• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৫ জুলাই: প্ৰজনন চিকিৎসা বিজ্ঞানত আইভিএফে কঢ়িয়াই আনিলে বিপ্লৱ
National

ইতিহাসৰ পৃষ্ঠাত ২৫ জুলাই: প্ৰজনন চিকিৎসা বিজ্ঞানত আইভিএফে কঢ়িয়াই আনিলে বিপ্লৱ

CliQ INDIA
Last updated: July 24, 2025 4:31 pm
CliQ INDIA
Share
3 Min Read
SHARE

২৫ জুলাই ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ বাবে জনাজাত। ১৯৭৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম আইভিএফ (ইন ভিট্ৰো ফাৰ্টিলাইজেছন-in vitro fertilization) শিশু লুইজ ব্ৰাউনৰ জন্ম হয়। সেয়েহে এই দিৱসটো বিশ্ব ভ্ৰূণ বিশেষজ্ঞ দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীৰ নাম কানুপ্ৰিয়া আগৰৱালা যিগৰাকী কলকাতাত জন্মগ্ৰহণ কৰিছিল। লুইচৰ জন্মৰ ৬৭ দিনৰ পিছত অৰ্থাৎ ১৯৭৮ চনৰ ৩ অক্টোবৰত কানুপ্ৰিয়াৰ জন্ম হৈছিল।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

১৮১৩ – কলকাতাত প্ৰথম নাও খেল প্ৰতিযোগিতা আয়োজন কৰা হয়।

১৮১৪ – আমেৰিকাই নায়াগ্ৰা জলপ্ৰপাতৰ যুদ্ধত ব্ৰিটেইনক পৰাস্ত কৰে।

১৯০৯ – ফ্ৰান্সৰ লুই ব্লেৰিয়ে প্ৰথমখন বিমানৰে ইংৰাজী চেনেল পাৰ হয়।

১৯৪৮ – অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ সৰ্ববৃহৎ লক্ষ্যত উপনীত হৈ অভিলেখ সৃষ্টি কৰে।

১৯৫২ – প’ৰ্ট’ ৰিকো স্ব-শাসিত আমেৰিকাৰ কমনৱেলথ (সংবিধান দিৱস) হিচাপে পৰিগণিত হয়।

১৯৬৩ – আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইনে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ কৰে।

১৯৭৭ – নীলম সঞ্জীৱ ৰেড্ডীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

১৯৭৮ – বিশ্বৰ প্ৰথম আইভিএফ সন্তান লুইজ ব্ৰাউনৰ জন্ম হয়।

১৯৮৭ – আৰ ভেংকটাৰমণ ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি হয়।

১৯৯৪ – আজিৰ দিনটোতে জৰ্ডান আৰু ইজৰাইলৰ মাজত ৪৬ বছৰীয়া যুদ্ধৰ অন্ত পৰে।

১৯৯৭ – কে আৰ নাৰায়ণন ভাৰতৰ দশম ৰাষ্ট্ৰপতি হয়।

২০০০ – এয়াৰ ফ্ৰান্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ১০৯ জন যাত্ৰী আৰু ৪ জন হোটেলৰ অতিথিৰ মৃত্যু হয়।

২০০৭ – প্ৰতিভা পাটিলে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

২০১৭ – বানপানীৰ ফলত গুজৰাটত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু।

২০১৭ – ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৰামনাথ কোবিন্দে।

জন্ম:

১৯২০ – গোবিন্দ নাৰায়ণ সিং – মধ্যপ্ৰদেশৰ প্ৰাক্তন পঞ্চম মুখ্যমন্ত্ৰী।

১৯২৯ – সোমনাথ চেটাৰ্জী – প্ৰখ্যাত ৰাজনীতিবিদ আৰু ‘ভাৰতীয় কমিউনিষ্ট পাৰ্টি’ৰ অন্যতম বিশিষ্ট নেতা।

১৯২২ – শ্যামাচৰণ ডুবে – ভাৰতীয় সমাজবিজ্ঞানী আৰু সাহিত্যিক।

১৮৯৪ – পৰশুৰাম চতুৰ্বেদী – পণ্ডিত, গৱেষণা কৰ্মী, সমালোচক।

১৯৬৬ – আজিৰ দিনটোতে হৰসিমৰত কৌৰ বাদল – ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ, বৰ্তমান ভাৰত চৰকাৰৰ অধীনৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী।

মৃত্যু:

১৮৬২ – মাৰ্টিন ভান বুৰেন – আমেৰিকাৰ অষ্টম ৰাষ্ট্ৰপতি।

১৮৮০ – গণেশ বাসুদেৱ যোশী – সমাজ কৰ্মী।

১৯৫৬ – গোদাবৰীশ মিশ্ৰ – উৰিষ্যাৰ বিখ্যাত সমাজ সংস্কাৰক, সাহিত্যিক আৰু সমাজ কৰ্মী।

১৯৮১ – মনমোহন ছুৰি – ভাৰতীয় যান্ত্ৰিক অভিযন্তা আৰু কেন্দ্ৰীয় যান্ত্ৰিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান দুৰ্গাপুৰৰ পৰিচালক।

২০০১ – ফুলন দেৱী – এগৰাকী ভাৰতীয় দলিত মহিলা, যিয়ে ডকাইতৰ পৰা সাংসদ হয়।

২০১২ চনত বি.আৰ. ইছাৰা – বিখ্যাত চলচ্চিত্ৰ পৰিচালক

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কানাড়া অভিনেতা ৰাকেশ পূজাৰীৰ মৃত্যু | BulletsIn
সাধাৰণ নিৰ্বাচনত বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিক মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ অভিনন্দন
পাকিস্তানৰ ভাৰতীয় সেনাক উচতনি, এলঅ’চিত যুদ্ধবিৰতি ভংগ, ভাৰতৰ উচিত প্ৰত্যুত্তৰ | BulletsIn
April 5 Nationwide Strike 2026 Sparks Economic Disruption Fears as Participation Calls Grow Across the United States
পাটনাত আৰম্ভ হৈছে কংগ্ৰেছ কৰ্মী সমিতিৰ বৈঠক, খৰ্গে আৰু ৰাহুল গান্ধীকে ধৰি জ্য়েষ্ঠ নেতাৰ অংশগ্ৰহণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দুদিনীয়া ভ্ৰমণসূচীৰে লণ্ডনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী, আদৰণি জনাবলৈ ব্যাপক জনসমাগম, এফ টি এত স্বাক্ষৰ
Next Article ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্য্যকৰি সভা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?