• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > এছিয়া কাপ ২০২৫: বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰি ভাৰতৰ ফাইনেলত প্ৰৱেশ
Sports

এছিয়া কাপ ২০২৫: বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰি ভাৰতৰ ফাইনেলত প্ৰৱেশ

CliQ INDIA
Last updated: September 25, 2025 1:10 pm
CliQ INDIA
Share
2 Min Read
SHARE

ডুবাই, ২৫ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপ ২০২৫ৰ ছুপাৰ ফোৰ মেচত ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয়ৰ লগে লগে শ্ৰীলংকা প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে বাংলাদেশ আৰু পাকিস্তানৰ মাজৰ খেলখন এতিয়া ছেমি ফাইনেলত পৰিণত হৈছে।

ভাৰতৰ ১৬৯ ৰানৰ লক্ষ্য খেদি খেদি বাংলাদেশ আৰম্ভণিৰে পৰাই হেঁচাত পৰিছিল। অ’পেনাৰ আগতীয়াকৈ আউট হোৱাৰ পিছত ছৈফ হাছানে (৬৯ ৰান, ৫১ বল, ৩ চাৰি, ৫ ছয়) পাৰভেজ হোছেইন ইমনৰ সৈতে (২১ ৰান) দ্বিতীয় উইকেটৰ বাবে ৪২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে। কিন্তু এই অংশীদাৰিত্ব ভাঙি যোৱাৰ পাছত বাংলাদেশৰ ইনিংছ থৰকবৰক হৈ পৰে আৰু দলটোৱে নিয়মীয়াকৈ উইকেট হেৰুৱাই থাকিল। অৱশেষত বাংলাদেশে ১২৭ ৰানত অল আউট হয়।

ভাৰতীয় বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বাংলাদেশক কেতিয়াও সুস্থ হোৱাৰ সুযোগ নিদিলে। ভাৰতৰ হৈ সৰ্বাধিক ৩ উইকেট দখল কৰে কুলদীপ যাদৱে। যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। অক্ষৰ পেটেল আৰু তিলক বৰ্মাইও এটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ বেটিং কৰাৰ পথ বাছি লোৱা ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ ইনিংছৰ নায়ক অভিষেক শৰ্মাই ৩৭টা বলত ৬টা চাৰি আৰু ৫টা ছয়কে ধৰি বিস্ফোৰক ৭৫ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াইও ৩৮ ৰান (২৯ বল) কৰে। অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱ (৫), শিৱম ডুবে (২), আৰু তিলক বৰ্মা (৫)ৰ দৰে বেটছমেনে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে।

বাংলাদেশৰ হৈ ৰিছাদ হুছেইনে ৩ অভাৰত ২৭ ৰানত ২টা উইকেট দখল কৰাৰ বিপৰীতে তানজিম হাছান চাকিব, মুস্তাফিজুৰ ৰহমান, আৰু মহম্মদ ছাইফুদ্দিনে এটাকৈ উইকেট দখল কৰে।

এই জয়ৰ জৰিয়তে ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰিছে, আৰু এতিয়া ক্ৰিকেট অনুৰাগীসকলে পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ মেচখনত মনোনিৱেশ কৰিব, যিখন খেল দুয়োটা দলৰ বাবে ছেমি ফাইনেল সদৃশ হৈ পৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

ৰিয়েল মাদ্রিদক পৰাস্ত কৰি পি এছ জিৰ ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ, চেলছীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা
আই পি এল ২০২৬ : ৰাজস্থান ৰয়েলছৰ পুনৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কুমাৰ ছাংগাকাৰা
অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ মূল ড্ৰ’ত স্থান নিশ্চিত কৰিলে নিকি কলিয়াণ্ডা পুনাচাই
জাপানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত মধ্যপ্ৰদেশৰ অনুজ্ঞা শৰ্মাৰ ব্ৰঞ্জৰ পদক লাভ
আই এছ এল : বেংগালুৰু এফ চিৰ বিৰুদ্ধে ঘৰুৱা মেচত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু ওডিছা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ধিঙৰ কটহগুৰি অঞ্চলত ধুমুহাই তচনচ কৰিলে ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু গছ-গছনি
Next Article 'জলি এল এল বি ৩'ৰ বক্স অফিচৰ উপাৰ্জন হ্ৰাস
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?