ্ধি আৰু চাকৰি সৃষ্টিক প্ৰসাৰিত কৰিব।

তদুপৰি জলবায়ু প্ৰযুক্তি ষ্টাৰ্টআপ ফাণ্ডত যৌথ বিনিয়োগৰ বাবে নতুন চুক্তি কৰা হয়, যিয়ে জলবায়ু প্ৰযুক্তি আৰু এআইৰ দৰে ক্ষেত্ৰত উদ্ভাৱনী উদ্যোগীসকলক উৎসাহিত কৰিব। স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰতো ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু ব্ৰিটেইনৰ নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্চ (এনআইএইচআৰ)ৰ মাজতো এক উদ্দেশ্য পত্ৰ স্বাক্ষৰিত হয়।

ইয়াৰ পূৰ্বে বন্ধু প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক মুম্বাইৰ ৰাজভৱনত আদৰণি জনাই আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ উপলক্ষে নিশ্চয়কৈ এক বিশেষ অনুষ্ঠান। ভাৰতত সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ উপস্থিতিয়ে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে আৰু ভাৰত-ব্ৰিটিছ সম্পৰ্কৰ শক্তিশালী সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ আজি উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ, প্ৰথমে গ্ৰেটাৰ নয়ডাত উপস্থিত
মণিপুৰৰ হিংসাৰ পিছত চিকিৎসালয়ত পৰি থকা ১৭৫টা মৃতদেহ দাহ কৰাৰ ‘ছুপ্ৰিম’নিৰ্দেশ
তিনিদিনীয়া ভ্ৰমণসূচীৰে নেপালত উপস্থিত ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুদ
এছআইআৰক লৈ নিৰ্বাচন আয়োগৰ ওপৰত খৰ্গহস্ত মমতা বেনাৰ্জী, হিংসাৰ উচটনি দিয়া বিবৃতি বুলি অভিহিত বিজেপিৰ
প্ৰধানমন্ত্ৰীয়ে সোমবাৰে উদ্বোধন কৰিব ‘এমাজিং চাইন্স এণ্ড টেকনোলজি ইনোভেচন কনক্লেভ ২০২৫’

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ত্ৰুটিৰ পুনৰাবৃত্তি কৰাতকৈ ট্ৰাম্পে কূটনীতিক অগ্ৰাধিকাৰ দিয়া উচিত: ইৰাণ
Next Article তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে দেশৰ ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী ,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?