• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > (আপডেট) যোধপুৰত সংঘৰ সমন্বয় সভাত ঐক্য আৰু সমাজ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ
National

(আপডেট) যোধপুৰত সংঘৰ সমন্বয় সভাত ঐক্য আৰু সমাজ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ

CliQ INDIA
Last updated: September 8, 2025 6:23 am
CliQ INDIA
Share
3 Min Read
SHARE

যোধপুৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। যোধপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তিনিদিনীয়া সৰ্বভাৰতীয় সমন্বয় সভাৰ আজি অন্তিম দিন। বিভিন্ন সংগঠনৰ ৰাষ্ট্ৰীয় সভাপতি আৰু সংগঠন মন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ সামৰণি পৰ্বত সৰসংচলক মোহন ভাগৱতে ভাষণ প্ৰদান কৰিব।

বৈঠকত পঞ্জাৱত ধৰ্মান্তৰকৰণ আৰু ড্ৰাগছ আসক্তিৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰা হয়। বংগৰ অনুপ্ৰৱেশ আৰু আইন-শৃংখলাৰ পৰিস্থিতিক গুৰুতৰ প্ৰত্যাহ্বান হিচাপে আখ্যা দিয়া হৈছিল। মণিপুৰত শান্তিৰ প্ৰচেষ্টা আৰু জনজাতীয় অঞ্চলত নক্সালবাদী প্ৰভাৱ হ্ৰাস পোৱাটো ইতিবাচক লক্ষণ হিচাপে বিবেচিত হৈছে। লগতে সংঘৰ শতবৰ্ষৰ লগত জড়িত কাৰ্যসূচী আৰু সামাজিক পৰিৱৰ্তনৰ সৈতে জড়িত সংঘই দিয়া পঞ্চ পৰিৱৰ্তন সম্পৰ্কীয় আঁচনিসমূহ বিবেচনা কৰা হয়।

বৈঠকৰ বিষয়ে আজি সংঘৰ নিখিল ভাৰত প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে সাংবাদিকসকলক অৱগত কৰে। তেওঁ কয় যে সংঘ আৰু ইয়াৰ লগত জড়িত সংগঠনসমূহে সমাজত ঐক্য আৰু সহযোগিতাৰ মনোভাৱ সুদৃঢ় কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহিলাসকলৰ অংশগ্ৰহণ, শিক্ষাৰ ভাৰতীয়কৰণ, সামাজিক প্ৰত্যাহ্বান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহ আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল এই বৈঠকত।

মহিলা সমন্বয়ৰ বিষয়ত তেওঁ কয় যে বিভিন্ন সংগঠনে মহিলাসকলক নেতৃত্ব আৰু অংশগ্ৰহণৰ বাবে অধিক সুযোগ প্ৰদান কৰিছে। অপাৰেচন সিন্দুৰৰ সময়ত সমগ্ৰ দেশতে ৮৮৭টা কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, যিবোৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকলে আয়োজন কৰিছিল। বৈঠকত ক্ৰীড়া ভাৰতীয়ে ক্ৰীড়া জগতৰ নাৰী সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত এক অধ্যয়ন দাঙি ধৰে। আম্বেকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিক শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে শিক্ষাৰ সৈতে জড়িত বিভিন্ন সংগঠনে ইয়াক স্থলভাগত কাৰ্যকৰী হ’বলৈ সহায় কৰাৰ প্ৰচেষ্টা চলাইছে।

ভোটাৰ তালিকা উন্নীতকৰণৰ সৈতে জড়িত বিহাৰত চলি থকা এছআইআৰ প্ৰক্ৰিয়াক সমৰ্থন কৰি অম্বেকাৰে কয় যে এই ইতিবাচক পদক্ষেপক আগুৱাই নিব লাগে। তেওঁ কয় যে নিৰ্বাচন আয়োগে সময়ে সময়ে ভোটাৰ তালিকা উন্নীত কৰি আহিছে আৰু এইটো নিয়ম-আইনৰ অধীনত কৰা এক প্ৰক্ৰিয়া য’ত যিকোনো আপত্তি সমাধানৰ ব্যৱস্থাও আছে।

সুনীল আম্বেকাৰে ভাষা আৰু সমাজৰ লগত জড়িত বিষয়সমূহৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে। তেওঁ কয় যে সংঘই ভাষাৰ ভিত্তিত বৈষম্যৰ সদায় বিৰোধিতা কৰি আহিছে আৰু মানুহে ইংৰাজীৰ পৰিৱৰ্তে নিজৰ স্থানীয় ভাষাত শিক্ষা লাভ কৰিব বিচৰাৰ জোৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি বিশ্বাস কৰে। তেওঁ কয় যে এই চৰকাৰত ভাৰতীয় ভাষাৰ উন্নয়নৰ কাম আগবাঢ়িছে, কিন্তু অধিক প্ৰচেষ্টাৰ প্ৰয়োজন।

ধৰ্মান্তৰকৰণৰ সন্দৰ্ভত তেওঁ কয় যে লোভ আৰু বিভ্ৰান্তিৰ জৰিয়তে কৰা ধৰ্মান্তৰকৰণ ভুল আৰু সংঘই এই বিষয়ত সমাজখনক সজাগ কৰাৰ বাবে কাম কৰি আছে। একে সময়তে সাধু-সন্ত আৰু ঋষি-ঋষিৰ জৰিয়তে হিন্দু ধৰ্মৰ প্ৰতি ব্যাপক পৰ্যায়ত সজাগতা আৰু জাগৰুকতা বিয়পোৱাৰ প্ৰয়োজন আছে আৰু ঋষি-মুনিসকলে এই দিশত কাম কৰি আছে।

নিৰ্বাচনৰ সৈতে জড়িত বিষয়টোৰ ওপৰত তেওঁ স্পষ্ট কৰি দিয়ে যে সংঘই কাম কৰিবলৈ ক’লৈকো ওলাই যাব নালাগে, বৰঞ্চ সদায় ৰাইজৰ মাজত থাকি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰে। লগতে তেওঁ কয় যে সমাজৰ ঐক্য বিঘ্নিত কৰা শক্তিসমূহ অহৰহ সক্ৰিয় হৈ থাকে, গতিকে সময়ে সময়ে সজাগতা আৱশ্যক আৰু এয়া কেৱল সংঘৰ কামেই নহয়, সমগ্ৰ সমাজৰ দায়িত্ব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বিজেপি নেতা সংগীত সোমলৈ বাংলাদেশৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি
ৰে’ল মন্ত্ৰীয়ে ভাৰত মণ্ডপমত উদ্বোধন কৰিলে এছিয়াৰ সৰ্ববৃহৎ ৰে’ল প্ৰদৰ্শনী ‘আইআৰইই ২০২৫’
আজি বিহাৰৰ দৰভংগা, সমস্তীপুৰ আৰু বেগুছৰাইত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
আজিৰে পৰা ভাৰত মণ্ডপমত তিনিদিনীয়া ষ্টাৰ্টআপ মহাকুম্ভ
কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক সতীশ চেইলৰ বাসগৃহত ইডিৰ অভিযান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শাসকীয় দল নেপালী কংগ্ৰেছৰ দাবী – ছচিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰক
Next Article ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত কন্টেইনাৰ সহ চোৰাং গৰু জব্দ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?