• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ষ্টক মাৰ্কেটত মনাৰ্ক চাৰ্ভেয়ৰ্ছে শক্তিশালী প্ৰৱেশ, তালিকাভুক্ত হোৱাৰ পিছত বিক্ৰীৰ চাপ
Business

ষ্টক মাৰ্কেটত মনাৰ্ক চাৰ্ভেয়ৰ্ছে শক্তিশালী প্ৰৱেশ, তালিকাভুক্ত হোৱাৰ পিছত বিক্ৰীৰ চাপ

CliQ INDIA
Last updated: July 29, 2025 10:31 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৯ জুলাই (হি.স.)। চিভিল ইঞ্জিনিয়াৰিং কনচালটেন্সি ফাৰ্ম মনাৰ্ক চাৰ্ভেয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনচালটেণ্টছৰ শ্বেয়াৰে আজি শক্তিশালী প্ৰদৰ্শনেৰে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক সুখী কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ২৫০ টকাত জাৰি কৰা হৈছিল। আজি বি এছ ইৰ এছ এম ই প্লেটফৰ্মত ৬৮.৫০ শতাংশ প্ৰিমিয়ামৰ সৈতে ৪২১.২৫ টকাত তালিকাভুক্ত হয়। কিন্তু তালিকাভুক্ত হোৱাৰ কিছু সময়ৰ পাছতে বিক্ৰীৰ চাপৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ হ্ৰাস পায়। পুৱা ১০.৩০ বজালৈকে ব্যৱসায় কৰাৰ পিছতো কোম্পানীটোৰ শ্বেয়াৰ ৪০৭ টকাৰ স্তৰত উপনীত হৈছিল।এইদৰে এতিয়ালৈকে ব্যৱসায়ত কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীৰ লাভ ৬২.৮০ শতাংশ স্তৰলৈ নামি আহিছে।

২২ৰ পৰা ২৪ জুলাইৰ ভিতৰত মনাৰ্ক চাৰ্ভেয়ৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনচালটেণ্টছৰ ৯৩.৭৫ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল।এই আইপিঅ’ই বিনিয়োগকাৰীৰ পৰা অতিশয় সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ২৫০.৬৫ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ১৭৯.০১ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৩১৭.০৫ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ২৬৩.০১ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১০ টকাৰ মুদ্ৰা মূল্যৰ ৩৭.৫০ লাখ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নতুন যন্ত্ৰপাতি ক্ৰয় কৰিবলৈ, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

প্ৰস্পেক্টচত দাবী কৰা ধৰণে কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ ৮.৫৯ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৩০.০১ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ৩৪.৮৩ কোটি টকালৈ জপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহও ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল। ২০২২-২৩ চনত কোম্পানীটোৱে ১১.৬৮ কোটি টকাৰ ৰাজহ লাভ কৰিছিল, যিটো ২০২৩-২৪ চনত ৪২.৭৮ কোটি টকালৈ বৃদ্ধি পাইছিল আৰু ২০২৪-২৫ চনত ৫১.১০ কোটি টকালৈ জপিয়াই পৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত তিনি বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৯.৭৪ বিলিয়ন ডলাৰ
চিবিআইচিৰ ৩১টা শুল্ক অধিসূচনাক একত্ৰিত কৰি একক অধিসূচনা একত্ৰিত
এচেক্স মেৰিন আই পি অ’ বিনিয়োগকাৰীসকল হতাশ, দুৰ্বল তালিকাভুক্তিৰ পিছত অৱনমন
ব্ৰিটেইন ভ্ৰমণৰ সময়ত ডিজিটেল আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত পীয়ুষ গোৱেলৰ আলোকপাত
চৰকাৰে সৌৰ পেনেল সন্দৰ্ভত নতুন নিয়ম জাৰি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কানাডিয়ান অ’পেনঃ প্ৰথম ৰাউণ্ডত জয়লাভ কৰি অৱসৰ পিছুৱালে বাউচাৰ্ড
Next Article জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি চীনে শিশু যত্নৰ ৰাজসাহায্য ঘোষণা, প্ৰতি বছৰে প্ৰতিটো শিশুৰ বাবে ৫০০ ডলাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?