• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলৰ দায়িত্বত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষক টিম নীলছন
Sports

অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলৰ দায়িত্বত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষক টিম নীলছন

CliQ INDIA
Last updated: August 8, 2025 11:21 am
CliQ INDIA
Share
3 Min Read
SHARE

মেলবৰ্ণ, ০৮ আগষ্ট (হি.স.)। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক টিম নীলছনক অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ জৰিয়তে তেওঁ নতুন ভূমিকা আৰম্ভ কৰিব। আগন্তুক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এই শৃংখলা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ১৫ জনীয়া ১৯ বছৰ অনুৰ্ধ অষ্ট্ৰেলিয়া দলৰ ঘোষণা কৰিছে। ছেপ্টেম্বৰৰ পৰা ব্রিজবেন আৰু মেকেত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত তিনিখন ৫০ অভাৰৰ মেচ আৰু দুখন চাৰিদিনীয়া যুৱ টেষ্ট মেচ অনুষ্ঠিত হ’ব ৷

এদিনীয়া মেচঃ ২১, ২৪ আৰু ২৬ ছেপ্টেম্বৰত ব্রিজবেনৰ ইয়ান হিলি অ’ভেলত অনুষ্ঠিত হ’ব, আনহাতে ৩০ ছেপ্টেম্বৰৰ পৰা ব্রিজবেনত প্ৰথমখন যুৱ টেষ্ট, ৭ অক্টোবৰৰ পৰা মেকেত দ্বিতীয়খন যুৱ টেষ্ট অনুষ্ঠিত হ’ব ৷

অলৰাউণ্ডাৰ অলিভাৰ পিক দলৰ অংশ নহ’ব

অলিভাৰ পিক দলত অন্তৰ্ভুক্ত হোৱা নাই কাৰণ তেওঁ একে সময়তে অষ্ট্ৰেলিয়া এ দলৰ সৈতে ভাৰত ভ্ৰমণলৈ যাব। যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা যুৱ টেষ্টত শতক অৰ্জন কৰা পিকে শেহতীয়াকৈ শ্ৰীলংকা এৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া এৰ হৈ ৯২ ৰান সংগ্ৰহ কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যদিও তেওঁ এতিয়াও অহা বছৰৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে যোগ্য, তথাপিও বিবিএলত মেলবৰ্ণ ৰেনেগেডছৰ সৈতে তেওঁৰ ব্যস্ত ঘৰুৱা ছিজন আৰু চুক্তিয়ে তেওঁৰ নিৰ্বাচন অনিশ্চিত কৰি তুলিছে।

টিম নীলছনৰ প্ৰশিক্ষকতালৈ প্ৰত্যাৱৰ্তন

৫৭ বছৰীয়া টিম নিলছনে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে অষ্ট্ৰেলিয়াৰ ছিনিয়ৰ দলটোৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল আৰু তাৰ পূৰ্বে জন বুকানানৰ সহকাৰী প্ৰশিক্ষকও আছিল। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চেণ্টাৰ অৱ এক্সেলেন্সতো প্ৰশিক্ষকতা কৰি আহিছে। শেহতীয়াকৈ ২০২৪ চনত পাকিস্তানৰ টেষ্ট দলৰ উচ্চ প্ৰদৰ্শনৰ প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে।

নীলছন এতিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উন্নয়নমূলক ভূমিকালৈ ঘূৰি আহিছে, য’ত তেওঁ লকলান ষ্টিভেন্সৰ পদত্যাগৰ পিছত এই ভূমিকা গ্ৰহণ কৰিব।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় উন্নয়নৰ মুৰব্বী ছ’নিয়া থম্পছনে কয় যে, আমি খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতা প্ৰদান কৰি এই বহু ফৰ্মেট ভ্ৰমণৰ জৰিয়তে তেওঁলোকৰ দক্ষতাক প্ৰত্যাহ্বান জনাই উৎফুল্লিত হৈছো। এই শৃংখলা আগন্তুক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে আমাৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ।

তেওঁ আৰু কয় যে টিম নীলছনৰ অভিজ্ঞতাই আমাৰ যুৱ দলটোক বহুখিনি উপকৃত কৰিব আৰু তেওঁৰ নেতৃত্বই আমাৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰিব।’

অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দল (ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ বাবে):

ছাইমন বাজ, এলেক্স টাৰ্নাৰ, ষ্টিভ হোগান, উইল মালাজচুক, যশ দেশমুখ, টম হোগান, আৰিয়ান শৰ্মা, জন জেমছ, হেডেন শ্বিলাৰ, চাৰ্লছ লেকমাণ্ড, বেন গৰ্ডন, উইল বাইৰাম, কেছি বাৰ্টন, এলেক্স লি ইয়ং, জেডেন ড্ৰেপাৰ।

ৰিজাৰ্ভ খেলুৱৈ: জেড হলিক, টম পেডিংটন, জুলিয়ান অছবৰ্ণ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

হংকং ছিক্সেছ ২০২৫ৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল ঘোষণা
বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট ষ্টেডিয়াম ধৰ্মশালা ভ্ৰমণৰ অভিজ্ঞতা আছিল অবিস্মৰণীয়: ডায়েটমাৰ বেয়াৰ্ছডৰ্ফাৰ
অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ বাবে ৱেষ্ট ইণ্ডিজৰ দলটোৱে ঘোষণা, হেটমায়াৰ বাহিৰ
বিশ্বনাথন আনন্দক পৰাস্ত কৰি অৰ্জুন এৰিগেছিৰ জেৰুজালেম মাষ্টাৰছ ২০২৫ খিতাপ দখল
নিউজিলেণ্ডৰ এদিনীয়া দলত কাইল জেমিছনৰ ঠাইত অন্তৰ্ভুক্ত ব্লেয়াৰ টিকনাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ কোকৰাঝাৰ জিলাৰ বাসবাৰীত প্ৰস্তাৱিত ৱাগন ৱৰ্কশ্বপৰ স্থান পৰিদৰ্শন
Next Article ৰাজ্যত পুনৰ সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?