• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আইএছএছএফ জুনিয়ৰ বিশ্বকাপঃ কাইলৈৰ পৰা ​​নতুন দিল্লীত পদকৰ যুঁজ আৰম্ভ
Sports

আইএছএছএফ জুনিয়ৰ বিশ্বকাপঃ কাইলৈৰ পৰা ​​নতুন দিল্লীত পদকৰ যুঁজ আৰম্ভ

CliQ INDIA
Last updated: September 25, 2025 3:55 am
CliQ INDIA
Share
2 Min Read
SHARE

১৮খন দেশৰ ২০৮ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব – আয়োজক ভাৰতে নিজৰ সৰ্ববৃহৎ দলৰ খেলপথাৰত অংশগ্ৰহণ কৰিব

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ ৰাজধানী নতুন দিল্লী কাইলৈৰ পৰা আন্তঃৰাষ্ট্ৰীয় শ্বুটিঙৰ এক প্ৰধান মঞ্চত পৰিণত হ’ব। বৃহস্পতিবাৰৰ পৰা ডাঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত আৰম্ভ হ’ব আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ ২০২৫, প্ৰথম দিনাই পদক নিৰ্ধাৰণ কৰা হ’ব। প্ৰতিযোগিতাখনৰ আৰম্ভণি হ’ব নন-অলিম্পিক ইভেণ্ট, ৫০ মিটাৰ ৰাইফল প্ৰ’ন, য’ত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব।

১৮খন দেশৰ মুঠ ২০৮ গৰাকী শ্বুটাৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰে ৬৯গৰাকী খেলুৱৈৰ দলেৰে ভাৰতে সৰ্বাধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। ১৮টা ইভেণ্টত (১৫টা অলিম্পিক আৰু ৩টা নন-অলিম্পিক) মুঠ ৫৪টা পদক বাজিত পৰিব। শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব অলিম্পিক প্ৰতিযোগিতা, প্ৰথমখন ফাইনেল হ’ব ১০ মিটাৰ এয়াৰ পিষ্টল।

ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব উদ্বোধনী মেচ। ৫০ মিটাৰ ৰাইফল প্ৰ’নত দহগৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিব—পুৰুষৰ পাঁচগৰাকী আৰু মহিলাৰ শাখাত পাঁচগৰাকী। পুৰুষৰ শাখাত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী বেদান্ত নীতিন ৱাঘমাৰে ভাৰতীয় বিডত নেতৃত্ব দিব। মহিলা শাখাত শ্বিমকেন্টত ৫০ মিটাৰ ৰাইফল থ্ৰী পিত স্বৰ্ণ জয় কৰা অনুষ্কা এইচ থোকুৰে দলটোক নেতৃত্ব দিব। ৰোহিত কন্যান, কুশগ্ৰা সিং ৰাজাৱত, দীপেন্দ্ৰ সিং শ্বেখাৱত, কুনাল শৰ্মা, নিমৰত কৌৰ ব্ৰাৰ, সনিয়া সাপলে, আধ্যা আগৰৱালা, আৰু অংশীকাও পদক দৌৰত অংশগ্ৰহণ কৰিব।

ভাৰতৰ উপৰিও আমেৰিকা (২০ জন খেলুৱৈ), ইটালী (১০), চেকিয়া (৯), ইৰাণ (৮), ক্ৰ’ৱেচিয়া (৭), গ্ৰেট ব্রিটেইন (৬), ইউ এ ই (৫), শ্লোভাকিয়া (৫), কাটাৰ (৪), ওমান (৪), স্পেইন (৮), ফিনলেণ্ড (৩), নেদাৰলেণ্ড (৩), চাইপ্ৰাছ (৩), নিউজিলেণ্ড (২), চৌদি আৰব (২), আৰু ৪০ জন ব্যক্তিগত নিৰপেক্ষ খেলুৱৈ (এআইএন)য়ে অংশগ্ৰহণ কৰিছে।

মন কৰিবলগীয়া যে এইবাৰৰ দ্বিতীয় আৰু অন্তিম জুনিয়ৰ বিশ্বকাপ। ইয়াৰ পূৰ্বে ২০২৫ চনৰ মে’ মাহত জাৰ্মানীৰ ছুহলত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১১টা পদক (৩টা সোণ, ৪টা ৰূপ, ৪টা ব্ৰঞ্জ) লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

উইম্বলডন ২০২৫: কোৱালিফায়াৰ অলি টাৰ্ভেটক পৰাস্ত কৰি আলকাৰাজৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ
আইচিচিৰ ফ্ৰান্স ক্ৰিকেটৰ বিৰুদ্ধে জালিয়াতি, দুৰ্নীতিৰ অভিযোগৰ তদন্ত
পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ জো ছলমনৰ ৯৩ বছৰ বয়সত মৃত্যু
পেৰিছ পেৰালিম্পিকঃ ৰোমাঞ্চকৰ খেলত ব্ৰঞ্জৰ পদক হেৰুৱালে ৰাকেশ কুমাৰে | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্ৰীৰামপুৰ ব্যবসায়ী সমিতিৰ উদ্যোগত অসমৰ জনপ্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
Next Article ইপেক প্ৰিফেবৰ ৫০৪ কোটি টকাৰ আইপিও মুকলি, ২৬ ছেপ্টেম্বৰলৈ কৰিব পাৰিব আবেদন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?