• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ছত্তীশগড়ঃ গণেশ বিসাৰ্জনৰ বাবে যোৱা গাঁওবাসীক মহতিয়ালে বলেৰ’ বাহনে, ৩জন মৃত্যু, বহু আহত
National

ছত্তীশগড়ঃ গণেশ বিসাৰ্জনৰ বাবে যোৱা গাঁওবাসীক মহতিয়ালে বলেৰ’ বাহনে, ৩জন মৃত্যু, বহু আহত

CliQ INDIA
Last updated: September 3, 2025 10:12 pm
CliQ INDIA
Share
2 Min Read
SHARE

যশপুৰ/ৰাইপুৰ, ০৩ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড়ৰ যশপুৰ জিলাত মঙলবাৰে গভীৰ নিশা গণেশ বিসৰ্জনলৈ যোৱা গাঁওবাসীক মহতিয়াই নিয়ে এখন বলেৰ’ গাড়ীয়ে। এই দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয়। আহত আটাইকেইজনকে বগীচা চিকিৎসালয়লৈ লৈ যোৱা হয়। একে সময়তে গুৰুতৰভাৱে আহত লোকসকলক অম্বিকাপুৰলৈ প্ৰেৰণ কৰা হৈছে। গণেশ বিসৰ্জনৰ বাবে বাগিচা থানাৰ জুৰুদনলৈ গৈ আছিল গাঁওবাসী।

গণেশ বিসাৰ্জনৰ সৈতে জড়িত প্ৰত্যক্ষদৰ্শীৰ মতে ৰাইকেৰাৰ পৰা আহি থকা বলেৰো বাহনখন তীব্ৰ গতিৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পোনে পোনে ভিৰৰ মাজত প্ৰৱেশ কৰে। দুৰ্ঘটনাৰ সময়ত ১০০ৰো অধিক লোক বিসৰ্জন শোভাযাত্ৰাত জড়িত আছিল, যিসকলে গণপতি মূৰ্তি লৈ পুখুৰীৰ ফালে গৈ আছিল। তীব্ৰবেগী বলেৰ’খনৰ খুণ্ডাৰ ফলত লোকসকল বাগৰি পৰে আৰু বহু লোক বাহনখনৰ তলত সোমাই পৰে। ইয়াৰ ফলত তাত বিশৃংখলতাৰ সৃষ্টি হৈছিল। দুৰ্ঘটনাটোত অৰবিন্দ (১৯ বছৰ), বিপিন কুমাৰ প্ৰজাপতি (১৭ বছৰ), খিৰৱতী যাদৱ (৩২ বছৰ)ৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয়।

ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে চালকজনক ধৰি তীব্ৰ প্ৰহাৰ কৰে। বাহনখনত থকা আন লোকসকল সেই স্থানৰ পৰা পলায়ন কৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক বগীচা চিকিৎসালয়লৈ অনা হয়। য’ত চিকিৎসা দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গুৰুতৰভাৱে আহতসকলক লগে লগে অম্বিকাপুৰলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে যশপুৰৰ কালেক্টৰ ৰোহিত ব্যাস, এছ এছ পি শশী মোহন সিঙে গভীৰ নিশা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক সাক্ষাৎ কৰি সহায়ৰ আশ্বাস দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, সংসদৰ নতুন ভৱনত ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ ছবি
উত্তৰাখণ্ডঃ ইউকেএছএছএছচিৰ প্ৰশ্নকাকত ফাদিল নহয়, পৰীক্ষা ব্যৱস্থাক চাঞ্চল্যকৰ কৰি তুলিবলৈ ছ’চিয়েল মিডিয়াত ভাইৰেল
পাটনা বিমানবন্দৰত মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক বিদায় সম্ভাষণ
প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে কৃষি মন্ত্ৰালয়ৰ কেইবাটাও অনুষ্ঠানৰ আয়োজন
সেনা দিৱসত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক স্মৰণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লণ্ডনত ভৰি দিয়াৰ লগে লগে তামিলসকলে মোক মৰমেৰে আলিংগন কৰিলে: মুখ্যমন্ত্ৰী ষ্টেলিন
Next Article জনীয়াৰ কৰাৰকুৰত বেকী নৈৰ ৰুদ্ৰ ৰূপ ধাৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?