• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > ৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ভিজন এছিয়া’ শাখাৰ বাবে নিৰ্বাচিত মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’
Entertainment

৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ভিজন এছিয়া’ শাখাৰ বাবে নিৰ্বাচিত মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’

CliQ INDIA
Last updated: August 20, 2025 11:00 am
CliQ INDIA
Share
1 Min Read
SHARE

গুৱাহাটী, ২০ আগষ্ট (হি.স.)। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Busan International Film Festival)ৰ ৩০ সংখ্যক সংস্কৰণৰ ‘ভিজন এছিয়া’ শিতানৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি ‘কক কক ককক’। ‘সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট’ (এছআৰএফটিআই), কলকাতাৰ দ্বাৰা প্ৰযোজিত ‘কক কক ককক’ হৈছে এখন যাদুকৰী বাস্তৱবাদ (Magic Realist) বিষয়ক চলচ্চিত্ৰ, যিখন চলচ্চিত্ৰই মহৰ্ষি তুহিন কাশ্যপৰ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিছে। যাদুকৰী বাস্তৱবাদ আৰু কাব্যিক কল্পনাৰ স্বকীয় ব্যৱহাৰৰ বাবে পৰিচিত মহৰ্ষি তুহিন কাশ্যপে গৃহ চহৰ গুৱাহাটীত পৰিৱেশিত এক গভীৰ ব্যক্তিগত অথচ সাৰ্বজনীন কাহিনী আগবঢ়াইছে। এখন অপৰিষ্কাৰ অথচ দৃশ্যমান চহৰৰ পটভূমিত ছবিখনে নিজ পৰিচয়ৰ বাবে সংগ্ৰাম কৰা প্ৰব্ৰজনকাৰীসকলৰ কাহিনী চিত্ৰায়িত কৰিছে। এই বছৰ অহা ১৭ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব ৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

এছআৰএফটিআইৰ প্ৰাক্তন ছাত্ৰ কাশ্যপে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ডমিনিক চাংমাৰ মেণ্টৰশ্বিপত এই ছবিখন তেওঁৰ এছআৰএফটিআইৰ অন্তিম প্ৰকল্প হিচাপে নিৰ্মাণ কৰিছে। কাশ্যপৰ পূৰ্বৰ চুটি ছবিসমূহ বিশ্বৰ কেইবাখনো মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে একাধিক বঁটা-সন্মান বুটলিবলৈও সক্ষম হৈছে।

উল্লেখযোগ্য যে, বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ভিজন এছিয়া’ত কোৰিয়া আৰু এছিয়াৰ যুগান্তকাৰী কামৰ পৰিচয় দিয়া, এছিয়ান চিনেমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰা উদীয়মান কণ্ঠৰ পৰা সাহসী আৰু সীমাবদ্ধতাক নেওচি নিৰ্মাণ কৰা ছবিসমূহক নিৰ্বাচন কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বক্স অফিচত নিজৰ যাদু অব্যাহত ৰাখিছে ছবি ‘ভূল চুক মাফ’, জুন মাহত ডিজিটেল প্ৰিমিয়াৰ | BulletsIn
‘ভূল ভুলীয়ায়া ৪’ত অনন্যা পাণ্ডে হ’ব কাৰ্তিক আৰ্য্যনৰ নতুন মঞ্জুলিকা
ধনুষৰ ছবি তেৰে ইছক মে ৰ বক্স অফিচত চমক
অস্কাৰৰ বাবে ‘লাপতা লেডিজ’ৰ নাম ‘লষ্ট লেডিজ’ ৰখা হৈছে | BulletsIn
‘বৰ্ডাৰ ২’ত অভিনয় কৰিব অক্ষয় খান্না আৰু সুনীল শ্বেট্টী, নতুন বছৰত ছবিগৃহত মুক্তি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫: দলৰ পৰা বাদ পৰিল শ্বেফালী বৰ্মা, ৰেনুকা ঠাকুৰৰ প্ৰত্যাৱৰ্তন
Next Article বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত বিক্ৰীৰ চাপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?