• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থানৰ ধাৰা
Business

বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থানৰ ধাৰা

CliQ INDIA
Last updated: August 13, 2025 2:41 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় বজাৰৰ বাবে আজি বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত আহি আছে। যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰখন শক্তিশালীভাৱে বন্ধ হৈ পৰে। আজি ডাউ জ’নছ ফিউচাৰ্ছেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপীয় বজাৰখন মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈ পৰে। আনহাতে, আজিৰ দিনত এছিয়াৰ বজাৰত ক্ৰয়ৰ পৰিৱেশ বিৰাজ কৰিছে।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত ক্ৰয়ৰ ধাৰাবাহিকতা আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক সেউজ চিহ্নত শক্তিশালীভাৱে বন্ধ হৈ পৰিছিল। এছ এণ্ড পি ৫০০ সূচকাংক ১.১৩ শতাংশ জপিয়াই ৬,৪৪৫.৭৬ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে ২৯৬.৫০ পইণ্ট বা ১.৩৯ শতাংশ জপিয়াই যোৱা অধিবেশনটো ২১,৬৮১.৯০ পইণ্টত সমাপ্ত কৰে। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য ০.০৪ শতাংশ সামান্য বৃদ্ধিৰে ৪৪,৪৭৩.২৮ পইণ্টত ব্যৱসায় কৰা হৈছে।

যোৱা অধিবেশনত ইউৰোপীয় বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এফটিএছই সূচকাংক ০.২০ শতাংশ বৃদ্ধিৰে ৯,১৪৭.৮১ পইণ্টত বন্ধ হয়। একেদৰে যোৱা অধিবেশনত চি এ চি সূচকাংকই ০.৭১ শতাংশ বৃদ্ধিৰে ৭,৭৫৩.৪২ পইণ্টত সমাপ্ত কৰে। আনহাতে, ডেক্স সূচকাংক ০.২৪ শতাংশ হ্ৰাস পাই ২৪,০২৪.৭৮ পইণ্টত বন্ধ হয়।

আজি এছিয়াৰ বজাৰত অল ৰাউণ্ড ক্ৰয়ৰ পৰিৱেশ বিৰাজ কৰিছে। এছিয়াৰ আটাইকেইখন বজাৰ সূচকাংকই আজি সেউজীয়া ৰূপত ব্যৱসায় কৰি আছে। গিফ্ট নিফ্টী ১১৫ পইণ্ট অৰ্থাৎ ৪৭ শতাংশ বৃদ্ধিৰে ২৪,৬১৮ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে কোস্পি সূচকাংকই ০.৬৬ শতাংশ বৃদ্ধিৰে ৩,২১১.০৩ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি হাং চেং সূচকাংক তীব্ৰ উত্থান ঘটিছে। বৰ্তমান এই সূচকাংক ৪৩৮.৩২ পইণ্ট অৰ্থাৎ ১.৭৬ শতাংশ জঁপিয়াই ২৫,৪০৮ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে নিকেই সূচকাংক ৬৫১.৮৩ পইণ্ট অৰ্থাৎ ১.৫৩ শতাংশ বৃদ্ধিৰে ৪৩,৩৭০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। ইয়াৰ উপৰিও জাকাৰ্টা কম্পোজিট সূচকাংক ১.১০ শতাংশ বৃদ্ধিৰে ৭,৮৭৭.৪৫ পইণ্টত, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ১.০৯ শতাংশ বৃদ্ধিৰে ৪,২৬৬.৭৬ পইণ্টত, ছেট কম্পোজিট সূচকাংক ০.৬৯ শতাংশ জঁপিয়াই ১,২৬৭.৮১ পইণ্টত, চাংহাই কম্পোজিট সূচকাংক ০.৫৬ শতাংশ জঁপিয়াই ৩,৬৮৬.৩৪ পইণ্ট আৰু টাইৱান ওজনযুক্ত সূচকাংক ০.০৬ শতাংশ সামান্য বৃদ্ধিৰে ২৪,১৭৩.২৪ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভাৰত আৰু কানাডা এফ টি এৰ আলোচনা পুনৰ আৰম্ভ কৰিবলৈ সন্মত- গোৱেল
শ্বেয়াৰ বজাৰত স্বস্তিকা কেছলৰ দুৰ্বল প্ৰৱেশ
ছেপ্টেম্বৰ মাহত যাত্ৰীবাহী বাহনৰ বিক্ৰী ৪% বৃদ্ধি পাই ৩,৭২,৪৫৮ খন হয়গৈ : ছিয়াম
বিশ্বৰ বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াৰ বজাৰত উৰ্ধমুখী ধাৰা
আৰম্ভণিৰ ব্যৱসায়ত ষ্টক মাৰ্কেটত উত্থানৰ ধাৰা, চেন্সেক্স আৰু নিফ্টী বৃদ্ধি | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article যেতিয়া সংখ্যাই বিশ্বাস হেৰুৱায়: ভাৰতে আমেৰিকাৰ পৰা কিয় শিকিব লাগিব চাকৰিৰ তথ্যৰ অস্থিৰতা | BulletsIn
Next Article ইউক্ৰেইনে ডনবাছৰ পৰা সৈন্য প্ৰত্যাহাৰ নকৰে: ৰাষ্ট্ৰপতি জেলেনস্কি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?