• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াৰ বজাৰত উত্থান
Business

বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াৰ বজাৰত উত্থান

CliQ INDIA
Last updated: August 5, 2025 11:35 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। আজি বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত আহি আছে। যোৱা অধিবেশনত আমেৰিকাৰ বজাৰসমূহ লাভৰ সৈতে বন্ধ হৈ পৰে। আজি ডাউ জ’নছৰ ফ্যুচাৰেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰখনো শক্তিশালী হৈ আছিল। একে সময়তে আজি এছিয়াৰ বজাৰসমূহত সাধাৰণ ক্ৰয়ৰ পৰিৱেশ বিৰাজ কৰিছে।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত ক্ৰয় অবিৰত আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হৈছিল। ডাউ জ’নে প্ৰায় ৬০০ পইণ্ট বৃদ্ধিৰে বন্ধ কৰে। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংক ৯১.৯৩ পইণ্ট অৰ্থাৎ ১.৪৭ শতাংশ জপিয়াই যোৱা অধিবেশনটো ৬,৩২৯.৯৪ পইণ্টত শেষ হয়। ইয়াৰ উপৰিও নাছডাক ৪০৩.৪৫ পইণ্ট অৰ্থাৎ ১.৯৫ শতাংশ বৃদ্ধিৰে ২১,০৫৩.৫৮ পইণ্টত বন্ধ হয়। বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছে ০.২১ শতাংশ বৃদ্ধিৰে ৪৪,২৬৭.৮৪ পইণ্টত ব্যৱসায় কৰি আছে।

আমেৰিকাৰ বজাৰৰ দৰেই যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহতো ক্ৰয় অবিৰত আছিল। এফটিএছই সূচকাংক ০.৬৫ শতাংশ বৃদ্ধিৰে ৯,১২৮.৩০ পইণ্টত বন্ধ হয়। একেদৰে চিএচি সূচকাংক ১.১২ শতাংশ জপিয়াই শেষৰ অধিবেশনত ৭,৬৩২.০১ পইণ্টত শেষ হয়। ইয়াৰ উপৰিও ডিএএক্স সূচকাংক ৩৩১.৭২ পইণ্ট অৰ্থাৎ ১.৪০ শতাংশ বৃদ্ধিৰে ২৩,৭৫৭.৬৯ পইণ্টত বন্ধ হয়।

আজিৰ দিনত এছিয়াৰ বজাৰত সাধাৰণতে ক্ৰয়ৰ ধাৰা দেখা যায়। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৭খনৰ সূচকাংকই গ্ৰীণ মাৰ্কত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে ২টা সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে। গিফ্ট নিফটি ০.২৪ শতাংশ দুৰ্বলতাৰ সৈতে ২৪,৭২৪ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে হাং চেং সূচকাংক ০.০৩ শতাংশ সামান্য হ্ৰাস পাই ২৪,৭২৫ পইণ্টৰ স্তৰত উপনীত হৈছে।

আনহাতে, নিকেই সূচকাংক ২৬৫.৩০ পইণ্ট অৰ্থাৎ ০.৬৬ শতাংশ বৃদ্ধিৰে ৪০,৫৫৬ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংকই ০.৫০ শতাংশ শক্তিৰে ৪,২১৮.০২ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি ক’এছপিআই সূচকাংকই ডাঙৰ জাঁপ মাৰিছে। বৰ্তমান এই সূচকাংক ১.৩৫ শতাংশ জপিয়াই ৩,১৯০.১৩ পইণ্টৰ স্তৰত উপনীত হৈছে।

একেদৰে ছেট কম্পোজিট সূচকাংকত ০.৯৩ শতাংশ বৃদ্ধিৰে ১২৪০.৮৪ পইণ্টৰ স্তৰত ব্যৱসায় হোৱা দেখা গৈছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ২০১.১৩ পইণ্ট অৰ্থাৎ ০.৮৬ শতাংশ বৃদ্ধিৰে ২৩,৫৮০.০৭ পইণ্টত, চাংহাই কম্পোজিট সূচকাংক ০.৫৩ শতাংশ বৃদ্ধিৰে ৩,৬০২.১৩ পইণ্টত আৰু জাকাৰ্টা কম্পোজিট সূচকাংক ০.২৭ শতাংশ বৃদ্ধিৰে ৭,৪৮৫.০৫ পইণ্টত ব্যৱসায় কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা কৰ্তন, ঘৰুৱা গেছ উপভোক্তাৰ নাই কোনো সকাহ
গুজৰাট কিডনী এণ্ড ছুপাৰ স্পেচিয়েলিটিৰ আই পি অ’ত প্ৰথম দিনাই ১.৪৭ বাৰ চাবস্ক্ৰাইব
আগষ্ট মাহতো বিক্ৰেতাৰ ভূমিকা অব্যাহত, এতিয়ালৈকে উলিয়ালে ২১ হাজাৰ কোটি টকা
আইচিআইচিআই বেংক আৰু ভাৰতী এয়াৰটেল সৰ্বাধিক লাভৱান | BulletsIn
আৰম্ভণিৰ ব্যৱসায়ত ষ্টক মাৰ্কেটত তীব্ৰ লাভ, চেন্সেক্স আৰু নিফ্টীৰ উত্থান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এএআইৰ ঘোষণা আৰ্চাৰী লীগৰ প্ৰথম সংস্কৰণ
Next Article য়েমেনৰ নাও ট্ৰেজেডী, মাত্ৰ ১২ জন যাত্ৰীৰহে প্ৰাণৰক্ষা, ১৪২ জনৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?