• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > সফলতাৰে ফেংয়ুন ৩-০৮ উপগ্ৰহ উৎক্ষেপণ চীনৰ
International

সফলতাৰে ফেংয়ুন ৩-০৮ উপগ্ৰহ উৎক্ষেপণ চীনৰ

CliQ INDIA
Last updated: September 28, 2025 3:54 am
CliQ INDIA
Share
2 Min Read
SHARE

বেইজিং, ২৭ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ বিশ্বৰ বতৰৰ আগজাননী দিয়াৰ লক্ষ্যৰে চীনে সফলতাৰে উৎক্ষেপণ কৰিছে ফেংগুন-৩-০৮ উপগ্ৰহ।

চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি, শনিবাৰে দেশৰ উত্তৰ-পশ্চিম অঞ্চলৰ জিউকুয়ান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ফেংগুন-৩-০৮ বতৰ বিজ্ঞান উপগ্ৰহটো মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হয়। স্থানীয় সময় অনুসৰি পুৱা ৩:২৮ বজাত লং মাৰ্চ-৪চি কেৰিয়াৰ ৰকেটত উৎক্ষেপণ কৰা হয়। উপগ্ৰহটোৱে নিজৰ নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিছে।

চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনৰ (চিএনএছএ) তথ্য অনুসৰি এই উৎক্ষেপণে ৫৯৬ সংখ্যক লং মাৰ্চ ছিৰিজৰ উৰণ অভিযানৰ সূচনা কৰে, যিটো দেশখনৰ মহাকাশ সামৰ্থ্য শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

ফেংয়ুন-৩-০৮ উপগ্ৰহটো ফেংগুন বতৰ বিজ্ঞান উপগ্ৰহ পৰিয়ালৰ শেহতীয়া সদস্য আৰু ইয়াত ৯টা উন্নত ৰিম’ট চেন্সিং পেলোড আছে। ইয়াৰ ভিতৰত মধ্যম ৰিজ’লিউচনৰ বৰ্ণালী ইমেজাৰ আৰু মাইক্ৰৱেভ ইমেজাৰৰ দৰে যন্ত্ৰও অন্তৰ্ভুক্ত।

এই উপগ্ৰহটোৱে মূলতঃ বতৰৰ পূৰ্বাভাস, বায়ুমণ্ডলীয় ৰসায়ন, জলবায়ু পৰিৱৰ্তন নিৰীক্ষণ আৰু গৱেষণা কাৰ্য্যকলাপৰ তথ্য প্ৰদান কৰিব। চিএনএছএৰ তথ্য অনুসৰি এই উপগ্ৰহৰ কাৰ্য্যকলাপে চীনৰ বিশ্বব্যাপী বতৰ পূৰ্বাভাসৰ ক্ষমতা বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা বিশ্বৰ জলবায়ু পৰিৱৰ্তনক ভালদৰে মোকাবিলা কৰাৰ লগতে বতৰ সম্পৰ্কীয় দুৰ্যোগ ৰোধ কৰাৰ ক্ষেত্ৰত চীনৰ ক্ষমতা যথেষ্ট উন্নত হ’ব।

চীন বতৰ বিজ্ঞান প্ৰশাসনৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই উপগ্ৰহটোৱে বিশ্বজুৰি বতৰৰ পূৰ্বাভাসৰ সঠিকতা আৰু সময়োপযোগীতাৰ ক্ষেত্ৰত নতুন ভূমি ভংগ কৰিব।

মন কৰিবলগীয়া যে ফেংগুন ছিৰিজৰ উপগ্ৰহসমূহে ইতিমধ্যে ১২৯খন দেশ আৰু অঞ্চললৈ ডাটা প্ৰডাক্ট আৰু সেৱা আগবঢ়াইছে। এই নতুন উপগ্ৰহটোৱে এই নেটৱৰ্কক আৰু অধিক শক্তিশালী কৰিব। ই বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, আৰু ট্ৰেচ গেছ নিৰীক্ষণ কৰিব, যিয়ে বানপানী, খৰাং, ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণীত সহায়ক হ’ব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰতি বিশ্বব্যাপী প্ৰতিক্ৰিয়া: উত্তেজনা হ্ৰাস কৰাৰ আহ্বান, কূটনীতিৰ পোষকতা
ন্যায়িক তদন্ত আয়োগত আদালতৰ হস্তক্ষেপ উপযুক্ত নহয় – উচ্চতম ন্যায়ালয়ক প্ৰধানমন্ত্ৰীৰ স্পষ্ট উত্তৰ
ইজৰাইলৰ সেনা প্ৰধানৰ পদত্যাগ ঘোষণা, হামাছৰ আক্ৰমণৰ ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ | BulletsIn
ভাৰতৰ মুখ্য ন্যায়াধীশ গাভাইৰ ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনি ভ্ৰমণ
মেক্সিকোত মালবাহী ৰে’ল আৰু ডাবল ডেকাৰ বাছৰ সংঘৰ্ষ, ১০ জন নিহত, ৪১ জন আহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰৰ উৰ্ধমুখী ধাৰা, ৰূপৰ দৰ নতুন উচ্চতাত উপনীত
Next Article ইতিহাসৰ পৃষ্ঠাত ২৮ ছেপ্টেম্বৰ : ভগত সিং জয়ন্তী – সাহস আৰু ত্যাগৰ এক অমৰ কাহিনী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?