• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > যোৰহাট ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ আয়োজন, সকলোকে প্ৰশাসনক সহযোগৰ আহ্বান বিজেপিৰ
Regional

যোৰহাট ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ আয়োজন, সকলোকে প্ৰশাসনক সহযোগৰ আহ্বান বিজেপিৰ

CliQ INDIA
Last updated: October 1, 2025 6:05 am
CliQ INDIA
Share
1 Min Read
SHARE

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব বিশ্ৰুত কণ্ঠশিল্পী জুবিন গাৰ্গ, ১৯ ছেপ্টেম্বৰ অভিশপ্ত দিনটোতে আকস্মিক দুৰ্ঘটনাৰ সম্মুখীন হৈ মৃত্যুক আঁকোৱালি ললে। তেখেত কায়িকভাৱে আমাৰ মাজত নথকা ১৩ দিনেই হল।

প্ৰয়াত জুবিন গাৰ্গৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি অহা ১ অক্টোবৰত যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত ৰাজহুৱা মাংগলিক কাৰ্য আয়োজন কৰা হৈছে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে অসম চৰকাৰৰ সমৰ্থনত যোৰহাট জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে মাংগলিক কাৰ্যৰ প্ৰতিটো দিশেই সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিজন ব্যক্তিয়েই যাতে প্ৰশাসনক সহযোগ কৰি এজন জুবিন অনুৰাগী হিচাপে উক্ত অনুষ্ঠানত থাকে তাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। বিবৃতিটোত লগতে কয় যে জুবিন গাৰ্গৰ কেৱল এক শিল্পী হিচাপে পৰিচিত নাছিল তেখেত আছিল জনতাৰ কণ্ঠ, দৰিদ্ৰ জনৰ সহায়ৰ হাত অসমৰ এক উজ্বল ৰত্ন।

সেয়ে তেখেতক অকালতে হেৰুৱাই প্ৰতিজন অসমীয়াই শোকত ভাগি পৰিছে। এই মৃত্যুত জড়িত প্ৰতি গৰাকী দোষীয়েই যাতে উপযুক্ত শাস্তি লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিষয়টোত তীক্ষ্ণ দৃষ্টি ৰাখিছে। আমি আশাবাদী প্ৰকৃত দোষীয়ে শাস্তি পোৱাৰ লগতে মৃতকৰ পৰিয়ালে উচিত ন্যায় পাব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

গৌৰীপুৰৰ দত্ত বাড়ী তিনিদিনীয়া কালি পুজাৰ অন্তিম দিন
কাজিৰঙাত আন্তৰ্জাতিক প্ৰাইমেট (Primat) দিৱস উদযাপন
সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ চাপৰৰ ধীৰঘাটত উত্তাল প্ৰতিবাদ | BulletsIn
ধূলা আৰু খাৰুপেটীয়াৰ চৰ অঞ্চলত বাঘৰ আতংক | BulletsIn
গৰুচোৰক কেন্দ্ৰ কৰি উত্তপ্ত দেৰগাঁৱৰ দীঘলিপাম

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এন এইচ আৰ চিৰ অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, মধ্যপ্ৰদেশ চৰকাৰৰ পৰা বিচাৰিছে ৰিপৰ্ট
Next Article কানাডা ছুপাৰ ৬০ত খেলিব সুৰেশ ৰাইনা, টৰন্টো ছিক্সাৰছত যোগদান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?