• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট চতুৰ্থ দিনাও অব্য়াহত
Regional

খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট চতুৰ্থ দিনাও অব্য়াহত

CliQ INDIA
Last updated: August 4, 2025 5:50 pm
CliQ INDIA
Share
1 Min Read
SHARE
খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট চতুৰ্থ দিনাও অব্য়াহত

দক্ষিণ শালমাৰা মানকাচৰ, ০৪ আগষ্ট (হি.স.)। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ আজি চতুৰ্থ দিন। বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাকে ধৰি মানকাচৰৰ বিভিন্ন প্ৰান্তত চলি থকা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই ১ আগষ্টৰ পৰা জিলা কংগ্ৰেছ অনিৰ্দিষ্ট কালৰ বাবে অৱস্থান ধৰ্মঘটত বহিছে।

উল্লেখ্য় যে মানকাচৰ বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত কিছদিনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া চলি আছে। বিশেষকৈ কোকৰাডাঙ্গাত খহনীয়াই আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথ আৰু সীমান্তৰ কাঁইটীয়া তাৰৰ প্ৰতি ভাবুকি আনিছে। খহনীয়াৰ স্থায়ী প্ৰতিৰোধ নহলে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব মথাউৰীসদৃশ সীমান্ত সংযোগী পথ। ফলত মানকাচৰৰ বৃহত্তৰ এলেকাৰ কৃষকৰ ভূমি জলমগ্ন হৈ পৰিব। সীমান্তত খহনীয়াই দিনক দিনে ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতো জিলা প্ৰশাসন আৰু চৰকাৰে লোৱা নাই উপযুক্ত ব্যৱস্থা। ফলত ১ আগষ্টৰ পৰা জিলা কংগ্ৰেছ অনিৰ্দিষ্ট কালৰ বাবে অৱস্থান ধৰ্মঘটত বহিছে।

জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে উত্তাল শ্লোগান দি প্ৰতিবাদ কৰিছে জিলা কংগ্ৰেছ ৷ প্ৰাক্তন বিধায়ক তথা জিলা সভাপতি ডাক্তৰ মতিউৰ ৰহমান মণ্ডলও এই অৱস্থান ধৰ্মঘটত বহিছে ৷ চৰকাৰ আৰু জিলা প্ৰশাসনে স্থায়ী প্ৰতিৰোধৰ আশ্বাস নিদিয়ালৈ জিলা কংগ্ৰেছে ধৰ্মঘট চলাই যাব বুলি দাবী কৰিছে জিলা কংগ্ৰেছে ৷

—————

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

You Might Also Like

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত নহোৱাত উদ্বেগ প্ৰকাশ
দক্ষিণ শালমাৰাৰ খোপাতীয়াত ৰাইজৰ দলৰ বিশাল গণ সমাবেশ | BulletsIn
মাৰ্ঘেৰিটাত আছাৰ কেন্দ্ৰীয় কৰম সন্মিলন
জাগীৰোডত কংগ্ৰেছৰ আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী
নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ বিশ্বকৰ্মা পূজা উদযাপন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভগৱান মহাকালৰ শ্ৰাৱণ মাহৰ চতুৰ্থ শোভাযাত্ৰা আজি উজ্জয়িনীত বাহিৰ
Next Article ডব্লিউ টি টি ষ্টাৰ কনটেণ্ডাৰ: মিক্সড ডাবলছত মানুষ-দিয়াৰ যুটি ৰানাৰ্ছ আপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?