• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত বিক্ৰীৰ চাপ
Business

বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত বিক্ৰীৰ চাপ

CliQ INDIA
Last updated: August 19, 2025 12:10 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। আজি বিশ্ব বজাৰৰ পৰা দুৰ্বল সংকেত আহি আছে। যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত একেধৰণৰ ব্যৱসায় হৈছিল। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ ব্যৱসায় সামান্য দুৰ্বলতাৰে আজি দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপীয় বজাৰত মিশ্ৰিত ব্যৱসায় হৈছিল। একে সময়তে এছিয়াৰ বজাৰসমূহো আজি সাধাৰণতে হেঁচাত পৰিছে।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হতাশাৰ পৰিৱেশ সৃষ্টি হৈছিল, যাৰ বাবে ৱাল ষ্ট্ৰীট সূচকাংক গোটেই দিনটো সীমিত পৰিসৰত ব্যৱসায় কৰাৰ পিছত সমতল স্তৰত মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.০১ শতাংশ প্ৰতীকী দুৰ্বলতাৰে ৬,৪৪৯.১৫ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে নাছডাকে যোৱা অধিবেশনৰ ব্যৱসায়ৰ ০.০৩ শতাংশ সামান্য বৃদ্ধিৰে ২১,৬২৯.৭৭ পইণ্টত অন্ত পেলায়। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য আজি ০.০৫ শতাংশ হ্ৰাস পাই ৪৪,৮৮৯.১৭ পইণ্টত উপনীত হয়।

যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। এফটিএছই সূচকাংক ০.২১ শতাংশ দুৰ্বলতাৰে ৯,১৫৭.৭৪ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংকই যোৱা অধিবেশনত ০.৫০ শতাংশ দুৰ্বলতাৰে ৭,৮৮৪.০৫ পইণ্টত সমাপ্ত কৰে। ইয়াৰ উপৰিও ডিএএক্স সূচকাংক ০.১৮ শতাংশ হ্ৰাস পাই ২৪,৩১৪.৭৭ পইণ্টত বন্ধ হয়।

আজিৰ দিনত এছিয়াৰ বজাৰত সাধাৰণতে চাপ দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৬টা সূচকাংকই হ্ৰাসৰ সৈতে ৰঙা ৰঙৰ ব্যৱসায় কৰি আছে, আনহাতে ৩টা সূচকাংক সেউজীয়া ৰূপত দেখা গৈছে। গিফ্ট নিফ্টীয়ে ০.০১ শতাংশৰ প্ৰতীকী লাভৰ সৈতে ২৪,৯৬৪.৫০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে চাংহাই কম্পোজিট সূচকাংকই ০.৩০ শতাংশ শক্তিৰে ৩,৭৩৯.২৬ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও ষ্ট্ৰেইটছ টাইমছ সূচকাংক ৪,২১০.১৩ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা গৈছে আৰু ০.৫৪ শতাংশ বৃদ্ধি পাইছে।

আনহাতে, নিকেই সূচকাংক ১০৫.৩১ পইণ্ট অৰ্থাৎ ০.২৪ শতাংশ দুৰ্বলতাৰে ৪৩,৬০৯ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে হেং চেং সূচকাংক ০.১১ শতাংশ হ্ৰাস পাই ২৫,১৪৯ পইণ্টৰ স্তৰলৈ নামি আহিছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ১১০.০৫ পইণ্ট বা ০.৪৫ শতাংশ হ্ৰাস পাই ২৪,৩৭২.৪৭ পইণ্ট, কোস্পি সূচকাংক ০.২৯ শতাংশ হ্ৰাস পাই ৩,১৬৮.২২ পইণ্ট, ছেট কম্পোজিট সূচকাংক ০.২০ শতাংশ হ্ৰাস পাই ১২৩৯.৮৭ পইণ্ট আৰু জাকাৰ্টা কম্পোজিট সূচকাংক ০.১৪ শতাংশ দুৰ্বলতাৰে ৭,৮৮৭.৪২ পইণ্টত ব্যৱসায় কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিবেক চতুৰ্বেদীক চিবিআইচিৰ নতুন অধ্যক্ষ হ’ব, চৰকাৰৰ অনুমোদন
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস, অপৰিৱৰ্তিত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ
অলংকাৰ বজাৰত ৰূপৰ চমক, সোণৰ দৰ অপৰিৱৰ্তিত
দেশৰ শক্তি খণ্ডৰ সাফল্যৰ শ্বেয়াৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালৰ
ক্ৰমে হ্ৰাস পাইছে সোণৰ দৰ, ৰূপৰ মূল্য অপৰিৱৰ্তিত | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গৌৰীপুৰত ড্ৰাগছসহ দুজন আটক
Next Article হোৱাইট হাউছত উচ্চ পৰ্যায়ৰ আলোচনা: ট্ৰাম্পে কয় যে “যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা”, জেলেনস্কিৰ সমৰ্থন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?