গোলাঘাট, ০২ আগষ্ট (হি.স.)। সৰুপথাৰৰ মনালিছা হোটেলত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ।মনালিছা হোটেলত সুৰামত্ত ৪ জন কৰ্মচাৰীৰ মাজত লগা কাজিয়াৰ ফলত এজনক হত্যাৰ সন্দেহ । অজয় মোডী নামৰ ২০ বছৰীয়া এজন যুৱকক হত্যা । সৰুপথাৰ আৰক্ষীৰ তদন্ত অব্যাহত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
